ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

নিউজ ডেস্কঃ

News Desk by News Desk
March 21, 2025
Reading Time: 1 min read
A A
0
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

২০২২ চনৰ এপ্ৰিল মাহত বিবাহপাশত আবদ্ধ হৈছিল ৰণবীৰ কাপুৰ-আলিয়া ভাটে (Ranbir Kapoor- Alia Bhatt)। সেই বছৰৰ জুন মাহত আলিয়াই এটি সন্তান (Child) জন্মৰ ভাল খবৰটো শ্বেয়াৰ কৰে। নৱেম্বৰ মাহত জন্ম হৈছিল কন্যা ৰাহা কাপুৰৰ। চাওঁতে চাওঁতে কণমানি ৰাহাই দুবছৰ অতিক্ৰম কৰিলে। এইবাৰ পুনৰ পৰিয়াল বৃদ্ধিৰ পৰিকল্পনা আৰম্ভ কৰিছে ৰণবীৰ-আলিয়াই। অভিনেতাগৰাকীৰ কথাত ইয়াৰ ইংগিত পোৱা গৈছে!

কাপুৰ দম্পতীয়ে ‘হম দো, হামাৰে দো’ত বিশ্বাস কৰে। বিয়াৰ পূৰ্বে বিভিন্ন সাক্ষাৎকাৰত তেওঁলোকৰ ইচ্ছাৰ কথা কৈছিল ৰণবীৰ পৰিয়ালে। ছোৱালীজনী অলপ ডাঙৰ হোৱাৰ লগে লগে দ্বিতীয় সন্তানৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে।

alia | ASSAM TIMES POST
পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

কন্যাৰ জন্মৰ পিছত ইতিমধ্যে ৰণবীৰ এজন ব্যক্তি হিচাপে সলনি হৈছে, আলিয়াই বহুবাৰ এই কথা কৈছে। তেওঁৰ গাত কন্যাৰ নাম টেটু কৰিছে। সেইটো আছিল ৰণবীৰৰ প্ৰথম টেটু। এইবাৰ দ্বিতীয়টো টেটুৰ বাবে অপেক্ষা কৰি আছে অভিনেতাগৰাকীয়ে।

শেহতীয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “মই অতি সোনকালে দ্বিতীয়টো টেটু কৰিম।” হয়তো ৮ সংখ্যা সম্পৰ্কিত হ’ব পাৰে, বা মোৰ দ্বিতীয় সন্তানৰ নামো‌ হ’ব পাৰে।” সম্প্ৰতি আলিয়ায়ো এটা পডকাষ্টত দ্বিতীয় সন্তানৰ প্ৰসঙ্গ উল্লেখ কৰিছে। এইবাৰ ৰণবীৰৰ কথাতো একেই সুৰ। তেনেহ’লে কি অভিনেত্ৰীগৰাকী পুনৰ গৰ্ভৱতী নেকি! অৱশ্যে সেই সন্দৰ্ভত দম্পতীহালে স্পষ্টকৈ একো কোৱা নাই। কাপুৰ পৰিয়ালৰ বহুতৰে দুটা সন্তান আছে। আলিয়া-ৰণবীৰে সেই পৰম্পৰা ধৰি ৰাখিব নেকি? এতিয়া তাকে লৈ চৰ্চা চলিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AliyaBhatpregnancyআলিয়াভাটগৰ্ভৱতী
Share5Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
55
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
57
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
55
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
57
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
55
Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক
Entertainment

Elon Mask : ‘আইৰন মেন’ৰ অৱতাৰত দেখা যাব ইলন মাস্কক

by News Desk
November 25, 2024
52
ADVERTISEMENT
CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ
KARBI ANGLONG

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
53
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে
Sports News

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
51
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ
Assam

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026
51
France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা
National-International

France India deals : ভাৰতক মহাকাশ প্ৰযুক্তি বিক্ৰী কৰিব ফ্ৰান্সে, মোদী-মেক্ৰনৰ বৈঠকৰ প্ৰাকক্ষণত ঘোষণা

February 17, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

CM Diphu visit : ডিফুত কাৰ্বি পুৰোহিতক আৰ্থিক সাহায্য আৰু আত্মনিৰ্ভৰ অসম অভিযানৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ

February 17, 2026
Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

Australia out from WC : বিশ্বকাপৰ পৰা বিদায় অষ্ট্ৰেলিয়াৰ, ছুপাৰ এইটত জিম্বাবুৱে

February 17, 2026
Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

Assam Assembly Budget Session : হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

February 17, 2026

Categories

ALL NEWS (17418) Artificial Intelligence (3) Assam (13932) BREAKING NEWS (6492) Business (34) crime (26) cultural (5) Digital Transformation (3) DIPHU (4) Economy (101) Editorial (17) EDUCATION AND TECHNOLOGY (103) election (4) Entertainment (768) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2065) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3549) Lifestyle (24) literature (16) National-International (11534) NORTHEAST (896) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (2) Social Media (3) Sports News (509) Stories (16) Tech (14) Technology (3) Travel (6) Uncategorized (15) Video News (90)  অপরাধ (2)  কাৰ্বি আংলঙ (11) আসাম (2)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d