ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

নিউজ ডেস্কঃ

News Desk by News Desk
September 8, 2026
Reading Time: 1 min read
A A
0
Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

RELATED POSTS

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

New Logo Smal | ASSAM TIMES POST

আজি সমগ্র ৰাজ্যজুৰি পালন কৰা হৈছে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। এই উপলক্ষে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পৱিত্ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে মুখ্যমন্ত্ৰীয়ে জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা জনায়।

ph1 | ASSAM TIMES POST
জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

আনহাতে, ​এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰায় ৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ‘ডঃ ভূপেন হাজৰিকা সংগ্ৰহালয়’ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। লগতে নতুন প্ৰজন্মৰ মাজত সুধাকণ্ঠৰ অমৰ সৃষ্টিৰাজি প্ৰসাৰৰ উদ্দেশ্যে এটি ‘ইনষ্টা-ৰীল’ প্ৰতিযোগিতাৰো আজি শুভাৰম্ভ কৰা হয়।

অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BhupenHazarikabirthanniversary
Share4Tweet3Send

Related Posts

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা
Assam

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

by News Desk
October 13, 2026
54
Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান
Assam

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

by News Desk
October 13, 2026
52
Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক
Assam

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

by News Desk
October 13, 2026
54
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

by News Desk
October 13, 2026
51
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

by News Desk
October 12, 2026
53
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
61
ADVERTISEMENT
Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 
National-International

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
50
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান
KARBI ANGLONG

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
50
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা
KARBI ANGLONG

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026
50
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

Rahul Gandhi : মোদীৰ বিৰুদ্ধে কৰা মানহানিকাৰক মন্তব্য গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা সাময়িক সকাহ ৰাহুল গান্ধীৰ 

October 13, 2026
Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

Hamren BJP joining : হামৰেণ পৰিষদীয় সমষ্টিত কংগ্ৰেছ-এপিএইছএলচিৰ ২ সহস্ৰাধিক নেতা-কৰ্মীৰ বিজেপিত যোগদান

October 13, 2026
Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

Minister Pijush Hazarika : কৃষি-জলসিঞ্চন, লোকনিৰ্মাণ বিভাগৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি ল’বলৈ হামৰেণত মন্ত্ৰী পীযুষ হাজৰিকা

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d