ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

Riyan Parag : যিসকলে মোক অযোগ্য বুলি কৈছিল তেওঁলোকেই মোক বিচাৰে, ভাৰতীয় দলত সুযোগ পোৱাৰ পিছত ৰিয়ান পৰাগ

নিউজ ডেস্কঃ

News Desk by News Desk
July 3, 2024
Reading Time: 1 min read
A A
0
Riyan Parag : যিসকলে মোক অযোগ্য বুলি কৈছিল তেওঁলোকেই মোক বিচাৰে, ভাৰতীয় দলত সুযোগ পোৱাৰ পিছত ৰিয়ান পৰাগ

RELATED POSTS

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

New Logo Smal | ASSAM TIMES POST

অসমৰ ৰিয়ান পৰাগ (Riyan Parag)ক লৈ ছ’চিয়েল মিডিয়াত কেইবাবাৰো ধুমুহাৰ সৃষ্টি হৈছে। কেতিয়াবা যদি তেওঁক কটাক্ষ কৰা হৈছে (He is being taunted), কেতিয়াবা আকৌ পৰাগক ভাৰতীয় দলত স্থান দিয়াৰো দাবী উত্থাপন হৈছে। তাৰ মাজতে ৰিয়ান পৰাগে ভাৰতীয় দলৰ হৈ (For the Indian team) জিম্বাব’ৱে ভ্ৰমণৰ সুযোগ লাভ (Zimbabwe gets a chance to travel) কৰে। উক্ত ভ্ৰমণত খেলিবলৈ যোৱাৰ পূৰ্বে তেওঁ সমালোচকসকলক লক্ষ্য কৰি লয়। ভাৰতীয় দলত সুযোগ পোৱাৰ পিছত ৰিয়ান পৰাগৰ অভিমান প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে ৰিয়ান পৰাগে ২০১৯ চনত আইপিএলত অভিষেক ঘটায়। যদিও সেইবাৰ তেওঁ ভাল খেলিছিল, তথাপিও পৰৱৰ্তী চাৰিটা আই পি এলত তেওঁ নিষ্প্ৰভ আছিল। যাৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁ বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰাৰ বলি হৈছিল। কিন্তু এই বছৰ তেওঁ নিজৰ শৈলীলৈ ঘূৰি আহে। আই পি এলত তেওঁৰ বেটিঙে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ফলত ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান দখল কৰে।

Riyan 1 | ASSAM TIMES POST

ইয়াৰ পিছত এইগৰাকী প্ৰতিভাৱান অসমীয়া ক্ৰিকেটাৰে মন্তব্য কৰে, ‘এনে ঠাট্টা-মস্কৰা সহ্য কৰাটো সহজ নহয়। যোৱা বছৰ মই নিজৰ লগত কথা পাতিলো। সেইটোৱেই কাম কৰিলে। ইয়াৰ পিছতেই এই প্ৰত্যাৱৰ্তন। হয়তো মোৰ প্ৰস্তুতি কম আছিল, কিছুমান ক্ষেত্ৰত মোৰ অভাৱ আছিল। কিন্তু মই সকলো সময়তে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। কিন্তু মানুহে যি পাৰে কৈ গৈছে। যোৱা বছৰ বহুতে কৈছিল মই আই পি এল খেলিবলৈ ফিট নহয়। তেওঁলোকেই মোক আকৌ ভাৰতীয় দলত বিচাৰে। মানুহ এনেদৰে সলনি হয়।”

আনহাতে, অহৰহ ঠাট্টা-মস্কৰাৰ সৈতে খেলাটো কঠিন আছিল বুলিও স্বীকাৰ কৰে ৰিয়ান পৰাগে। তেওঁ কয়, “যন্ত্ৰনাই মানুহক সৃষ্টি কৰে। কোটি কোটি লোকে আই পি এল চায়। গতিকে ভাল খেলিব নোৱাৰিলে বেয়া লাগে। সেই যন্ত্ৰণা বাঢ়ি যায় ৰাইজৰ কথাত, সমৰ্থকৰ কথাত। মই ভাবিলোঁ, ইমান কটুক্তি কিয় সহ্য কৰিবলগা হৈছে? মানুহে মোৰ বিষয়ে ইমান নেতিবাচক কথা কিয় কৈছে? ৰাজস্থান ৰয়েলছৰ বাহিৰে মোৰ ওপৰত কোনেও সুখী নাছিল। খেলখন মই বুজিবলৈ চেষ্টা কৰো। সেইটোৱে মোক সলনি কৰি দিয়ে। ক্ৰিকেটৰ প্ৰতি অধিক প্ৰেমৰ সৃষ্টি হয়।”

এইবাৰৰ আই পি এলত পৰাগে ১৬খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰে। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ তৃতীয় স্থান লাভ কৰে। গড় ৫২.০৯। ষ্ট্ৰাইক ৰেট ১৪৯.২১। তেওঁ চাৰিটা অৰ্ধশতৰান অৰ্জন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RiyanParagৰিয়ানপৰাগ
Share4Tweet3Send

Related Posts

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A
Assam

Assam’s Uma Chetry, Jintimani Kalita Earn India A Spots vs Australia A

by News Desk
August 28, 2026
52
FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক
Sports News

FIFA World Cup 2026 : অপ্ৰতিৰোধ্য এবপাপে, পেনাল্টিত বিফল হৈয়ো ছেমি ফাইনেলত উপনীত কৰালে ফ্ৰান্সক

by News Desk
July 10, 2026
50
Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে
Sports News

Leonel Messi : দলে জয়লাভ কৰাৰ পিছতো কিয় চকুলো টুকিছিল মেছিয়ে

by News Desk
July 8, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
Sports News

Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

by News Desk
July 8, 2026
50
Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট
Sports News

Fifa world cup 2026 : বিশ্বকাপত অঘটন : আৰ্লিং হালেণ্ডৰ প্ৰেমিকাৰ আৱেগিক প’ষ্ট

by News Desk
July 6, 2026
50
Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে
Sports News

Fifa world cup 2026 : ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভজিনহাতকৈ অধিক ধন লাভ কৰে ভাৰতীয় গ’লৰক্ষকে

by News Desk
July 5, 2026
50
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
50
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
50
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d