ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Eviction case । উচ্ছেদক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰত পৰিণত দিল্লী, ৫ আৰক্ষী আহত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 7, 2026
Reading Time: 1 min read
A A
0
Delhi Eviction case । উচ্ছেদক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰত পৰিণত দিল্লী, ৫ আৰক্ষী আহত

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

উচ্ছেদক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছে দিল্লীৰ তুৰ্কমান গে’ট অঞ্চলত। অবৈধ নিৰ্মাণকাৰ্য ভাঙি (Delhi Eviction) থকাৰ সময়তে প্ৰতিবাদকাৰীৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয় আৰক্ষী।

Delhi Eviction case ।
উচ্ছেদক কেন্দ্ৰ কৰি যুদ্ধক্ষেত্ৰত পৰিণত দিল্লী, ৫ আৰক্ষী আহত:

তেওঁলোকৰ ওপৰত ইটা-শিল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত কমেও চাৰি-পাঁচজন আৰক্ষী আহত হয়।

ঘটনা সন্দৰ্ভত এফ আই আৰ ৰুজু কৰা হৈছে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত দিল্লী পৌৰ নিগমৰ বিষয়াসকলে তুৰ্কমান গে’ট এলেকাত কিছু অবৈধ নিৰ্মাণকাৰ্য ভাঙিবলৈ যায়। তেওঁলোকৰ সৈতে আছিল আৰক্ষীও। মঙলবাৰে মাজনিশাৰ পৰা আৰম্ভ হয় এই অভিযান। ১৭ খন বুলড’জাৰ লৈ যোৱা হৈছিল।

অঞ্চলটোত আৰক্ষীৰ বেৰিকেড স্থাপন কৰা হয়। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, ভাঙোন কাৰ্য আৰম্ভ হোৱাৰ লগে লগে অঞ্চলটোত বহু লোক সমবেত হয়। অবৈধ নিৰ্মাণসমূহ যাতে ভাঙি নেপেলায় তাৰবাবে দাবী জনায়। কিন্তু সেই দাবী নামানি বুলড’জাৰ ব্যৱহাৰ কৰাৰ লগে লগে অশান্তিৰ সৃষ্টি হয়।

আৰক্ষীৰ বেৰিকেড ভাঙি উক্ত স্থানৰ ফালে আগবাঢ়ি যায় উত্তেজিত ৰাইজ। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰাত প্ৰতিবাদকাৰীৰ সৈতে কাজিয়াত লিপ্ত হয়। ভিৰৰ মাজৰ পৰা ইটা-শিল আহি থাকে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত অধিক আৰক্ষী মোতায়েন কৰা হয়। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে।

অৱশ্যে বুধবাৰে পুৱাৰে পৰা পৰিস্থিতি নিয়ন্ত্ৰণত আছে। পুৱাৰে পৰা ভাঙোনৰ কামো চলি আছে। পৌৰসভাৰ বিষয়াসকলে কয়, “ৰাতি কিছু বিশৃংখলতাৰ সৃষ্টি হৈছিল। অৱশ্যে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে। সামগ্ৰিক প্ৰক্ৰিয়াটো অতি সুকলমে চলি আছে।”

আৰক্ষীক কোনে আক্ৰমণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। তেওঁলোকৰ সন্ধান আৰম্ভ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীত থকা চিচিটিভি ফুটেজ আৰু আন কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীক চিনাক্ত কৰা হ’ব। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

তুৰ্কমান গে’ট অঞ্চলত প্ৰায় ৩৯ হাজাৰ বৰ্গফুট মাটি ‘অবৈধ দখল’ৰ অভিযোগ উত্থাপন হৈছে। বাসিন্দাসকলক অঞ্চলটো খালী কৰিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ‘ছেফ ইণ্ডিয়া ফাউণ্ডেশ্যন’ নামৰ এটা সংস্থাই দিল্লী উচ্চ ন্যায়ালয়ত অবৈধ দখল উচ্ছেদ কৰাৰ বাবে আবেদন দাখিল কৰে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অঞ্চলটোত এক জৰীপ চলোৱা হয়।

প্ৰতিবেদন দাখিল কৰাৰ পিছতে আদালতে অবৈধ নিৰ্মাণকাৰ্য ভাঙি পেলোৱাৰ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি তিনি মাহৰ সময়সীমাও নিৰ্ধাৰণ কৰা হৈছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পৌৰসভাই উচ্ছেদ অভিযানত নামোতে স্থানীয় লোকৰ এটা অংশই হিংসাত্মক ৰূপ ধাৰণ কৰে।

Tags: উচ্ছেদক কেন্দ্ৰ কৰিযুদ্ধক্ষেত্ৰত পৰিণত দিল্লী৫ আৰক্ষী আহত
Share4Tweet3Send

Related Posts

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

by News Desk
August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

by News Desk
August 10, 2026
50
Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ
National-International

Tarun Tejpal case : তৰুণ তেজপাল বিজেপি চৰকাৰৰ বাবে পথৰ কাঁইট হৈ পৰিছিল, ধৰ্ষণৰ দোষী সাব্যস্ত টেহেলকাৰ প্ৰতিষ্ঠাপকক নিৰ্দোষী দাবী কন্যাৰ

by News Desk
August 10, 2026
50
Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত
National-International

Rape case : ছাদত খোজকাঢ়ি থকা সময়তে ধৰ্ষণ, ডিঙিত তাঁৰ মেৰিয়াই হত্যাৰ চেষ্টা; গ্ৰেপ্তাৰ অভিযুক্ত

by News Desk
August 10, 2026
50
Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত
National-International

Brij Bhushan Case : ব্ৰিজভূষণৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ মিছা, ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত: দিল্লীৰ ৰাউজ এভিনিউ আদালত

by News Desk
August 10, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx