ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হোলোং দ্যা থিয়েটাৰ সমাৰোহঃ অসমৰ নাট্য আন্দোলনত নব্য সংযোজনঃ

ASSAM TIMES POST by ASSAM TIMES POST
January 28, 2020
Reading Time: 1 min read
A A
0
হোলোং দ্যা থিয়েটাৰ সমাৰোহঃ অসমৰ নাট্য আন্দোলনত নব্য সংযোজনঃ

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

চৰাইবাহীৰ পৰা অজন্তা তালুকদাৰঃ নাটকক অধিক গণমুখী কৰাৰ প্ৰচেষ্টাৰে “তত্বান্বেষী” নামৰ মৰিগাঁও জিলাৰ চৰাইবাহীৰ যুৱ নাট্য দলটিয়ে প্ৰকৃতিৰ বুকুত বিগত বৰ্ষত আৰম্ভ কৰা “হোলোং দ্যা থিয়েটাৰ সমাৰোহ” সাম্প্ৰতিক সময়ৰ অসমৰ নাট্য আন্দোলনৰ নব্য সংযোজন। শংকৰী সংস্কৃতিৰ ধ্বজা বাহক চৰাইবাহীৰ তত্বান্বেষীৰ উদ্যোগত চলিত বৰ্ষতো যোৱা ২৫, ২৬ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈ গ’ল হোলোং দ্যা থিয়েটাৰ সমাৰোহ।

WhatsApp Image 2020 01 28 at 15.48.46 | ASSAM TIMES POST

ব্যয় বহুলতা আৰু কৃত্ৰিমতাৰ পৰা আঁতৰি দিনৰ পোহৰত চৰাইবাহীৰ সোনাই নৈৰ পাৰৰ থলুৱা হোলোং গছৰ সংস্পৰ্শ বিজৰিত সুন্দৰ বিস্তৃত সেউজভূমিত অনুষ্ঠিত চলিত বৰ্ষৰ সমাৰোহ খনিৰ পহিলা দিনা শিল্প কানন, নগাঁৱৰ নিবেদনত নৰেন পাটগিৰিৰ ৰচনা আৰু শোনিত কুমাৰ বৰাৰ পৰিচালনাত ‘বৰষুণ’, কুচবিহাৰৰ থিয়েটাৰ লেবৰ নিবেদনত ৰাষ্ট্ৰীয় প্ৰশংসাপ্ৰাপ্ত উদীয়মান নাট্যকৰ্মী প্ৰশান্ত সূত্ৰধৰৰ ৰচনা, পৰিচালনা, সামগ্ৰিক পৰিকল্পনা আৰু একক অভিনয়ত ‘এক্স ৱাই জেদ’ আৰু জ্যোতি শিল্প, নগাঁৱৰ নিবেদনত নৱজ্যোতি বৰাৰ ৰচনা আৰু পৰিচালনাত ‘স্বাতীৰ মাক আৰু হাৱাই চেণ্ডেলৰ ফিটা’, দ্বিতীয় দিনা বিশ্বনাথ চাৰিআলিৰ বৰ্ণমৰ নিবেদনত হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু কুশল ডেকাৰ পৰিচালনাত ‘অম্বিকা গাঁথা’, বেবেজিয়াৰ ৰ’দঘাইৰ নিবেদনত সুস্মিতা শইকীয়াৰ ৰচনা, পৰিচালনা আৰু একক অভিনয়ৰ নাট ‘সংগ্ৰাম’, পশ্চিম বংগৰ আমটা পৰিচয়ৰ নিবেদনত সুভেন্দু ভাণ্ডাৰৰ পৰিচালনা আৰু ঋতুপৰ্ণ বিশ্বাসৰ ৰচনা আৰু একক অভিনয়ৰ ‘ইলাদিদি’ আৰু গোবিন কুমাৰ নাথৰ ৰচনা, পৰিচালনা আৰু একক অভিনয়ৰ নাট ‘চুইচাইদ’কে ধৰি মুঠ সাত খন সুন্দৰ, বাৰ্তাবাহক আৰু শক্তিশালী নাটকৰ প্ৰদৰ্শন হৈ যায়। পহিলা দিনা মঞ্চ মুকলি কৰে আন্তঃৰাষ্টীয় খ্যাতি সম্পন্ন চিত্ৰ নিৰ্মাতা খঞ্জন কিশোৰ নাথে।WhatsApp Image 2020 01 28 at 15.48.45 1 | ASSAM TIMES POST

