ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Eviction drive I কাৰবি আংলঙৰ সীমা এলেকা লাংকাইজানত উচ্ছেদ অভিযান : হোজাই-কাৰবি আংলঙৰ সীমালৈ আলোচনা

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
July 11, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

২০১৯ চনত কাৰবি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তীৰ বৃহতৰ লাংকাইজান এলেকাত সহস্ৰাধিক বিঘা ভূমিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদে উচ্ছেদ অভিযান চলোৱাৰ পিছত পুনৰ উক্ত ভূমি অবৈধ বেদখলকাৰীয়ে পুণৰ দখল (Again illegal encroachers occupy Langkaijan area) কৰে৷

উক্ত খবৰ লাভ কৰি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ (KAAC)ৰ উদ্যোগত কাৰবি আংলং জিলাৰ লাংকাইজান আৰু ক্লুৰডুঙত পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান (Eviction drive in Lankaijan and Klurdung)৷ বিশাল নিৰাপত্তা বাহিনীলৈ চলিছিল উচ্ছেদ অভিযান উক্ত এলেকাত প্ৰায়  ঘৰ লোকে কাৰবি আংলং জিলাৰ মাটি দখল কৰি খেতি কৰি আহিছিল ৷ বেদখলকাৰী সকলে এলেকাটোৰ কেইবাহাজাৰ বিঘা মাটি বেদখল কৰি তেওঁলোকে খেতি কৰি আহিছিল ৷ উচ্ছেদৰ পূৰ্বে বেদখলকাৰী সকলে প্ৰায় সকল বেদখলকাৰীয়ে নিজৰ নিজৰ গৃহৰ সামগ্ৰীসমূহ লৈ আতঁৰি গৈছে ৷

আনহাতে  আমবাৰী এলেকাটো হোজাই জিলা আৰু কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নিজৰ নিজৰ বুলি দাবী কৰি আহিছে ৷ হোজাই জিলা প্ৰশাসনে এই এলেকাত বিদ্যুত সংযোগ, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ, অমৃৎ সৰোবৰ আঁচনিৰ কাম কৰি আছে৷ এগৰাকী বন বিষয়াই সাংবাদিকৰ আগত কয় যে,  এলেকাটোৰ এহেজাৰ পাঁচশ বিঘা ভুমি ১৬৫ বেদখলকাৰী পৰিয়ালক উচ্ছেদ কৰা হ’ব লগতে বৰ্তমানলৈকে বেদখলকাৰীসকলে উচ্ছেদকাৰ্যত সহযোগিতা কৰিছে বুলি কয় ৷ উচ্ছেদস্থলীত হোজাই জিলাৰ এগৰাকী শিক্ষকে কয় যে দুয়োখন জিলাৰ উৰ্দ্ধতম কৰ্তৃপক্ষই সীমা নিৰদ্ধাৰণ কৰি উচ্ছেদ কৰক তাত আপত্তি নাই ৷

উচ্ছেদ অভিযান
কাৰবি আংলঙৰ সীমা এলেকা লাংকাইজানত উচ্ছেদ অভিযান:

সীমা নিৰদ্ধাৰণ নহ’লে সীমান্তবাসী লোকৰ অলৈ-আথনি হয়৷ কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদে কৰা এই উচ্ছেদ অভিযান এতিয়া আমবাৰীত থমকিছে৷ আনহাতে এইলৈ উচ্ছেদস্থলীত হোজাই জিলা প্ৰশাসন আৰু কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ মাজত এক আলোচনা হয় ৷

পৰৱৰ্তী সময়ত দুয়োখন জিলা প্ৰশাসনে সীমা ভালদৰে নিৰ্দ্ধাৰণ হোৱাৰ পিছতহে আমবাৰী এলেকাত উচ্ছেদ হব বুলি জানিব পৰা গৈছে ৷ আজিৰ উচ্ছেদত বিধায়ক দৰচিং ৰংহাঙ, পৰিষদৰ ৰাজহ বিভাগৰ ইএম অমৰচিং তিচ’ ইএম মধুৰাম লেকথে, এমএচি জনি তিমুঙ, বনবিষয়া জগন্নাথ ৰংপি, জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াকে ধৰি  পৰিষদৰ আৰু বনবিভাগৰ কেইবাগৰাকী বিষয়া কৰ্মী উপস্থিত থাকে৷

Tags: EvictionLankaijanলাংকাইজানউচ্ছেদ
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx