ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

News Desk by News Desk
May 11, 2026
Reading Time: 1 min read
A A
0
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

ইতিহাস সৃষ্টি কৰি মঙলবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত বিজেপি চৰকাৰ (Assam BJP Govt.) আৰু দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই শপত গ্ৰহণ (Oath taking) কৰিব। ইয়াৰ বাবে খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক আয়োজন কৰা হৈছে। তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিজে প্ৰস্তুতিৰ বুজ লয়। মঙলবাৰে অনুষ্ঠিত হ’বলগা অনুষ্ঠানত লক্ষাধিক লোকৰ সমাবেশ হ’ব বুলি ইতিমধ্যে ৰাজ্যিক বিজেপিয়ে প্ৰকাশ কৰিছে। এই অনুষ্ঠানত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ নবীনকে আদি কৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

মঙলবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অশংগ্ৰহণ কৰিবলৈ সোমবাৰে নিশা ১০.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ’ব। তেওঁ নিশাটো কইনাধৰাত কটাব। অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো সোমবাৰে নিশাৰ ভিতৰত গুৱাহাটীত উপস্থিত হ’ব৷

as1 | ASSAM TIMES POST
মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

আনহাতে, ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ উপৰি দেশৰ বিশিষ্ট উদ্যোগপতি, বিদেশী ৰাষ্ট্ৰদূত, অসমৰ সত্ৰাধিকাৰসকল, দলৰ কাৰ্যকৰ্তা, বুথ কমিটীৰ সভাপতিসকল উপস্থিত থাকিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। উল্লেখ্য যে মঙলবাৰে দিনৰ ১১ বজাত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব৷

অৱশ্যে বিজেপি নেতৃত্বাধীন তৃতীয় এনডিএ চৰকাৰত কোনে কোনে মন্ত্ৰিত্ব লাভ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। মঙলবাৰে পুৱা ৭ বজাতহে এই বিষয়ে জ্ঞাত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সোমবাৰে নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে আলোচনাৰ পিছত নতুন মন্ত্ৰীসভা সন্দৰ্ভত সিন্দান্ত গ্ৰহণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। আনহাতে, শপত গ্ৰহণ অনুষ্ঠানৰ বাবে জালুকবাৰীৰ পৰা খানাপাৰালৈ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথটো ৱান ৱে’ হ’ব বুলি ইতিমধ্যে প্ৰশাসনে জনাইছে। ইয়াৰ উপৰি পুৱা ৭ বজাৰ পৰা নিশালৈকে উক্ত পথছোৱাৰে সকলোধৰণৰ গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন তথা যান-বাহন আৰক্ষীয়ে।

Tags: AssamCMOath
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx