ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

News Desk by News Desk
November 18, 2026
Reading Time: 1 min read
A A
0
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

RELATED POSTS

Duliajan triple murder  I দুলীয়াজান ‘ট্ৰিপল মাৰ্ডাৰ’ ঘটনা, আৰক্ষীৰ জালত মূল অভিযুক্ত

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ, জিলা পৰিবহণ বিষয়াক নিলম্বন

Drugs seized I ডিলাইত আৰক্ষীৰ বৃহৎ সাফল্য; ট্ৰাকৰ চকাৰ পৰা জব্দ ৭৫ লাখ টকাৰ কানি, গ্ৰেপ্তাৰ দুই মণিপুৰী সৰবৰাহকাৰী

New Logo Smal 1 | ASSAM TIMES POST

হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ (Zubeen Garg) অনুপস্থিতিত আজি ৰাজ্যবাসীয়ে দ্বিতীয়বাৰৰ বাবে উদযাপন কৰিছে তেওঁৰ জন্মদিন। এই উপলক্ষে সোণাপুৰৰ জুবিন ক্ষেত্ৰত দিনজোৰাকৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে জুবিন গাৰ্গৰ ৫৫ সংখ্যক জন্মদিন উদযাপন কৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। আনহাতে, জুবিন গাৰ্গৰ অনুৰাগীসকলে নিশা ১২ বজাত জুবিন গাৰ্গৰ জন্মদিনৰ কেক কাটি পুৰণি স্মৃতি ৰোমন্থন কৰে।

Zubeen Garg birth anniversary I
জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা:

ইয়াৰ মাজতে অসম চৰকাৰৰ তৰফৰ পৰা জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বিশেষ কাৰ্যসূচী গ্ৰহণ নকৰিলেও এই পবিত্ৰ দিনটোত এক বিশেষ ঘোষণাৰে বিশিষ্ট শিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ জন্মদিনত শ্ৰদ্ধা নিবেদন কৰি জুবিন ক্ষেত্ৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন জনায়।

এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অনুমোদন পত্ৰত চহী কৰাৰ এটা ভিডিঅ’ আপলোড কৰি পোষ্টটোত মুখ্যমন্ত্ৰীয়ে লিখিছে, “আজি আমাৰ সকলোৰে প্ৰাণৰ আপোন জুবিনৰ ওপজা দিনত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ অনুমোদন জনালোঁ।”

তেওঁ লগতে লিখিছে, “প্ৰজন্মৰ পিছত প্ৰজন্মই জুবিন ক্ষেত্ৰৰ মাজেৰে জুবিনক অনুভৱ কৰিব, তেওঁ সৃষ্টিৰাজিৰ সৈতে চিনাকি হ’ব আৰু সেই সৃষ্টিৰ সুবাস বুকুত সামৰি আগুৱাই যাব।”

IMG 20261118 WA0088 | ASSAM TIMES POST

উল্লেখ্য যে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ গঠন কৰা বিশেষজ্ঞ সমিতিয়ে ইতিমধ্যে প্ৰকল্পৰ খচৰা প্ৰস্তুত কৰি চৰকাৰক অৰ্পণ কৰিছে। আনহাতে, প্ৰকল্পটোৰ বাবে ভূমি সম্পৰ্কীয় বিষয়ো নিষ্পত্তি হৈছে। এতিয়া প্ৰকল্প নিৰ্মাণৰ কাম কেতিয়াৰ পৰা আৰম্ভ হয় তাৰ বাবে জুবিন অনুৰাগীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণাজুবিন ক্ষেত্ৰৰ বাবে১৫ কোটিৰ অনুমোদন
Share4Tweet3Send

Related Posts

Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
Assam

Duliajan triple murder  I দুলীয়াজান ‘ট্ৰিপল মাৰ্ডাৰ’ ঘটনা, আৰক্ষীৰ জালত মূল অভিযুক্ত

by News Desk
November 18, 2026
50
Kaziranga Rangajan Crash: 23+ Dead in Traveler-Truck Collision
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাৰ উচ্চস্তৰীয় তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ, জিলা পৰিবহণ বিষয়াক নিলম্বন

by News Desk
November 17, 2026
50
Drugs seized I ডিলাইত আৰক্ষীৰ বৃহৎ সাফল্য; ট্ৰাকৰ চকাৰ পৰা জব্দ ৭৫ লাখ টকাৰ কানি, গ্ৰেপ্তাৰ দুই মণিপুৰী সৰবৰাহকাৰী
Assam

Drugs seized I ডিলাইত আৰক্ষীৰ বৃহৎ সাফল্য; ট্ৰাকৰ চকাৰ পৰা জব্দ ৭৫ লাখ টকাৰ কানি, গ্ৰেপ্তাৰ দুই মণিপুৰী সৰবৰাহকাৰী

by News Desk
November 17, 2026
66
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

by News Desk
November 16, 2026
50
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
58
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

by News Desk
November 14, 2026
52
ADVERTISEMENT
Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী
National-International

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

November 18, 2026
50
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা
Assam

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

November 18, 2026
50
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য
National-International

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

November 18, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I আমেৰিকাৰ ভূমিত ভাৰতৰ নিবনুৱা সমস্যা, ভোট চুৰিৰ বিৰুদ্ধে সৰৱ ৰাহুল, বিজেপিৰ দেশবিৰোধী আখ্যা

November 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

Delhi Police I ভিৰ নিয়ন্ত্ৰণৰ সময়ত মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যবাধকতা নাই, ছুপ্ৰিম কোৰ্টত দিল্লী আৰক্ষী

November 18, 2026
Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

Zubeen Garg birth anniversary I জুবিন ক্ষেত্ৰৰ বাবে ১৫ কোটিৰ অনুমোদন, জন্মদিনত মুখ্যমন্ত্ৰীৰ ঘোষণা

November 18, 2026
Sonia Gandhi : এইবাৰ মোৰ পাল, গ্ৰন্থ মুক্তি সন্দৰ্ভত ছোনিয়া গান্ধীৰ মন্তব্য

Sonia Gandhi memoir I বিয়াৰ প্ৰথম বছৰত শাহুৱেকৰ ভয়ত থৰ থৰকৈ কঁপিছিল ছোনিয়া

November 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d