নাট্যানুষ্ঠানৰ মাজতে নাট্যকাৰ-পৰিচালক নৱজ্যোতি বৰাই উন্মোচন কৰে অসম নাট্য পৰিষদৰ দ্বাৰা প্ৰকাশিত আৰু নাট্যালোচনী “নাট্যচিন্তন”ৰ মুখ্য সম্পাদক মিণ্টু শইকীয়া সম্পাদিত সমাৰোহৰ প্ৰচাৰ পুস্তিকা “হোলোং” আৰু বিশিষ্ট ফেশ্যন ডিজাইনাৰ গৰিমা গাৰ্গে উন্মোচন কৰে অসমৰ বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজিক লৈ মৃণাল শৰ্মাই লিখি উলিওৱা গ্ৰন্থ “জুবিন”ৰ। অনুষ্ঠানত বিশিষ্ট অতিথি ক্ৰমে খ্যাতনামা নাট পৰিচালক-অভিনয় প্ৰশিক্ষক ৰবিজিতা গগৈ, “নাট্যচিন্তন”ৰ মুখ্য সম্পাদক মিণ্টু শইকীয়া, নাট সমালোচক-লেখক ক্ৰমে মহেন্দ্ৰ ৰণ্টু শৰ্মা, কে কে সিদ্ধাৰ্থ শৰ্মা, মোহন দ্বীপজ্যোতি কেওঁট, নাট্যকাৰ পৰিচালক প্ৰণৱ বৰুৱা, নাট্যকাৰ পল্লৱ পৱন বৰা, অভিনেতা-পৰিচালক পৱন মহন্ত, মিতালি কলিতা শইকীয়া, নাট্যকৰ্মী-নাট সমালোচক-সাংবাদিক মীনাক্ষী ফুকন, কবি-সাংবাদিক-নাট সমালোচক অজন্তা তালুকদাৰ, ডা° ৰঞ্জিত কুমাৰ নাথ, ড° কমল চন্দ্ৰ নাথ আৰু বিশিষ্ট লেখক নয়নমণি হালৈৰ লগতে লেখক-গৱেষক পিকুমনি বৰাক সম্বৰ্দ্ধনা জনোৱা হয়।

WhatsApp Image 2020 01 28 at 15.48.45 | ASSAM TIMES POST

দ্বিতীয় দিনা সমাৰোহৰ মঞ্চ উদ্বোধন কৰে সাম্প্ৰতিক সময়ৰ অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনে। দ্বিতীয় দিনাও এলানি সম্বৰ্দ্ধনা অনুষ্ঠানত কলকাতাৰ ভাৱনা থিয়েটাৰ জাৰ্ণেলৰ মুখ্য সম্পাদক অভিক ভট্টাচার্য, অনুৰূপা ডেকা ৰজা, অনুবাদক-কবি বাপুকণ চৌধুৰী, সমাজকৰ্মী দিগন্ত লস্কৰ, কবি নিলাভ সৌৰভ, বিশিষ্ট লেখকদ্বয় মিনাক্ষী বৰুৱা আৰু চন্দন গোস্বামীলৈ সম্বৰ্দ্ধনা জনোৱা হয়। দুয়োটি দিনৰ সমগ্ৰ অনুষ্ঠানটোৰ আঁট ধৰে সমাৰোহখনিৰ সঞ্চালক প্ৰীতম যোগীয়ে।

WhatsApp Image 2020 01 28 at 15.48.45 1 | ASSAM TIMES POST

হোলোং দ্যা থিয়েটাৰ সমাৰোহে স্থানীয় দৰ্শকৰ লগতে সমগ্ৰ অসমৰ দৰ্শকক দিলে ন ন ধাৰাৰ ব্যতিক্ৰমী নাটকৰ সোৱাদ। দৰ্শকৰ বাবে থোৱা নিৰ্দ্ধাৰিত আসনৰ সংখ্যাক বহুগুণে চেৰ পেলাই সোনাই নৈৰ পাৰ, পথ-উপপথ আৰু দলঙৰ ওপৰৰ পৰাও নাটক চাবলৈ ভীৰ কৰা বিপুল সংখ্যক স্থানীয় আৰু ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা অহা আমন্ত্ৰিত বিশিষ্ট অতিথি আৰু দৰ্শকৰ অভূতপূৰ্ব সঁহাৰিয়ে সমাৰোহখনিৰ সফলতাৰ পূৰ্ণ ছবিখন তুলি ধৰিলে।

Tags: FeaturedFeatured2
Share458Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx