ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

RELATED POSTS

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

New Logo Smal | ASSAM TIMES POST

ভয়ংকৰ ভূমিস্খলনৰ ফলত যোৱা ৪ ছেপ্টেম্বৰৰ পৰা মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে। ক্ষতিগ্ৰস্ত ৰে’লপথ পুনৰুদ্ধাৰ কৰি যোগাযোগ স্বাভাৱিক কৰিবলৈ ৭ৰ পৰা ১২ দিন পৰ্যন্ত সময় লাগিব পাৰে বুলি ৰে’লৱে সূত্ৰই জানিবলৈ দিছে।

হাইলাকান্দি জিলাৰ ৰামনাথপুৰ ৰে’ল ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনত প্ৰায় ৬০ মিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত স্থানটো ৰামনাথপুৰ ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত।

দুৰ্গম অঞ্চলটোৰ ক্ষতিগ্ৰস্ত স্থানলৈ যোৱাৰ বাবে ওচৰে-পাজৰে কোনো উপযুক্ত পথ নথকাত মেৰামতিৰ কাম অধিক জটিল হৈ পৰিছে। ৰে’লপথেৰেই JCB-সহ বিভিন্ন গধুৰ যন্ত্ৰপাতি ঘটনাস্থলীলৈ লৈ যোৱা হৈছে।

rail | ASSAM TIMES POST
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই যুদ্ধকালীন তৎপৰতাৰে দিন-ৰাতি মেৰামতিৰ কাম অব্যাহত ৰাখিছে। প্ৰায় ২০খন JCBৰ লগতে অন্যান্য গধুৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি ৰে’লপথ পুনৰুদ্ধাৰৰ কাম চলাই থকা হৈছে।

ইফালে, নেৰানেপেৰা বৰষুণ আৰু পুনৰ ভূমিস্খলনৰ আশংকাই মেৰামতিৰ কামত বাধাৰ সৃষ্টি কৰিছে। ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, বতৰ অনুকূল থাকিলে প্ৰায় ৭ দিনৰ ভিতৰত ৰে’লপথ পুনৰ চলাচলৰ উপযোগী কৰি তুলিব পৰা যাব। কিন্তু বতৰ বেয়া হৈ থাকিলে আৰু দুৰ্গম ভৌগোলিক পৰিস্থিতিৰ বাবে এই কাম সম্পূৰ্ণ কৰিবলৈ ১২ দিন পৰ্যন্ত সময় লাগিব পাৰে।

ৰে’লপথ বিচ্ছিন্ন হৈ পৰাৰ ফলত বৰ্তমান মিজোৰামলৈ কোনো যাত্ৰীবাহী বা মালবাহী ৰে’ল চলাচল কৰিব পৰা নাই।

গুৰুত্বপূৰ্ণ ছাইৰাং–গুৱাহাটী আৰু ছাইৰাং–কলকাতা এক্সপ্ৰেছ ৰে’ল দুয়োখনেই বৰ্তমান হাইলাকান্দিলৈকে চলাচল কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

by News Desk
September 8, 2026
50
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ৰিয়া তালুকদাৰ হত্যাকাণ্ড:দুটা ভাগত ৰিয়াৰ মৃতদেহ, ফ্ৰীজত উদ্ধাৰ ছিন্ন মুণ্ড

by ASSAM TIMES POST
September 7, 2026
57
Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ
Assam

Photo is distorted : AIৰে ফটো বিকৃত কৰাৰ অভিযোগ, হাছানুৰ ইছলামৰ বিৰুদ্ধে CIDত এজাহাৰ দীপান্বিতা ডেকাৰ

by News Desk
September 6, 2026
66
Vice President : অসমত উপস্থিত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন

55
ADVERTISEMENT
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

September 8, 2026
50
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

September 8, 2026
50
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা
National-International

Amritsar Airport : অমৃতসৰ বিমানবন্দৰত ড্ৰ’নৰ আতংক, ডেৰ ঘণ্টা অচল বিমান সেৱা

September 7, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

September 8, 2026
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

September 8, 2026
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d