ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
December 13, 2024
Reading Time: 1 min read
A A
0
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

নিজৰ প্ৰিয় অভিনেতাৰ ছবি চাবলৈ গৈ জীৱনৰ আটাইতকৈ প্ৰিয় ব্যক্তিজনক হেৰুৱাইছিল তেওঁ। ন বছৰীয়া শিশুটো এতিয়াও বিপদমুক্ত হোৱা নাই। চিকিৎসালয়ত নিজৰ জীৱনৰ বাবে যুঁজি আছে। কিন্তু হায়দৰাবাদ গোচৰৰ মুখ্য অভিযোগকাৰী ভাস্কৰ মাগুদামপল্লী (Main complainant Bhaskar Mogudampally)য়ে আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰ (Arrest of Allu Arjun)ৰ বাতৰি শুনাৰ পিছতে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। তেওঁ কৈছে যে আল্লু অৰ্জুনৰ বিৰুদ্ধে তেওঁৰ অভিযোগ (Allegations against Allu Arjun) উঠাই ল’ব বিচাৰিছে (Wants to be lifted)।

উল্লেখ্য যে হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত এগৰাকী মহিলাৰ পদপিষ্ট হৈ মৃত্যু সন্দৰ্ভত অভিনেতা আল্লুক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক শুকুৰবাৰে হায়দৰাবাদৰ চিক্কাডপল্লী আৰক্ষী চকীলৈ লৈ যোৱা হয়। ইফালে আল্লুৰ গ্ৰেপ্তাৰৰ খবৰ প্ৰকাশৰ লগে লগে সংবাদ মাধ্যমে ভাস্কৰৰ সৈতে যোগাযোগ কৰে। ৪০ বছৰীয়া ব্যক্তিজন হায়দৰাবাদৰ দিলসুখ নগৰৰ শালিবাহানা নগৰ অঞ্চলৰ বাসিন্দা। ডিচেম্বৰৰ ৪ তাৰিখে তেওঁ পত্নী, পুত্ৰ আৰু আঠ বছৰীয়া কন্যাৰ সৈতে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰ (Sandhya Theatre in Hyderabad)লৈ গৈছিল। সেইদিনা ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰ আছিল। ছবিখনক লৈ তেওঁলোকৰ মাজত যথেষ্ট উৎসাহ আছিল। কিন্তু কোনেও অনুমান কৰিব নাছিল যে ছবিখনে এক সাংঘাটিক বিপদ কঢ়িয়াই আনিব। সংবাদ মাধ্যমৰ এক প্ৰশ্নৰ উত্তৰত ভাস্কৰে কয়, “মোৰ পত্নীৰ মৃত্যুৰ ১০ দিন হ’ল। মই তেওঁক ১০ দিন আগতে হেৰুৱালো। আজি আমাৰ ঘৰত সেই উপলক্ষে এক পূজা আছে। মই তাত আছো। মই আল্লুৰ গ্ৰেপ্তাৰৰ বিষয়ে নাজানিছিলো। মই অভিযোগটো উঠাই লব বিচাৰো। ’’

allu 3 | ASSAM TIMES POST
আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামী ভাস্কৰ মাগুদামপল্লীৰ

ভাস্কৰে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰিয় অভিনেতাজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰি কয়, “মই একো কোৱাৰ অৱস্থাত নাই। মই এতিয়ালৈকে সম্পূৰ্ণ বাতৰিটো চোৱা নাই। মোৰ ল’ৰা চিকিৎসালয়ত আছে। পূজাৰ পিছত মই তেওঁৰ ওচৰলৈ যাম। ল’ৰাক ভেণ্টিলেটৰত ৰখা হৈছে। ’’

অভিযোগটো উঠাই লোৱাৰ কথা ভবাৰ সংক্ৰান্তত ভাস্কৰে কয়, “মোৰ পত্নীৰ মৃত্যুত আল্লু অৰ্জুনৰ কোনো হাত নাই। মোৰ পুত্ৰই চিনেমাখন চাব বিচাৰিছিল। গতিকে আমি গৈছিলো। এইটো অভিনেতাজনৰ দোষ নহয়। আৰক্ষীয়ে মোক তেওঁৰ গ্ৰেপ্তাৰৰ বিষয়ে অৱগত কৰা নাছিল। ’’

উল্লেখ্য যে বিগত ১০ দিনত ভাস্কৰৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈ পৰিছে। তেওঁৰ পত্নীক হেৰুওৱাৰ বেদনা, তেওঁৰ একমাত্ৰ পুত্ৰৰ স্বাস্থ্যক লৈ উদ্বেগ এইবোৰে তেওঁৰ জীৱনত খেলিমেলি লগাইছে। ৪ তাৰিখে যেতিয়া তেওঁ চিনেমা চোৱাৰ আশাত পত্নী আৰু সন্তানৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল, তেতিয়া তেওঁ নাজানিছিল যে প্ৰিয় অভিনেতাজনক লগ পাব। তেওঁলোকে নাজানিছিল যে সেই অভিনেতাজনেই তেওঁলোকৰ জীৱনটো ওলট-পালট কৰি দিব।

আনহাতে, শুকুৰবাৰে অভিনেতাজনক গ্ৰেপ্তাৰৰ আঁৰত ভাস্কৰৰ অভিযোগো আছে। আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫, ১১৮ (১) আৰু ৩ (৫) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AlluArjunArrestedআল্লুঅৰ্জুনকগ্ৰেপ্তাৰ
Share5Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
55
Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক
Entertainment

Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

by News Desk
November 25, 2024
52
ADVERTISEMENT
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
53
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে
Sports News

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
51
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
Assam

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026
51
France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

February 17, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026

Categories

ALL NEWS (17418) Artificial Intelligence (3) Assam (13932) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3549) Lifestyle (24) literature (16) National-International (11534) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (509) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d