KARBI ANGLONG

Karbi Anglong News - Daily News and Latest Happenings from Karbi Anglong  

কাৰবি আংলঙৰ ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা:

কাৰবি আংলঙৰ ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী বঁটা:

ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু:ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰ বাবে মনোনিত হ'ল কাৰবি আংলঙৰ কবি সাহিত্যিক ধনেশ্বৰ ইংতিক ৷ বালিমাহী কবি ৰূপে স্বিকৃতি...

দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : আজি সমগ্ৰ দেশৰ লগত সংগতি ৰাখি চৰকাৰী আদর্শ মহাবিদ্যালয় দেইথৰৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত "ৰাষ্ট্ৰীয় ভোটাৰ"...

কাৰবি আংলঙৰ তিনি আৰক্ষী কনিষ্টবললৈ ৰাষ্ট্ৰপতি পদক

কাৰবি আংলঙৰ তিনি আৰক্ষী কনিষ্টবললৈ ৰাষ্ট্ৰপতি পদক

ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : কাইলৈ উদযাপিত হ'বলগীয়া ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰবি আংলং জিলা আৰক্ষী প্ৰশাসনলৈ আহিছে এক সুখবৰ...

কাৰবি শান্তি চুক্তিক লৈ অসন্তুষ্টিপ্ৰকাশ কৰি ডিফুত সৰ্বদলীয় বৈঠক

কাৰবি শান্তি চুক্তিক লৈ অসন্তুষ্টিপ্ৰকাশ কৰি ডিফুত সৰ্বদলীয় বৈঠক

ছাইদুল ইছলাম ডিফু : যোৱা ৪ ছেপ্তেম্বৰত নতুন দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে কাৰবি আংলঙৰ ছটাকৈ অস্ত্ৰবিৰত উগ্ৰপন্থী সংগঠনৰ...

ডিফুত অনুষ্টুপীয়াকৈ নেতাজী ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

ডিফুত অনুষ্টুপীয়াকৈ নেতাজী ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি কৰ'নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ নেতাজী সুভাষ চন্দ্ৰ...

কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা! ডিফুত বৃহৎ পৰিমাণৰ বিষ্ফোৰক অস্ত্ৰ-শস্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা! ডিফুত বৃহৎ পৰিমাণৰ বিষ্ফোৰক অস্ত্ৰ-শস্ৰৰ ভাণ্ডাৰ উদ্ধাৰ

ষ্টাফ ৰিপ'ৰ্টাৰ ডিফু : গণৰাজ্য দিৱসলৈ মাত্ৰ ৪টা দিন বাকী থকা মুহূৰ্তত পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত উদ্ধাৰ হৈছে বৃহৎ...

ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিৰ তদন্তৰ ঘোষণা পৰিষদৰ

ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তিৰ তদন্তৰ ঘোষণা পৰিষদৰ

ছাইদুল ইছলাম ডিফু : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমি সংৰক্ষণ বিভাগত অবৈধ নিযুক্তি সন্দৰ্ভত ৰাইজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৱাৰলংকি...

Page 128 of 301 1 127 128 129 301
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.