ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাছাৰত মৃত ব্যক্তিৰ নামত বিদেশী ন্যায়াধীকৰণৰ জাননী!

Staff Reporter by Staff Reporter
March 23, 2022
Reading Time: 1 min read
A A
0
কাছাৰত মৃত ব্যক্তিৰ নামত বিদেশী ন্যায়াধীকৰণৰ জাননী!

RELATED POSTS

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

logo new 2 1 1 4 1 3 4 4 | ASSAM TIMES POST

নিউজ ডেস্কঃ

মৃত ব্যক্তিৰ নামত নাগৰিকত্বৰ প্রমাণ বিচাৰি জাননী পঠালে বিদেশী ন্যায়াধীকৰণে! কাছাৰ জিলাত সংঘটিত এই ঘটনাত স্তম্ভিত হৈ পৰিছে উদাৰবন্দৰ শ্যামাচৰণ দাসৰ পৰিয়াল৷ অৱশ্যে তেওঁৰ কন্যা বেবী দাসে জনাইছে, আইনত আপত্তি নাথাকিলে তেওঁলোকে মৃতকৰ প্রতিনিধি হিচাবে এই গোচৰ যুঁজিব বিচাৰে৷

উল্লেখ্য, ২০১৬ চনতে মৃত্যু হৈছে শ্যামাচৰণৰ৷ বিদেশী ন্যায়াধীকৰণো সেই সম্পর্কে অৱগত৷ কাৰণ সেই একেই ট্রাইবুনালত পূৰ্বৰে পৰাই তেওঁৰ বিৰুদ্ধে গোচৰ চলিছিল৷ তেওঁক তেতিয়া সন্দেহযুক্ত ভোটাৰ হিচাবে চিনাক্ত কৰা হৈছিল৷ প্রায় সকলো ধৰণৰ নাগৰিক সুবিধাৰ পৰা বঞ্চিত সমগ্ৰ পৰিয়ালটো৷ মৃত্যুৰ পিছত ট্রাইবুনালে গোচৰটো খাৰিজ কৰে৷

তদানীন্তন ন্যায়াধীশে ৰায় দিছিল, প্রদত্ত নথিপত্রত অভিযুক্তৰ মৃত্যুৰ প্রমাণ পোৱা গৈছে৷ ফলত এই গোচৰ চলোৱাৰ আৰু যুক্তি থাকিব নোৱাৰে৷ ছয় বছৰ পিছত সেই একেই ট্রাইবুনালৰ বর্তমান সদস্যই শ্যামাচৰণৰ ঘৰলৈ জাননী পঠাইছে৷ অহা ৩০ মার্চৰ ভিতৰত তেওঁক ট্রাইবুনালত গৈ ভাৰতীয় নাগৰিকত্বৰ প্রমাণ দিবলৈ কোৱা হৈছে।

উক্ত জাননী লাভ কৰি এতিয়া হতভম্ব পৰিয়ালৰ বাকী সদস্যসকল৷ তেওঁৰ বিধৱা পত্নী সুলেখা দাসে কয়, ‘‘অসহায় অৱস্থা আৰু বাঢ়ি গ’ল৷’’ তেওঁলৈও আৰক্ষীয়ে সন্দেহযুক্ত হিচাবে জাননী পঠাইছিল৷ একপক্ষীয় ৰায়ত ট্রাইবুনালে তেওঁক বিদেশী বুলি ঘোষণা কৰে৷ পিছত আৰক্ষীয়ে এদিন ঘৰৰ পৰা তেওঁক উঠাই নি শিলচৰ চেণ্ট্ৰেল জে’লত ভৰাই থয়৷ কৰোনা পৰিস্থিতিৰ বাবে ছুপ্রিম কোর্টৰ নির্দেশত ডেৰ বছৰ পিছত জামিনত মুক্তি পায় সুলেখাই৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share5Tweet3Send

Related Posts

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

by News Desk
September 19, 2026
50
Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ
Assam

Zubeen Garg : প্ৰথম মৃত্যু বাৰ্ষিকীত এক আৱেগিক পোষ্টৰে প্ৰাণৰ শিল্পীক স্মৰণ লাভলীনা বৰগোহাঁইৰ

by News Desk
September 19, 2026
50
Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ
Assam

Zubeen Garg : জুবিনবিহীন এটা বছৰ, ৰাজ্যজুৰি প্ৰাণৰ শিল্পীক স্মৰণ

by News Desk
September 19, 2026
54
শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ
Assam

শ্ৰীভূমিৰ মাইজগ্ৰামত চাঞ্চল্যকৰ হত্যাকাণ্ড : শোৱাপাটীত হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ মহুৰি সুশান্ত ৰয় কৰৰ মৃতদেহ

by News Desk
September 19, 2026
55
যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা
Assam

যোৰহাট মেডিকেল কলেজ হাস্পতালত উত্তেজনা

by News Desk
September 19, 2026
53
Assam Police Intercept 10 Alleged Infiltrators at Border, Says Himanta
Assam

Assam Police Intercept 10 Alleged Infiltrators at Border, Says Himanta

by News Desk
September 19, 2026
52
ADVERTISEMENT
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
50
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
50
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
50
Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ
National-International

Student suicide : পৰীক্ষাত ChatGPT ব্যৱহাৰ কৰি ধৰা পৰিল আইআইটিৰ ছাত্ৰ, কেইঘণ্টমানৰ পিছত মৃতদেহ উদ্ধাৰ

September 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d