Assam

Assam News - Latest news in Assamese and English from Assam

বোকাখাতত নিশা ৰাজপথত উদ্ধাৰ পৰিত্যক্ত জীৱিত নৱজাতক

বোকাখাতত নিশা ৰাজপথত উদ্ধাৰ পৰিত্যক্ত জীৱিত নৱজাতক

ASSAM TIMES POST বোকাখাতঃ মানৱীয়তাৰ অপমৃত্যুৰ চূড়ান্ত উদাহৰণ দেখা পোৱা গ’ল কালি নিশা বোকাখাত চহৰৰ মাজ মজিয়াত। বোকাখাত নাট্য মন্দিৰৰ...

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ঐতিহ্যমণ্ডিত ২৬৪ বছৰীয়া ‘বোকাখেচা’ ভাওনা মহোৎসৱৰ আয়োজন

শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ঐতিহ্যমণ্ডিত ২৬৪ বছৰীয়া ‘বোকাখেচা’ ভাওনা মহোৎসৱৰ আয়োজন

ASSAM TIMES POST তেজপুৰ: সংস্কৃতিৰ কঠীয়াতলী শোণিতপুৰ জিলাৰ গৌৰৱ জামুগুৰিহাট অঞ্চল ৷ জামুগুৰিহাটৰ পাতলৰচুক গাৱঁত ২৬৪ বছৰীয়া গৌৰৱোজ্বল ইতিহাসেৰে সমৃদ্ধ...

ডিফু ৰেল ষ্টেচনক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে’ৰ পত্ৰ অৰ্পণ

অসম সাহিত্য সভাই পূৰ্বৰ দৰে শিশু সাহিত্য প্ৰকাশ কৰা নাইঃ শান্তনু তামুলী

ASSAM TIMES POST গোলাঘাটঃ ‘শিশু সাহিত্যৰ উন্নয়নৰ বাবে বৰ্তমান অসমৰ বিশ্ববিদ্যালয়সমূহ আগবাঢ়ি আহিছে। অসমৰ বহু প্ৰতিষ্ঠিত সাহিত্যিকেও  শিশু সাহিত্যৰ বাবে আগবাঢ়ি...

বোকাখাতত তৎক্ষানিকভাৱে হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’ৰ উন্মোচন

বোকাখাতত তৎক্ষানিকভাৱে হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’ৰ উন্মোচন

ASSAM TIMES POST বোকাখাতঃ বিজ্ঞান প্ৰদত্ত কৃত্ৰিমতাৰ পৰা আঁতৰি হাতৰ বিদ্যাৰ নিপুনতাৰে নিজক পুনৰ শিল্পীসূলভ কৰি তুলিব খোজাৰ প্ৰৱণতা অদ্যাপি...

কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি

কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ আলোচনী ‘মানিম’ৰ চতুৰ্থ বৰ্ষপূৰ্তি

পদ্মশ্ৰী ৰংবং তেৰাঙে উন্মোচন কৰিলে বিদ্যাছিং ৰংপিৰ 'লামজিৰ চিকিপ ইছি', ‘প্ৰতিক্ষা’ ASSAM TIMES POST ডিফুঃ কাৰ্বি ৰাইটাৰ্ছ ক্লাবৰ মাহেকীয়া আলোচনী...

‘এলাহ ভাৱ আহিবলৈ নিদিয়াটোৱেই শৰীৰ চৰ্চাৰ প্ৰধান অংক’

‘এলাহ ভাৱ আহিবলৈ নিদিয়াটোৱেই শৰীৰ চৰ্চাৰ প্ৰধান অংক’

ASSAM TIMES POST -বনানী শৰ্মা- ‘হিয়া দিয়া নিয়া’, ‘নায়ক’ৰপৰা আৰম্ভ কৰি কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰত অভিনয় কৰি দৰ্শকৰ মনত স্থান লাভ...

এনআৰচিক লৈ ভুল বুজাবুজি নোহোৱা কৰকঃ মুখ্যমন্ত্ৰী

এনআৰচিক লৈ ভুল বুজাবুজি নোহোৱা কৰকঃ মুখ্যমন্ত্ৰী

ASSAM TIMES POST গুৱাহাটীঃ অহা ৩১ আগষ্টত উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পাবলগীয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ৰাজ্যৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে...

নামনি সোৱণশিৰি প্ৰকল্পঃ এনএইছপিচিক গ্ৰীণ চিগনেল অসম চৰকাৰৰ

নামনি সোৱণশিৰি প্ৰকল্পঃ এনএইছপিচিক গ্ৰীণ চিগনেল অসম চৰকাৰৰ

ASSAM TIMES POST গুৱাহাটীঃ ২ হাজাৰ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণলৈ শুকুৰবাৰে সেউজ সংকেত প্ৰদান কৰিলে ৰাজ্য চৰকাৰে।...

নগাঁৱত জন্মাষ্টমী পালনঃ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

নগাঁৱত জন্মাষ্টমী পালনঃ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

ASSAM TIMES POST নগাঁওঃ ৰাজ্যৰ বিভিন্ন স্থানত শুকুৰবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় শ্ৰীশ্ৰী কৃষ্ণৰ জন্মোৎসৱ। নগাঁৱৰ প্ৰতিটো নামঘৰত জন্মাষ্টমী উপলক্ষে...

Page 1305 of 1307 1 1,304 1,305 1,306 1,307
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.