ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
February 7, 2026
Reading Time: 1 min read
A A
0
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

অনুপ্ৰৱেশ (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ৰ ধাৰা ২ অনুযায়ী প্রদান কৰা ক্ষমতা প্রয়োগ কৰি ৰাজ্য চৰকাৰে কার্বি আংলং জিলাৰ বিদেশী ন্যায়াধীকৰণ কৰ্তৃপক্ষই ঘোষণা কৰা তিনিজন বিদেশীক বহিষ্কাৰৰ নিৰ্দেশ জাৰি কৰিছে।
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

বহিষ্কাৰৰ জাননী লাভ কৰা ব্যক্তিকেইজন হৈছে বোকাজান থানাৰ অধীনস্থ যাদৱ ৰায় গ্রাণ্ট অঞ্চলৰ বাসিন্দা মোঃ ফকৰুদ্দিন, মাঞ্জা থানাৰ অধীনস্থ হিদিম তেৰণ বস্ৰর বাসিন্দা মোঃ ৰফিকুল আলী আৰু মাঞ্জা থানাৰ অধীনস্থ মাঞ্জা নদীপাৰ অঞ্চলৰ বাসিন্দা মোঃ ফাইজুল হক।

বিদেশী ন্যায়াধীকৰণে কার্বি আংলঙত যথাবিহিত বিচাৰ প্রক্রিয়াৰ অন্তত পৃথক পৃথক গোচৰত তেওঁলোকক বিদেশী হিচাবে ঘোষণা কৰে। সংশ্লিষ্ট ন্যায়াধীকৰণৰ মতামত যথাক্রমে ২৩ ডিচেম্বৰ ২০২৫, ৬ ডিচেম্বৰ ২০২৫ আৰু ২৪ ডিচেম্বৰ ২০২৫ তাৰিখে প্রদান কৰা হয়।
ঘোষিত বিদেশী হিচাবে তেওঁলোকৰ উপস্থিতি জনস্বার্থ আৰু ৰাজ্যৰ অভ্যন্তৰীণ নিৰাপত্তাৰ পৰিপন্থী বুলি উল্লেখ কৰি সংশ্লিষ্ট কর্তৃপক্ষই আদেশ জাৰি কৰি নির্দেশ দিয়ে যে এই আদেশ লাভ কৰাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁলোকে অসম তথা ভাৰতীয় ভূখণ্ড ত্যাগ কৰিব লাগিব।

নির্দেশ অনুযায়ী তেওঁলোকে ধুবুৰী/শ্রীভূমি/দক্ষিণ শালমাৰা–মানকাছৰ পথ ব্যৱহাৰ কৰি দেশ ত্যাগ কৰিব লাগিব।নির্ধাৰিত সময়সীমাৰ ভিতৰত এই আদেশ পালনত ব্যর্থ হ’লে অনুপ্ৰৱেশ (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ৰ বিধান অনুযায়ী চৰকাৰে প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰিবলৈ বাধ্য হ’ব। এই আদেশ অসম চৰকাৰৰ কর্তৃত্বশীল বিষয়াই জাৰি কৰিছে।

Tags: Assam deportation orderAssam Foreigners TribunalBokajan Manja foreigner caseForeigners Act Assamঅনুপ্ৰৱেশ আইন ১৯৫০অসম চৰকাৰ বহিষ্কাৰঅসমত বিদেশী ঘোষণাকাৰ্বি আংলং বিদেশী ন্যায়াধীকৰণবহিষ্কাৰৰ আদেশ অসমবিদেশী বহিষ্কাৰ অসম
Share4Tweet3Send

Related Posts

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
 কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

by News Desk
March 11, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
50
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
 কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

by News Desk
February 6, 2026
50
Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি
 কাৰ্বি আংলঙ

Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

by News Desk
February 2, 2026
50
ADVERTISEMENT
Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে
National-International

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
50
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ
National-International

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
50
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎
National-International

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026
50
India New Zealand CWC 2023 semi final I বিৰাট কোহলিৰ বিৰাট ৰেকর্ড, শচীনক চেৰ পেলাই এদিনীয়া ক্ৰিকেটত সৰ্বাধিক শতকৰ অভিলেখ
National-International

‎আত্মৰক্ষা আৰু আক্ৰমণ দুয়োটাৰে বাবে সাজু ইজৰাইল

June 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

Pancreatic cancer : যুগান্তৰকাৰী সাফল্য : কেম’থেৰাপীক জয় কৰিব নতুন ঔষধে

June 14, 2026
দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

দলত্যাগ বিৰোধী আইনক অংগুষ্ঠ দেখুৱাই নতুন দলত চামিল হ’বলৈ প্ৰস্তুতি বিক্ষুব্ধ তৃণমূল সাংসদৰ

June 14, 2026
‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

‎স্পেনিছ ক’ব নোৱাৰিব? অদ্ভুত নিয়ম ফিফাৰ ‎

June 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx