ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Salman Khan I ৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 25, 2024
Reading Time: 1 min read
A A
0
Salman Khan I ৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

ছবছৰ পূৰ্বে ছলমান খানে (Salman Khan) কৰ্কট ৰোগত আক্ৰান্ত শিশুটিক (Children suffering from cancer) দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে। শেহতীয়াকৈ ৯ বাৰ কেমোথেৰাপিৰ অন্তত কৰ্কট ৰোগত জয়ী হোৱা কণমানি অনুৰাগীক বলীউডৰ ভাইজানে পুনৰ সাক্ষাৎ (Bhaijaan’s meeting again) কৰে।

২০১৮ চনত কৰ্কট ৰোগত আক্ৰান্ত হৈছিল জগনবীৰ। সেই সময়ত তেওঁৰ বয়স চাৰি বছৰ আছিল। জগনবীৰৰ পিতৃ-মাতৃয়ে পুত্ৰক লৈ চিকিৎসাৰ বাবে মুম্বাইলৈ যায়। জগনবীৰক মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰত ভৰ্তি কৰোৱা হয়। আনহাতে, মুম্বাইলৈ যাব বুলি খবৰ পোৱাৰ লগে লগে জগনবীৰে ছলমানক লগ পোৱাৰ সপোন দেখিবলৈ ধৰে। জগনবীৰৰ মাতৃ সুখবীৰ কৌৰে জানিছিল পুত্ৰৰ সপোনৰ কথা।

তেওঁ পুত্ৰ চিকিৎসালয়ত থকাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰে। সেই ভিডিঅ’টোত জগনবীৰে ছলমানক লগ পোৱাৰ ইচ্ছা প্ৰকাশ কৰে। সেই ভিডিঅ’টো ছলমানৰ ওচৰ পায়গৈ। তাৰ পিছতেই জগনবীৰৰ সপোন বাস্তৱায়িত হয়। হস্পিটেললৈ গৈ ছলমানে জগনবীৰক লগ কৰে। যোৱাৰ পূৰ্বে ছলমানে জগনবীৰক কয় যে তেওঁ পুনৰ লগ হ’ব। কিন্তু এটা চৰ্ত আছে। জগনবীৰৰ আশু আৰোগ্যৰ প্ৰয়োজন। সুস্থ হৈ উঠিলে পুনৰ লগ পাব তেওঁক।

৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ
৬ বছৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পালন, কেন্সাৰজয়ী ৯ বছৰীয়া অনুৰাগীক সাক্ষাৎ ভাইজানৰ:

দ্বিতীয়বাৰৰ বাবে ছলমানক লগ পোৱাৰ ‘কামনা’ত জগনবীৰে অন্তৰেৰে সুস্থ হৈ উঠিব বিচাৰিছিল। চিকিৎসকৰ সকলো কথা আখৰে আখৰে পালন কৰে। কঠিন হ’লেও তেওঁ আশা এৰা নাছিল। অৱশেষত তেওঁ এই যুদ্ধত জয়লাভ কৰে। ৯ বাৰ কেমোথেৰাপিৰ পিছত এতিয়া কেন্সাৰমুক্ত হৈছে জগনবীৰ। সেইদিনাৰ সৰু ল’ৰাটো এতিয়া ৯ বছৰীয়া কিশোৰ। জগনবীৰৰ আৰোগ্যৰ কথা জানিবলৈ পাৰে ছলমানে। সেয়ে ৬ বছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি তেওঁ পালন কৰে। ছলমানৰ বান্দ্ৰাৰ ঘৰত জগনবীৰক লগ পায় ভাইজানে।

এই সন্দৰ্ভত জগনবীৰৰ মাতৃ সুখবীৰে কয়, “জগনবীৰ এতিয়া বহুত সুস্থ হৈ উঠিছে। আকৌ স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। হৃদয়ৰ পৰা নিবিচাৰিলে ইমান সোনকালে সুস্থ হোৱা সম্ভৱ নাছিল। আৰু তেওঁ ভাল হ’বলৈ ইমান খৰখেদা কৰিছিল কেৱল ছলমানক লগ কৰিবলৈ যোৱাৰ বাবেই। ভাইজানৰ প্ৰতি আমি কৃতজ্ঞ।”

Tags: SalmanKhanmeetCancerChildকেন্সাৰজয়ীশিশুকসাক্ষাৎভাইজানৰ
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে
National-International

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
50
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান
National-International

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
50
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ
National-International

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026
50
America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি
National-International

America’s war expenditure : ইৰাণৰ সৈতে যুদ্ধত আমেৰিকাৰ বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন প্রথম ১০০ ঘণ্টাত খৰচ ৩১০০০ কোটি

March 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

ADR Report : ২০২৪-২৫ বৰ্ষত বিজেপিয়ে লাভ কৰিছে প্ৰায় ৭ হাজাৰ কোটি অনুদান, বাকী দলবোৰে কিমান পালে

March 6, 2026
UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

UPSC results 2025 : ইউ পি এছ চিৰ চূড়ান্ত পৰীক্ষাত উজলিল তিনি অসম সন্তান

March 6, 2026
Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

Piles operation : অৰ্শৰোগৰ অস্ত্ৰোপচাৰ কৰি নাপালে ছুটী, পেণ্ট খুলি ঘা দেখুৱাই দিলে অসুস্থতাৰ প্ৰমাণ

March 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx