বুধবাৰে নলবাৰীত অনুষ্ঠিত হয় (held in Nalbari) অসম কেবিনেটৰ ১৪ সংখ্যক বৈঠক (14th meeting of Assam Cabinet)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই কেবিনেট বৈঠকত নলবাৰীৰ উন্নয়ন তথা বিকাশৰ বাবে কেইবাটাও সিদ্ধান্ত (Several decisions for the development of Nalbari) গ্ৰহণ কৰা হয়৷
আনহাতে, ৰাজ্যৰ অ’ বি বি শিক্ষকসকললৈ আৰ্থিক সাহায্য, চাৰিটাকৈ ধৰ্মীয় অনুষ্ঠানলৈ অনুদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি নলবাৰীত স্থাপিত মেডিকেল কলেজ আৰু হাস্পতাললৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উৰণ সেতু, এম এন চি মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰৱৰ্তনকে ধৰি ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেবিনেটত গ্ৰহণ কৰা হয়৷