ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

RELATED POSTS

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

New Logo Smal | ASSAM TIMES POST

অহা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব নগাঁও লোকসভা সমষ্টিৰ ভোটগ্ৰহণ (Nagaon Bye Poll)৷ ভাৰতৰ নিৰ্বাচন আয়োগে সোমবাৰে এই কথা ঘোষণা কৰে৷ আনহাতে, অসমৰ নগাঁৱৰ লগতে পশ্চিমবংগ, তামিলনাডু আৰু পুডুচেৰীৰ ৫টা লোকসভা সমষ্টিৰো উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে নিৰ্বাচন আয়োগে৷ আটাইকেইটা সমষ্টিতে ৬ অক্টোবৰত একেলগে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৯ অক্টোবৰত ভোটগণনা হ’ব৷ ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ১৬ ছেপ্টেম্বৰ৷ ১৭ ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম দিন হৈছে ১৯ ছেপ্টেম্বৰ৷ এই নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ লগে লগে সংশ্লিষ্ট জিলাসমূহত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি বলৱৎ কৰা হৈছে।

naga | ASSAM TIMES POST
৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়৷ কিন্তু ২০২৬ চনৰ ১০ ফেব্ৰুৱাৰীত সাংসদ পদ ত্যাগ কৰি বিজেপি দলত যোগদান কৰে। ইয়াৰ পিছত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত দিছপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হয়৷ ফলত এই আসনখন খালী হোৱাত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়৷ আনহাতে, মেঘালয়ৰ শ্বিলং আৰু পশ্চিমবংগৰ বচিৰহাট লোকসভাৰ আসন দুখন বৰ্তমান খালী হৈ আছে যদিও তাত এতিয়াও ভোটগ্ৰহণৰ দিন ধাৰ্য কৰা হোৱা নাই।
–

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NagaonByePoll
Share4Tweet3Send

Related Posts

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

by News Desk
September 8, 2026
50
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

by ASSAM TIMES POST
September 7, 2026
57
Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

by News Desk
September 6, 2026
66
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

55
ADVERTISEMENT
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

September 8, 2026
50
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

September 8, 2026
50
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

September 8, 2026
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

September 8, 2026
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d