ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home  কাৰ্বি আংলঙ

CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 11, 2026
Reading Time: 1 min read
A A
0
CM Himanta Biswa Sarma : কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

১১ মাৰ্চ, ২০২৬ বুধবাৰৰ দিনটো অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙ (Karbi Anglong)ৰ ইতিহাসৰ বাবে এক উল্লেখযোগ্য দিন হিচাপে লিপিবদ্ধ হৈ থাকিব। কিয়নো এই দিনটোতে কাৰ্বি আংলং জিলাৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰত ২ কোটিৰো অধিক প্ৰকল্প মুকলি তথা শুভাৰম্ভ (Project inauguration) কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। বুধবাৰে সৰ্বমুঠ ২,১০৯ কোটি টকা ব্যয়সাপেক্ষে কাৰ্বি আংলঙত অৰ্ধশতাধিক প্ৰকল্পৰ উদ্বোধন আৰু আন অৰ্ধশতাধিক প্ৰকল্পৰ শিলান্যাস কৰা হয়।

আজি মুখ্যমন্ত্ৰীয়ে মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী আদর্শ স্নাতক মহাবিদ্যালয়, ডিফু টাউন লেক, কাৰ্বি আংলং ক্রীড়া সংস্থাৰ বিলাংভেক জলক্রীড়া ক্ষেত্রকে ধৰি মুঠ ৫৪টা প্ৰকল্প।

cm1 1 | ASSAM TIMES POST
কাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন, ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ইয়াৰ উপৰি সৈনিক স্কুল লংভকু, বংলং তেৰাঙৰ ৪২ মেগাৱাট সৌৰশক্তি প্রকল্প, ডিফুৰ হোটেল আৰু পর্যটন ব্যৱস্থাপনা প্রতিষ্ঠানৰ উপৰি পথ-দলং আদি মিলাই মুঠ ৫৩টা প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, কাৰ্বি আংলঙত মুকলি কৰা প্ৰকল্পসমূহৰ ভিতৰত অন্যতম এটা হৈছে ডিফু কৰ্কট কেন্দ্ৰ। স্বাস্থ্য সেৱা ব্যৱস্থাৰ অধিক উন্নত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক ডিফু কৰ্কট কেন্দ্ৰটো ডিফুৰ জনসাধাৰণৰ বাবে উছৰ্গা কৰে। ২৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই কেন্দ্ৰৰ জৰিয়তে ৰোগীসকলে কৰ্কট ৰোগৰ বিশেষ চিকিৎসা লাভ কৰিব।

cm2 1 | ASSAM TIMES POST

আজি উদ্বোধন কৰা আন এক গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে ২২৮ কোটি টকা ব্যয়সাপেক্ষে ডিফুত নিৰ্মাণ কৰা চাৰিলেনযুক্ত খৰছিং তেৰাং ইংজাৰকাপ ফ্লাইঅ’ভাৰ। এই বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ জৰিয়তে ডিফু চহৰত যান-বাহনৰ চলাচল সুচল হোৱাৰ লগতে যান-জঁট হ্ৰাস হ’ব আৰু চহৰখনৰ যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নত হ’ব বুলি আশা কৰা হৈছে।

Tags: ২ হাজাৰ কোটিৰো অধিক প্ৰকল্প মুকলি-শুভাৰম্ভ মুখ্যমন্ত্ৰীৰকাৰ্বি পাহাৰৰ ইতিহাসৰ উল্লেখযোগ্য দিন
Share4Tweet3Send

Related Posts

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
 কাৰ্বি আংলঙ

Narcotics seized : খটখটী আৰক্ষীৰ বৃহৎ সফলতা, প্ৰায় ৬ কেজি নিষিদ্ধ দ্ৰব্যসহ আটক ২

by ASSAM TIMES POST
February 25, 2026
50
CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ
 কাৰ্বি আংলঙ

CM Karbi Anglong visit : কাৰ্বি আংলঙৰ ৫ বিধানসভা সমষ্টিত কোনে পাব প্ৰাৰ্থীত্ব, মুখ্যমন্ত্ৰীৰ কৌশলী উত্তৰ

by News Desk
February 24, 2026
50
Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২
 কাৰ্বি আংলঙ

Drugs Seized : খটখটী আৰক্ষীৰ তালাচীত উদ্ধাৰ প্ৰায় ডেৰ কেজি নিষিদ্ধ পপিষ্ট্ৰ’, আটক ২

by ASSAM TIMES POST
February 8, 2026
50
কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম
 কাৰ্বি আংলঙ

Declared Foreigners : কাৰ্বি আংলঙৰ ৩ ঘোষিত বিদেশীক বহিষ্কাৰৰ নির্দেশ, ২৪ ঘণ্টাৰ ভিতৰত এৰিব লাগিব অসম

by ASSAM TIMES POST
February 7, 2026
50
Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী
 কাৰ্বি আংলঙ

Road accident : কাৰ্বি আংলঙৰ ফুলনিত ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত স্কুটি আৰোহী

by News Desk
February 6, 2026
50
Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি
 কাৰ্বি আংলঙ

Kharoni protest : প্ৰয়োজনত প্ৰাণ দিম, কিঞ্চিৎ মাটিও নিদিওঁ; পিজিআৰ-ভিজিআৰক কেন্দ্ৰ কৰি পুনৰ উত্তাল খেৰণি

by News Desk
February 2, 2026
50
ADVERTISEMENT
BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ
National-International

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
50
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে
National-International

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
50
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল
National-International

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026
50
ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ
National-International

ছৌদি আৰৱলৈ যুঁজাৰু বিমান প্ৰেৰণ পাকিস্তানৰ

April 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP candidate list : বিজেপিৰ ৮৮ জনীয়া তালিকাত নাম নোসোমাল ১৯ বিধায়কৰ

মহিলা সংৰক্ষণ বিধেয়কলৈ বিশেষ অধিৱেশন, বিজেপিৰ হুইপ জাৰি

April 12, 2026
পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

পোহৰৰ ভিতৰৰ ছিদ্ৰ বা আন্ধাৰ বিন্দু পোহৰৰ গতিতকৈ দ্ৰুতগতিত গতি কৰিব পাৰে

April 12, 2026
সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

সকলো হতবাক I তিনিটা প্ৰতিদ্বন্দ্বী দলৰ হৈ এজন প্ৰাৰ্থীৰ একেখন আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল

April 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx