ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

লক্ষ লক্ষ ভকত বৈষ্ণৱলৈ আতিথ্য আগবঢ়াবলৈ সাজু বোকাখতীয়া ৰাইজঃ একেলগে দহ হাজাৰ ভকত বৈষ্ণৱলৈ হ’ব খাদ্য পৰিৱেশন

ASSAM TIMES POST by ASSAM TIMES POST
January 24, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ পৰা অজন্তা তালুকদাৰঃ

মাজত আৰু মাথো কেইটিমান দিন। তীব্ৰ গতিৰে চলিছে অনাগত ৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশনৰ প্ৰস্তুতি। বাটচ’ৰা, মূল তোৰণ, জিৰণি শিবিৰ সমূহ, গ্ৰন্থ আৰু বাণিজ্য মেলাৰ ক্ষেত্ৰ, ভাওনা-থলী, শৌচাগাৰ পৰ্যন্ত বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ বিভিন্ন থলী সমূহৰ লগতে সাজু কৰি তোলা হৈছে বিশাল ৰান্ধনী-শাল আৰু আহাৰ গৃহ। আদৰণী সমিতি সাজু হৈছে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব লগীয়া লক্ষ লক্ষ ভকত বৈষ্ণৱলৈ সস্নেহ আৰু আন্তৰিক আতিথ্য আগবঢ়াবলৈ।

অহা ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত অধিবেশন সফল কৰি তুলিবলৈ বোকাখাত মহকুমাৰ অন্তৰ্গত সংঘৰ আঞ্চলিক সমূহৰ স্বেচ্ছাসেৱক ভকত বৈষ্ণৱ, বিভিন্ন দল সংগঠনৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই ভিন্নজনে শ্ৰমদান, আৰ্থিক দান বৰঙনিৰে আগবঢ়াইছে সহায়ৰ হাত। যোৱা ২৩ জানুৱাৰীত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্ৰ বিষয়া খনিন্দ্ৰ কুমাৰ দাস, তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকী, সহ আয়ুক্ত ৰণনময় ভৰদ্বাজসহ বোকাখাত মহকুমা প্ৰশাসনৰ এটি সজাতি দলে অধিৱেশনথলীলৈ আহি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। তথাপি এই বাতৰি লিখা পৰ্যন্ত আদৰণী সমিতি গধুৰ অৰ্থ শংকটত ভুগি আছে বুলি আদৰণী সমিতিৰ কাৰ্যালয় সম্পাদক দিব্যজোতি হাজৰিকাই জনাইছে।

তথাপি অটুত আছে মনোবল। আদৰণী সমিতিৰ মুঠ ৩৫ খন উপ-সমিতিৰ ৰন্ধন আৰু খাদ্য বিতৰণৰ বিভিন্ন বিষয় বাব আৰু দায়িত্বত থকা সকল সাজু হৈছে নিজ নিজ দায়িত্ব আৰু কৰ্তব্য পালনেৰে। অধিবেশনলৈ অহা প্ৰতিনিধিক চাৰিওদিনৰ দিবা আৰু নৈশ দুয়োসাজৰ বাবে খাদ্যৰ যোগান ধৰিবলৈ একেলগে জ্বলিব ৩০০ চৌকা আৰু দহ হাজাৰ ভকত বৈষ্ণৱক একে সময়তে খাদ্য পৰিৱেশন কৰিব পৰা যাব বুলি জনাইছে ৰন্ধন আৰু খাদ্য বিতৰণৰ দায়িত্বত থকা কিৰণ বৰাই।

ইতিমধ্যে নষ্ট নোহোৱাকৈ স্বাস্থ্য সন্মতভাৱে মুঠ চাৰিদিনীয়া অধিৱেশনখনিৰ আঠোটা সাজৰ বাবে খাদ্য সামগ্ৰী সংৰক্ষণ কৰিবলৈ প্ৰস্তুত কৰি উলিওৱা হৈছে যথাযোগ্য কেন্দ্ৰীয় খাদ্যৰ ভড়াল। শাৰি শাৰি চৌকাৰ খননকাৰ্য, ৰন্ধনকাৰ্যত প্ৰয়োজন হোৱা পানী যোগান, পেলনীয়া পানী ওলাই যোৱা নলাৰ ব্যৱস্থা আদি সুচাৰুৰূপে প্ৰস্তুত কৰি তোলা হৈছে। চৌকা সমূহৰ চূড়ান্ত ৰূপ দিবলৈ দৰঙৰ পৰা অচিৰেই দুগৰাকী বিশিষ্ট অভিজ্ঞ ভকত বৈষ্ণৱ ইয়ালৈ আহি পোৱাৰ কথা। সাম্প্ৰতিক সময়ৰ ৰাজনৈতিক প্ৰভাৱৰ পৰা আঁতৰাই আৰু আৰ্থিক বৰঙণি আগবঢ়াই অধিবেশনখনি সুন্দৰ আৰু সফলতাৰে সম্পন্ন কৰি তুলিবলৈ কাৰ্যালয় সম্পাদক দিব্যজোতি হাজৰিকাই সমূহ অসমৰ ৰাইজলৈ আহ্বান জনাইছে।

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx