Supreme Court of India : সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিয়ে ধৰ্ম-জাতি-ভাষাৰ ভিত্তিত কোনো বিশেষ সম্প্ৰদায়ক আক্ৰমণ কৰিব নোৱাৰে, উচ্চতম ন্যায়ালয়
সাংবিধানিক পদত অধিষ্ঠিত (Constitutionally established position) হৈ কোনো ব্যক্তিয়ে কোনো বিশেষ সম্প্ৰদায়ক ধৰ্ম (Riligion), জাতি (Caste), ভাষা বা অঞ্চলৰ ভিত্তিত...
















