ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

নিউজ ডেস্কঃ

News Desk by News Desk
December 13, 2024
Reading Time: 1 min read
A A
0
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ (Actor Allu Arjun arrested)। ৪ ডিচেম্বৰত হায়দৰাবাদত ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত (Premiere of ‘Pushpa 2’) এগৰাকী মহিলাৰ পদপিষ্ট হৈ মৃত্যু (Woman dies in stampede) হোৱা আৰু আন কেইবাজনো লোক আহত হোৱা ঘটনা সন্দৰ্ভত তেওঁক গ্ৰেপ্তাৰ (Arrested in connection with the incident) কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২’ৰ ৪ নৱেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰিমিয়াৰ হৈছিল। তেলেগু অভিনেতাজন তাত উপস্থিত হোৱাৰ লগে লগে দৰ্শক আৰু অনুৰাগীসকলৰ মাজত যথেষ্ট ভিৰ হয়। তেওঁলোকৰ হেঁচা-ঠেলাত ছবিগৃহটোৰ মূল গেটখন ভাঙি যায়। এই ঘটনাত পদপিষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। আনহাতে, মহিলাগৰাকীৰ পুত্ৰ এতিয়াও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

Allu | ASSAM TIMES POST
‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

অভিযোগ অনুসৰি, অভিনেতাজনৰ দলটো বা ছবিগৃহ কৰ্তৃপক্ষই আৰক্ষীক পৰ্যাপ্ত তথ্য প্ৰদান কৰা নাছিল। ফলস্বৰূপে ছবিগৃহত ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আগতীয়াকৈ পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰিব পৰা নগ’ল।

হায়দৰাবাদ আৰক্ষীয়ে জনায় যে সন্ধ্যা থিয়েটাৰ কৰ্তৃপক্ষ, অৰ্জুন আৰু তেওঁৰ সুৰক্ষা দলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৫, ১১৮ (১) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত চিক্কাডপাল্লি আৰক্ষী থানাত গোচৰটো পঞ্জীয়ন কৰা হয়। তদন্ত আৰম্ভ কৰা হৈছে। হায়দৰাবাদ আৰক্ষীৰ ডিচিপিয়ে লগতে কয় যে ঘটনাটোৰ বাবে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইায়ৰ পদক্ষেপ হিচাপে অৰ্জুনক শুকুৰবাৰে হায়দৰাবাদৰ বানজাৰা পাহাৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

Tags: AlluArjunArrestedআল্লুঅৰ্জুনগ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক
Entertainment

Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

by News Desk
November 25, 2024
50
ADVERTISEMENT
West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ
Sports News

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
50
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি
National-International

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
50
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ
National-International

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026
50
বিহাৰবাসীৰ লগত প্ৰতাৰণা! চৰকাৰ ভংগ কৰাৰ পিছত নীতিশক আক্ৰমণ বিজেপিৰ
National-International

Nitish Kumar I মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ ! কিন্তু কিয় ?

March 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

West Indies Team : বিশ্বকাপৰ অভিযান সমাপ্ত হৈছিল পাঁচ দিন আগতে কলকতাত আবদ্ধ ৱেষ্ট ইণ্ডিজ দল, যাব পৰা নাই স্বদেশলৈ

March 5, 2026
US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

US Iran war : অতিথি হিচাপে ভাৰতলৈ যোৱা যুদ্ধজাহাজ ডুবোৱাৰ পৰিণতি ভুগিব লাগিব আমেৰিকাই, ইৰাণৰ ভাবুকি

March 5, 2026
Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

Attack on American ship : উত্তৰ উপসাগৰত জ্বলিছে আমেৰিকাৰ টেংকাৰ, দাবী তেহৰাণৰ

March 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx