Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
ইতিহাস সৃষ্টি কৰি মঙলবাৰে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত বিজেপি চৰকাৰ (Assam BJP Govt.) আৰু দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডঃ ...







