ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

নিউজ ডেস্কঃ

News Desk by News Desk
August 4, 2026
Reading Time: 1 min read
A A
0
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

হাইলাকান্দিৰ (Hailakandi) ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু নৃশংসভাৱে হত্যা (Rape and brutal murder of teenage girls)ৰ গোচৰত দুজন লোকক গ্ৰেপ্তাৰ (Two people arrested) কৰিছে আৰক্ষীয়ে। আনহাতে, এজন নাবালককো গ্ৰেপ্তাৰ (Arrest a minor) কৰা হৈছে। ধৃত তিনিওজনৰ বয়স ১৭ৰ পৰা ১৯ বছৰৰ ভিতৰত। সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত লোককেইজনৰ এজনৰ সৈতে কিশোৰীগৰাকীৰ সম্পৰ্ক আছিল। উল্লেখ্য যে হাইলাকান্দিৰ এই ঘটনাটোৱে ইতিমধ্যে কেৱল অঞ্চলটোতে নহয় ৰাজ্য তথা দেশতো চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ প্ৰতিবাদত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এই উত্তেজনাৰ মাজতে আৰক্ষীয়ে প্ৰথমে পাঁচজন লোকক আটক কৰি জেৰা আৰম্ভ কৰে। পিছত ইয়াৰে দুজনক গ্ৰেপ্তাৰ কৰা হয়। এজন নাবালককো গ্ৰেপ্তাৰ কৰা হয়। ধৃত নাবালকজনৰ বয়স ১৭ বছৰ ৫ মাহ।

হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিঙে কয়, “ধৃত এজনৰ বয়স ১৭ বছৰ ৫ মাহ। কিন্তু গোচৰৰ নিষ্ঠুৰতাক বিবেচনা কৰি আমি আদালতক অনুৰোধ জনাইছোঁ যে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনক প্ৰাপ্তবয়স্ক হিচাপে গণ্য কৰক।” উল্লেখ্য যে এই জঘন্য কাণ্ডৰ বলি হোৱা কিশোৰীগৰাকী হাইলাকান্দিৰ কাটলিচেৰা থানা এলেকাৰ। শনিবাৰে নিশা তেওঁ পৰিয়ালৰ সৈতে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাতে তেওঁৰ আত্মীয় এজনৰ লগত কাজিয়া হোৱাত বাকীকেইজনক এৰি অকলে ঘৰলৈ ঘূৰি আহে। ইয়াৰ পিছত নিশা ১১ মান বজাত ঘৰলৈ উভতি আহি পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। তেওঁৰ শৰীৰ আৰু মুখখন ইমানেই বিকৃত হৈ পৰিছিল যে তেওঁক প্ৰথমে চিনিব পৰা নাছিল। কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

rape1 | ASSAM TIMES POST
হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

এই ঘটনাৰ অভিযুক্তক সৰ্বাধিক শাস্তি প্ৰদানৰ দাবী জনাইছে মাতৃয়ে। তেওঁ কয়, “সৰু ছোৱালী এজনীৰ লগত কোনোবাই ইমান নিষ্ঠুৰ আচৰণ কেনেকৈ কৰিব পাৰে!”

আনহাতে, হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰদৰ্পণ বৰুৱাই কয় যে তিনিওজন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৬৫ (১) ধাৰা (১৬ বছৰৰ তলৰ ব্যক্তিক ধৰ্ষণ), ধাৰা ১০৩ (১) (হত্যা) আৰু পক্সো (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অৱশ্যে অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় যে তদন্ত অগ্ৰগতিৰ লগে লগে আৰু অধিক ধাৰা সংযোজন হ’ব পাৰে।

তদন্তকাৰীয়ে ধৃত লোককেইজনৰ মোবাইল ফোন জব্দ কৰি জেৰা আৰম্ভ কৰিছে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিঙে এই হত্যাকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই বুলি জানিবলৈ দিয়ে। অৱশ্যে প্ৰাৰম্ভিকভাৱে জানিব পৰা গৈছে যে অভিযুক্তকেইজন ভুক্তভোগীৰ চিনাকি আছিল। লগতে অভিযুক্তৰ হাতত মৃতকৰ ঘৰ সন্দৰ্ভত বিভিন্ন তথ্য আছিল। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “অভিযুক্তই তেওঁৰ ঘৰ চিনি পাইছিল। অভিযুক্তৰ ছোৱালীজনীৰ সৈতে যোগাযোগ আছিল। অৱশ্যে আমি এতিয়াই কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰো।”

Tags: Hailakandirapemurder
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx