ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বকলীয়া ঘাটৰ লাংমিলিত পুতি ৰখা অৱস্থাত কোটি কোটি টকাৰ সাৰ আৰু কীটনাশক

ASSAM TIMES POST by ASSAM TIMES POST
January 26, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

ছাইদুল ইছলাম, ডিফুঃ বকলীয়াঘাটৰ লাংমিলিত পুতি ৰখা অৱস্থাত কোটি কোটিৰ সাৰ আৰু কীটনাশক উদ্ধাৰ হোৱা ঘটনাই সাধাৰণ জনতাৰ লগতে দৰিদ্ৰ কৃষক সকলক উদ্বিগ্ন কৰি তুলিছে৷
অসমৰ সাধাৰণ কৃষকে খেতিৰ বাবে অকণমান সাৰ আৰু কীট নাশকৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া সময়তে বকলীয়াঘাটৰ লাংমিলিৰ চৰকাৰী কৃষিপাম চৌহদত কোটি কোটি টকাৰ সাৰ আৰু কীট নাশক উজ্ধাৰ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ৰাজ্যিক কৃষিমন্ত্ৰী গৰাকীয়ে ৰাজ্যত ‘কা’ বিৰোধী আন্দোলনৰ ৰাইজৰ প্ৰত্যাশাক নেওচি গাদী বচোৱাৰ মাজতে বিভাগটোত সাৰ আৰু কীটনাশক যোগানৰ নামত এক বৃহৎ দূৰ্নীতি সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে ৷ উল্লেখযোগ্যযে এক গোপন সূত্ৰৰ পম খেদি কাৰবি আংলং জিলাৰ একাংশ সামাজিক সংগঠন আৰু সাংবাদিকৰ এটা দলে আজি অকস্মাতে কৃষি বিভাগৰ লুম্বাজং কৃষিৰ চক্ৰৰ লাংমিলি কৃষি পামত অভিযান চলাই ক্ষেত্ৰভিত্তিক অভিযানকালত পামখনৰ চৌহদৰ ভিতৰত মাটিৰ ভিতৰত পুতি থোৱা অৱস্থাত কেইবাকোটি টকাৰ মূল্যৰ বুজন পৰিমানৰ সাৰ আৰু কীট নাশক দ্ৰব্য উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ হোৱা সামগ্ৰীখিনিৰ পৰিমাণ প্ৰায় দুই-তিনি ট্ৰাক হোৱাৰ লগতে ইয়াৰ মূল্য কেইবা কোটি টকা হব বুলি বিভিন্নজনে দাবী কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বিগত কেইদিনমান পূৰ্বে চৰকাৰী কৃষি পামখনত এক বৃহৎ গাঁত খান্দি প্ৰায় দুই ট্ৰাক পৰিমাণৰ পাৰচিলো ৫০ আৰু মেনকোফৰ্ট কীটনাশক আৰু সাৰ পুতি থৈছিল ৷ আজি দুপৰীয়া উক্ত গাঁত সমূহ খান্দি পেলোৱাৰ ফলত গাঁতত টিন আৰু বস্তাত ভৰাই ৰখা সাৰ আৰু কীট নাশকখিনি উদ্ধাৰ হয় ৷ সাধাৰণ কৃষকে খেতিৰ সাৰৰ বাবে হাহাকাৰ কৰি থকাৰ সময়ত কি পৰিস্থিত্ত পৰি বিভাগটোৰ এই বৃহৎ পৰিমাণৰ সাৰ পুতি থব লগা হ’ল সেয়া অদ্যপি জানিব পৰা হোৱা নাই ৷ এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত হলে বৃহৎ পৰিমাণৰ সাৰ আৰু কীটনাশক

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান
Assam

Jorhat Aircraft crash : যোৰহাটৰ বায়ুসেনাৰ বিমান দুৰ্ঘটনাত নিহত ৫ জোৱান

by News Desk
June 13, 2026
50
Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা
Assam

Jorhat flight crash I যোৰহাটত বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ আশংকা

by Staff Reporter
June 13, 2026
50
Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
ADVERTISEMENT
TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল
National-International

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
50
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি
National-International

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026
50
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন
National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

June 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

TMC : তৃণমূল কংগ্ৰেছৰ বিদ্ৰোহী সাংসদসকলে যোগদান কৰিব ওলোৱা কোন এই এনচিপিআই দল

June 15, 2026
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব

June 15, 2026
Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

Delhi Airport : দিল্লী বিমানবন্দৰত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী উপদেষ্টাক, উভতি গ’ল ঢাকাৰ প্ৰতিনিধি

June 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx