ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2026
Reading Time: 1 min read
A A
0
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

হাইলাকান্দিত (Hailakandi) উদ্ধাৰ হৈছে এগৰাকী ১৫ বছৰীয়া কিশোৰী (Rescue of a 15-year-old girl)ৰ অংগচ্ছেদ মৃতদেহ। তেওঁক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ। আৰক্ষীৰ সূত্ৰ অনুসৰি, কিশোৰীগৰাকীৰ যৌনাংগত এডাল ৰড সুমুৱাই দিৰ লগতে মূৰটো গধুৰ বস্তুৰে থেতেলিয়াই পেলোৱা হৈছিল। সেই অৱস্থাত মৃতদেহটো ঘৰৰ ভিতৰত পৰি আছিল। মৃতদেহটোৰ এনেকুৱা অৱস্থা হৈছিল যে চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল। এই খবৰ পোহৰলৈ অহাৰ লগে লগে অঞ্চলবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হয়। দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ আৰু শাস্তি প্ৰদানৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই পৰ্যন্ত আৰক্ষীয়ে এই ঘটনাত কাকো গ্ৰেপ্তাৰ কৰা নাই। হাইলাকান্দি জিলাৰ কাটলিচেৰা আৰক্ষী থানা এলেকাৰ নিবাসী কিশোৰীগৰাকী।

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা পৰিয়ালৰ লোকৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল। তাতে তেওঁৰ আত্মীয় এজনৰ লগত কাজিয়া হৈছিল। তাৰ পিছত তেওঁ বাকীকেইজনক এৰি অকলে ঘৰলৈ উভতি গৈছিল। নিশা প্ৰায় ১১ বজাত ঘৰলৈ উভতি অহাৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। শৰীৰ আৰু মুখখন ইমানেই বিকৃত হৈ পৰিছিল যে চিনিব পৰা অৱস্থাত নাছিল।

rape1 | ASSAM TIMES POST
হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

পৰিয়ালৰ লোকে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। কোনে বা কিয় এই অপৰাধ সংঘটিত কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অসম আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিঙে কয় যে আৰক্ষীয়ে চাৰিজন সন্দেহজনক লোকক আটক কৰিছে। তেওঁলোকক সোধা-পোছা কৰা হৈছে। অৱশ্যে যৌন নিৰ্যাতন বা ধৰ্ষণ হৈছিলনে নাই সেয়া চিকিৎসা প্ৰতিবেদন অহাৰ পিছতহে জানিব পৰা যাব।

কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কেনেকৈ হত্যা কৰা হ’ল সেই কথা জানিবলৈ তদন্তকাৰীয়ে প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে। সেই অনুসৰি গোচৰটোত প্ৰয়োজনীয় ধাৰা সংযোজন কৰা হ’ব। এছ পিগৰাকীয়ে কয়, “পৰিয়ালে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু আমি কোনো সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছোঁ। অভিযোগৰ তদন্ত চলি আছে। চাৰিজন লোকক জেৰা কৰা হৈছে।”

ইফালে এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোষীক অনতিপলমে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে পৰিয়ালটোৱে। এই ঘটনাৰ প্ৰতিবাদত স্থানীয় ৰাইজে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। অসম আৰক্ষীয়ে দোষীক শীঘ্ৰে চিনাক্ত কৰি কঠোৰ শাস্তি নিশ্চিত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিছে।

Tags: Hailakandirapecase
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx