ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

নিউজ ডেস্কঃ

News Desk by News Desk
August 11, 2026
Reading Time: 1 min read
A A
0
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

সংসদ ভৱনত চিজেপিৰ অভিযানৰ (CJP’s campaign) দিনটোত আৰক্ষীৰ পেলেট গানৰ গুলী (Pellet gun bullets)ত কমেও ১০ জন লোক আহত (10 people injured) হয়। এই কথা দিল্লীৰ দুখন চিকিৎসালয়ে প্ৰকাশ (Announcement from two hospitals in Delhi) কৰিছে। গোলাবৰ্ষণত আহতসকলক দুয়োখন চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হয়। শেহতীয়াকৈ তৃণমূলৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সাকেট গোখলেয়ে তথ্য জনাৰ অধিকাৰ আইনৰ (আৰটিআই) অধীনত দুয়োখন চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ পৰা তথ্য বিচাৰিছিল।

আৰটিআইৰ (RTI) এক প্ৰশ্নৰ উত্তৰত দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজে কয় যে ৯ জন লোক আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়খনলৈ আহিছিল। তেওঁলোকক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। দিল্লীৰ ছফদাৰজং হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, গুলীত আহত এজন লোকক চিকিৎসা কৰাইছে। দুয়োখন চিকিৎসালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত ২০ জুলাইত সংসদ ভৱনত চিজেপিয়ে চলোৱা অভিযানৰ দিনটোত পেলেট গানৰ গুলীত কমেও ১০ জন লোক আহত হোৱা বুলি অনুমান কৰা হৈছে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুলী চলোৱাৰ অভিযোগক লৈ এতিয়াও ৰাষ্ট্ৰীয় ৰাজনীতি পূৰ্ণগতিত চলি আছে। ‘শান্তিপূৰ্ণ প্ৰতিবাদ’ বন্ধ কৰিবলৈ কিয় পেলেট গানৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল সেই লৈ বিৰোধী দলসমূহে আৰক্ষী আৰু গৃহ মন্ত্ৰালয়ক লক্ষ্য কৰি লৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে।

cjp 1 | ASSAM TIMES POST
পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত

ৰাজধানীৰ পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট থানাৰ কেছ ডায়েৰীৰ আধাৰত ‘দ্য হিন্দু’ৰ বাতৰি অনুসৰি, দিল্লী আৰক্ষীৰ ডেপুটি কমিছনাৰ (ডিচিপি) পদবীৰ এজন বিষয়াই আৰএএফক পেলেট গানৰ পৰা গুলী চলাবলৈ নিৰ্দেশ দিছিল। ‘দ্য হিন্দু’ৰ এক প্ৰতিবেদন অনুসৰি, ২০ জুলাইৰ মাজনিশা আৰএএফে ‘জেনেৰেল ডায়েৰ’ দাখিল কৰিছিল। অভিযোগ মতে, ডিচিপিৰ নিৰ্দেশত ৫৫ ৰাউণ্ড নন ইলেক্ট্ৰিকেল চেল, ১৫ ৰাউণ্ড ইলেক্ট্ৰিকেল চেল, পাঁচটা কন্দুৱা গেছৰ গোলা আৰু দুই ৰাউণ্ড পেলেট গুলী ব্যৱহাৰ কৰা হৈছিল। আনহাতে, ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে সংসদ ভৱনত অভিযান চলোৱাৰ দিনটোত আৰএএফৰ এজন জোৱানে কমেও ৭ ৰাউণ্ড পেলেট গুলীৰে গুলীয়াইছিল। ইয়াৰে পাঁচটা ৰাউণ্ডে প্ৰতিবাদকাৰীক আঘাত কৰে আৰু দুটা ৰাউণ্ড লক্ষ্যচ্যুত হয়। চিআৰপিএফৰ প্ৰাৰম্ভিক তদন্তত এই বিষয়টো পোহৰলৈ আহিছে।

প্ৰথম অৱস্থাত প্ৰকাশ পাইছিল যে পেলেট গানৰ গুলীত মুঠ পাঁচজন লোক আহত হৈছে। তেওঁলোক হ’ল শ্বেখ ইৰছাদ মনছুৰী (২৫), নুতন টপ্পো (৩২), প্ৰশান্ত সিং (২৫), চাহিল লোচাব (১৯) আৰু ইংৰাজী এখন আলোচনীৰ সাংবাদিক। এইবাৰ জানিবলৈ পোৱা গৈছে যে পেলেট গানৰ গুলীত কমেও ১০ জন লোক আহত হৈছে। অৱশ্যে সকলোৰে নাম এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যদিও পেলেট গুলী মাৰাত্মক নহয়, তথাপিও ই শৰীৰত সৰু সৰু ঘাৰ সৃষ্টি কৰে। এই গুলীবোৰ যদি কাৰোবাৰ চকুত সোমাই যায়, তেন্তে তেওঁৰ দৃষ্টিশক্তি সম্পূৰ্ণৰূপে হেৰুৱাব পাৰে। ২০১০ চনত কাশ্মীৰৰ বিদ্ৰোহ দমনৰ বাবে সেনাই প্ৰথমবাৰৰ বাবে পেলেট গানেৰে গুলীয়াইছিল। পৰৱৰ্তী সময়ত তদানীন্তন ৰাজ্য চৰকাৰে ইয়াক বন্ধ কৰি দিয়ে। ২০১৬ চনত যেতিয়া সন্ত্ৰাসবাদী সংগঠনৰ প্ৰচাৰক বুৰহান ৱানীৰ মৃত্যুৰ পিছত কাশ্মীৰ উত্তপ্ত হৈ পৰিছিল, তেতিয়া পুনৰ পেলেট গান নিক্ষেপ কৰা হৈছিল। এইবাৰ দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত সেই গুলীচালনা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

Tags: CJPProtest
Share4Tweet3Send

Related Posts

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

by News Desk
August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

by News Desk
August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

by News Desk
August 12, 2026
50
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

by News Desk
August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
ADVERTISEMENT
Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ
National-International

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল
National-International

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
50
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ
Assam

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026
50
Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী
National-International

Boy killed lover : প্ৰেমিকাক হত্যা কৰি ছুটকেছত ভৰাই পলায়ন যুৱকৰ, স্বামীক এৰি পলাই গৈছিল যুৱতীগৰাকী

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

Air India Pilot controversy : ফুকেট-দিল্লী বিমানৰ পাইলটে ঢলং-পলং কৰি আছিল, অৱতৰণৰ পিছত তেওঁ থিয় হ’ব পৰা নাছিল, টোপনিৰ বড়িও খাইছিল

August 12, 2026
CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

CM on Assam Flood relief : ৰাজ্যৰ শেহতীয়া বানত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সবিশেষ প্ৰকাশ মুখ্যমন্ত্ৰীৰ

August 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx