ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Bokoliaghat eviction : বকলীয়াঘাটত চলিল প্ৰশাসনৰ বুলড’জাৰ, শ শ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 20, 2026
Reading Time: 1 min read
A A
0
Bokoliaghat eviction : বকলীয়াঘাটত চলিল প্ৰশাসনৰ বুলড’জাৰ, শ শ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

ৰাজ্যত অব্যাহত আছে চৰকাৰী ভূমিত বেদখল উচ্ছেদ অভিযান। অসম চৰকাৰে বিশেষকৈ বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ বাবে অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰী ভূমিত বেদখলৰ বিৰুদ্ধে এই উচ্ছেদ(Eviction) অভিযান চলি আছে। এই অভিযানৰ অংশ হিচাপে মঙলবাৰে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটত প্ৰশাসনে চলায় এক বৃহৎ উচ্ছেদ অভিযান। বকলীয়াঘাটৰ যমুনা নদীৰ সমীপৰ জলসিঞ্চন বিভাগৰ ৩৫০ বিঘা ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয়।
বকলীয়াঘাটত চলিল প্ৰশাসনৰ বুলড'জাৰ, শ শ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান
বকলীয়াঘাটত চলিল প্ৰশাসনৰ বুলড’জাৰ, শ শ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

উল্লেখ্য যে জিলা প্ৰশাসনে ইতিমধ্যে এই উচ্ছেদ সন্দৰ্ভত জাননী জাৰি কৰিছিল আৰু তাত অবৈধভাৱে থকা লোকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। কিন্তু যিসকল লোক তাৰ পৰা আঁতৰি যোৱা নাই বা নিৰ্মাণ আন্তঃগাঁথনি ভাঙি নিয়া নাই তাৰ ওপৰত পূৰ্বতে প্ৰদান কৰা জাননী অনুসৰি মঙলবাৰে পুৱাৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বকলীয়াঘাটত উচ্ছেদ অভিযান চলোৱা হয়।

358859b4 2fb7 4f74 8166 320c71e90a3c | ASSAM TIMES POSTএই উচ্ছেদ অভিযানত ব্যৱহাৰ কৰা হয় প্ৰায় দহখনকৈ এক্সকেভেটৰ তথা ফকলেন। আনহাতে, অভিযানৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰবাবে আৰক্ষী, চি আৰ পি এফ, কমাণ্ডোৰ বিশাল সুসজ্জিত বাহিনী মোতায়েন কৰা হয়। অৱশেষত সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে পুৱাৰে পৰা চলোৱা উচ্ছেদ অভিযানৰ প্ৰথম দিনটো প্ৰায় শান্তিপূৰ্ণভাৱে সামৰণি পৰে।

উল্লেখ্য যে এই উচ্ছেদ অভিযানৰ প্ৰথমদিনা কেইবা শ পৰিয়ালৰ বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সমাজৰ জিলা শাখাৰ নামঘৰ আৰু এটা মছজিদতো উচ্ছেদ চলোৱা হয়। অৱশ্যে উচ্ছেদৰ জাননী লাভ কৰি বহু লোক ইতিমধ্যে উক্ত স্থানৰ পৰা আঁতৰি যোৱা বুলি জানিব পৰা গৈছে।

Tags: অবৈধ দখল উচ্ছেদঅসম উচ্ছেদ অভিযানঅসম চৰকাৰ অভিযানকাৰ্বি আংলং খবরচৰকাৰী ভূমি উচ্ছেদজলসিঞ্চন বিভাগ ভূমিবকলীয়াঘাট উচ্ছেদবকলীয়াঘাট যমুনা নদীমুখ্যমন্ত্ৰী কঠোৰ স্থিতি
Share4Tweet3Send

Related Posts

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
50
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
50
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
 কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

by News Desk
February 6, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx