ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen Garg I সোণাপুৰতে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য, সমাধি ক্ষেত্ৰ, ঘোষণা মন্ত্ৰী ৰনোজ পেগুৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
September 21, 2025
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

অৱশেষত চূড়ান্ত হ’ল জুবিন গাৰ্গৰ (Zubeen Garg) শেষকৃত্য তথা সমাধি ক্ষেত্ৰৰ স্থান। জুবিন পত্নী গৰিমা গাৰ্গক সাক্ষাতৰ পিছত এক সংবাদমেলযোগে তেওঁৰ ইচ্ছাৰ কথা সদৰী কৰে মন্ত্ৰী ৰনোজ পেগুৱে।

সোণাপুৰতে হ'ব জুবিন গাৰ্গৰ শেষকৃত্য, সমাধি ক্ষেত্ৰ, ঘোষণা মন্ত্ৰী ৰনোজ পেগুৰ
সোণাপুৰতে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য, সমাধি ক্ষেত্ৰ, ঘোষণা মন্ত্ৰী ৰনোজ পেগুৰ

জুবিনৰ পৰিয়ালৰ ইচ্ছা অনুযায়ী সোণাপুৰৰ হাতীমূৰাত হ’ব জুবিন গাৰ্গৰ সমাধি। দিচাং ৰিজ’ৰ্টৰ সমীপত কমাৰকুছিত হ’ব জুবিনৰ সমাধি।উল্লেখযোগ্য যে জুবিনৰ সমাধিৰ বাবে যোৰহাটৰ ৰাইজেও দাবী উত্থাপন কৰিছিল। আনহাতে, গুৱাহাটীৰ আশেপাশে কেইবাটাও স্থান চিনাক্ত কৰা হৈছিল।

ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কেশৱ মহন্ত, বিমল বৰা আৰু ৰনোজ পেগুক জুবিনৰ পৰিয়ালৰ সৈতে আলোচনাৰ দায়িত্ব প্ৰদান কৰে।
ইয়াৰ পিছত মন্ত্ৰী তিনিগৰাকীয়ে গৰিমা গাৰ্গ আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে আলোচনা কৰে। ৰনোজ পেগুৱে সংবাদমেলত জনোৱা মতে, গৰিমা গাৰ্গে যোৰহাটবাসীৰ আবেগক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ দাবীৰ প্ৰতি কৃতজ্ঞতা জনাইছে।

কিন্তু তেওঁৰ পিতৃৰ যিহেতু যথেষ্ট বয়স হৈছে আৰু অসুস্থ, সেয়ে এই সময়ত যোৰহাটলৈ যোৱাত অসুবিধা হ’ব। সেয়ে গুৱাহাটীৰ আশেপাশে হ’লে ভাল হয়। সেয়ে সোণাপুৰৰ উক্ত স্থান চূড়ান্ত কৰা বুলি মন্ত্ৰী ৰনোজ পেগুৱে জনায়।

Tags: ঘোষণা মন্ত্ৰী ৰনোজ পেগুৰসমাধি ক্ষেত্ৰসোণাপুৰতে হ'ব জুবিন গাৰ্গৰ শেষকৃত্য
Share4Tweet3Send

Related Posts

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

by News Desk
April 23, 2026
50
Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ
Assam

Srimanta Sankar Mission : নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিছনলৈ এক লাখ টকাৰ বৰঙণি তামুলী ফুকন দম্পতীৰ

by News Desk
April 22, 2026
50
Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ
Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

by Staff Reporter
April 16, 2026
50
ADVERTISEMENT
Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫
National-International

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
50
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল
Assam

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

April 23, 2026
50
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ
National-International

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

April 23, 2026
50
Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ
National-International

Economic war : গুলী-বোমাৰে নহয়, এইবাৰ ইৰাণক ভাতে মৰাৰ চক্ৰান্ত : ইৰাণৰ বিৰুদ্ধে ‘অর্থনৈতিক যুদ্ধ’ ট্ৰাম্পৰ

April 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

Gujarat blast : গুজৰাটৰ ৰাসায়নিক কাৰখানাত ভয়ানক বিস্ফোৰণ, অগ্নিদগ্ধ ১৫

April 23, 2026
HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

HS Results 2026 : ২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

April 23, 2026
Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

Supreme Court of India : উচ্চতম ন্যায়ালয়ত ‘ৱাটছএপ ইউনিভাৰ্ছিটী’ৰ তথ্য গ্ৰহণযোগ্য নহ’ব, সবৰীমালা গোচৰৰ শুনানিত ন্যায়াধীশ

April 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx