ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

নিউজ ডেস্কঃ

News Desk by News Desk
September 9, 2026
Reading Time: 1 min read
A A
0
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

RELATED POSTS

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

New Logo Smal | ASSAM TIMES POST

বিৰোধীয়ে আৰম্ভণিৰে পৰাই আপত্তি কৰি থকাৰ মাজতে এইবাৰ মুখ খুলিলে কেন্দ্ৰই। মহাৰাষ্ট্ৰৰ গৰ্বা-দাণ্ডিয়া উৎসৱত মুছলমানক প্ৰৱেশ বন্ধ কৰিবলৈ বিশ্ব হিন্দু পৰিষদে যি দাবী উত্থাপন কৰিছে সেয়া অসাংবিধানিক। বুধবাৰে এই কথা স্পষ্ট কৰি দিলে কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালেয়ে।

শেহতীয়াকৈ বিশ্ব হিন্দু পৰিষদৰ এই দাবীক লৈ বিভিন্ন পক্ষৰ পৰা বহু সমালোচনাৰ সন্মুখীন হৈছে। বিৰোধী ৰাজনৈতিক দলসমূহে আৰম্ভণিৰে পৰাই কৈ আহিছে যে বিশ্ব হিন্দু পৰিষদৰ দাবী অসাংবিধানিক। মহাৰাষ্ট্ৰ চৰকাৰৰ এটা অংশয়ো এই দাবীক সমৰ্থন কৰিছে। উদাহৰণস্বৰূপে, ৰাজ্যখনৰ বন্দৰ উন্নয়ন মন্ত্ৰী নীতেশ ৰাণে বিশ্ব হিন্দু পৰিষদৰ দাবীক ৰাজহুৱাভাৱে সমৰ্থন জনাইছে। আনহাতে, মুখ্যমন্ত্রী দেৱেন্দ্র ফাড়নবিছৰ পত্নী অমৃতা ফাড়নবিছৰ মতে এই উৎসৱ সকলোৰে৷ তেনে ক্ষেত্ৰত মুছলমান সম্প্ৰদায়ৰ লোকে এই উৎসৱত যোগদান কৰিলে ভুল নহয় বুলি তেওঁৰ মত।

এই বিতৰ্ক আৰু সমালোচনাৰ মাজতে বুধবাৰে ছত্তীশগড়ৰ ৰায়পুৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই বিষয়ত প্ৰশ্ন কৰা হয়। বিশ্ব হিন্দু পৰিষদৰ দাবী সন্দৰ্ভত আথাৱালৰ স্পষ্ট বাৰ্তা হ’ল এই স্থিতি শুদ্ধ নহয়। ধৰ্ম বা জাতি নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ ইজনে সিজনৰ উৎসৱত যোগদান কৰাৰ অধিকাৰ আছে।

gar | ASSAM TIMES POST
গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক

বুধবাৰে দিনজোৰা ভ্ৰমণসূচীৰে চত্তীশগড়লৈ গৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আজি ৰায়পুৰৰ স্বামী বিবেকানন্দ বিমানবন্দৰ চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ভাৰত সংবিধান অনুসৰি চলি থাকে। বাবাচাহেব আম্বেদকাৰে লিখা সংবিধানত সকলো ধৰ্মৰ লোকৰ ন্যায়ৰ কথা কোৱা হৈছে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন, বৌদ্ধ, পাৰ্চী আদিকে ধৰি বিভিন্ন ধৰ্মৰ লোকে ভাৰতত বাস কৰে। সংবিধানে সকলো ধৰ্মকে সুৰক্ষা প্ৰদান কৰে।”

বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে কয়, “গৰ্বা উদযাপনত মুছলমানে অংশগ্ৰহণ নকৰিব বুলি কোৱাটো সঠিক নহয়, হিন্দু আৰু মুছলমান উভয়ে দেশৰ বাবে একেলগে কাম কৰিব লাগে।” এই কথা কওঁতে তেওঁ ৰাজস্থানৰ আজমীৰ শ্বৰীফৰ উদাহৰণো উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে যে বহু হিন্দু তীৰ্থযাত্ৰীও তালৈ যায়। আথাৱালে কয়, “ভাৰত এনে এখন দেশ য’ত সকলো ধৰ্মৰ মানুহে ইজনে সিজনৰ উৎসৱত অংশগ্ৰহণ কৰিব লাগে।ইয়াৰ বিৰুদ্ধে যদি কোনো স্থিতি লোৱা হয় তেন্তে আমি ইয়াৰ বিৰোধিতা কৰোঁ। এনে স্থিতি সংবিধানৰ বিৰুদ্ধে।”

উল্লেখ্য যে ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি। তাৰ পূৰ্বে বিশ্ব হিন্দু পৰিষদৰ দাবীক লৈ মহাৰাষ্ট্ৰত বিতৰ্কৰ সৃষ্টি হৈছে। তেওঁলোকৰ দাবী, গৰ্বা-দাণ্ডিয়া উৎসৱত মুছলমানক প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয়। লগতে অনুষ্ঠানৰ আয়োজকলৈ বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰে। তাত কোৱা হৈছিল যে গৰ্বা-দাণ্ডিয়াত যোগদান কৰিব বিচৰা সকলোৰে কপালত তিলক থাকিব লাগিব। লগতে কোৱা হৈছিল যে প্ৰৱেশৰ অনুমতি দিয়াৰ আগতে তেওঁলোকৰ পৰিচয়-পত্ৰ পৰীক্ষা কৰিব লাগে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

by News Desk
September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

by News Desk
September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী

by News Desk
September 9, 2026
50
Nepal floods : নেপালৰ বানত নিৰুদ্দিষ্ট লোকৰ পৰিয়ালক ডিএনএৰ নমুনা জমা দিবলৈ কেন্দ্ৰৰ আহ্বান, তিব্বত-নেপালত ভূমিকম্প

Bhupen Hazarika : ভূপেন হাজৰিকাৰ কলকাতাস্থিত ঘৰ কিনিবলৈ বংগৰ মুখ্যমন্ত্ৰীলৈ বাৰ্তা হিমন্ত বিশ্ব শৰ্মাৰ

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

ADVERTISEMENT
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
50
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
50
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d