ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসম সাহিত্য সভাই পূৰ্বৰ দৰে শিশু সাহিত্য প্ৰকাশ কৰা নাইঃ শান্তনু তামুলী

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2019
Reading Time: 1 min read
A A
0
ডিফু ৰেল ষ্টেচনক উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীলৈ সাংসদ হৰেণছিং বে’ৰ পত্ৰ অৰ্পণ

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

logo atp | ASSAM TIMES POSTASSAM TIMES POST

গোলাঘাটঃ ‘শিশু সাহিত্যৰ উন্নয়নৰ বাবে বৰ্তমান অসমৰ বিশ্ববিদ্যালয়সমূহ আগবাঢ়ি আহিছে। অসমৰ বহু প্ৰতিষ্ঠিত সাহিত্যিকেও  শিশু সাহিত্যৰ বাবে আগবাঢ়ি নাহে। এনে সময় আছিল যি সময়ত অসমৰ  প্ৰতি গৰাকী পুৰোধা সাহিত্যিকে শিশু সাহিত্য সৃষ্টি কৰিছিল।’, এই মন্তব্য বিশিষ্ট শিশু সাহিত্যিক, মৌচাক মামা শান্তনু তামুলীৰ।

গোলাঘাটত শনিবাৰে লেখিকা সুৰাঙ্গনা হাজৰিকাই ৰচনা কৰা শিশুৰ গল্প পুথি ‘দোকমোকালিৰ বেলি’ উন্মোচন কৰি শিশু আলোচনী মৌচাকৰ সম্পাদকগৰাকীয়ে এনেদৰে মন্তব্য কৰে৷ সাহিত্যিকগৰাকীয়ে আক্ষেপেৰে কয় যে পূৰ্বতে অসম সাহিত্য সভাই বহু শিশু গ্ৰন্থ প্ৰকাশ কৰিছিল। সেইদৰে বৰ্তমান অসম সাহিত্য সভাই শিশু সাহিত্য প্ৰকাশ কৰা নাই। শিশু সাহিত্যই এক পৰিবেশ দিছিল আজি কিন্তু এই সাহিত্য নিশকটীয়াৰ পিনে গতি কৰিছে।

শিশু সাহিত্য ৰচনা কৰোতে কাৰ কাৰণে ৰচনা কৰিছে সেই কথা বাছি কৰিব লাগে বুলিও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। গোলাঘাট শাখা সাহিত্য সভাৰ কাৰ্যালয় পণ্ডিত হেমচন্দ্ৰ গোস্বামী স্মৃতি ভৱনত শাখা সাহিত্য সভাৰ সভানেত্ৰী অপৰাজিতা বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত  বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে গ্ৰন্থখনৰ প্ৰকাশক  ক্ষীৰোদ কুমাৰ গোস্বামী, শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ডাঃ অজিত বৰুৱা আৰু পূণ্যেশ্বৰ পূজাৰী আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লাৱণ্য গগৈ। গ্ৰন্থ উন্মোচনী সভাৰ উদ্যোক্তা পলাশ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত  গীত পৰিবেশন কৰে স্বাক্ষী খাৰঘৰীয়াই।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Hot
Share10Tweet7Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
50
Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk
Assam

Assam: Eviction Drive Resumes at Lutumari Forest, 600 Families at Risk

by ASSAM TIMES POST
October 18, 2026
50
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
50
Encounter in Rongia : ৰঙিয়াত ডকাইতক এনকাউণ্টাৰ
Assam

Assam Shocker: Robbery Accused Injured in Police Firing at Rangia

by News Desk
October 17, 2026
57
Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান
Assam

Eviction drive : সৰুপথাৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ চলিল উচ্ছেদ অভিযান

by News Desk
October 17, 2026
54
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
Assam

Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি

by News Desk
October 17, 2026
54
ADVERTISEMENT
Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক
Guwahati

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

October 19, 2026
50
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ
National-International

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

October 19, 2026
50
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮
National-International

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

October 19, 2026
50
দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

October 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

Bihari youth missing : গুৱাহাটীত ৰহস্যজনকভাৱে সন্ধানহীন বিহাৰৰ যুৱক

October 19, 2026
China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

China spy : চীনৰ চোৰাংচোৱাৰ ফান্দত ভাৰতীয় সেনা বিষয়াৰ পত্নী, শিক্ষাবিদৰ পৰিচয় দি প্ৰতিৰক্ষা সংক্ৰান্ত তথ্য লুট কৰাৰ অভিযোগ

October 19, 2026
Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

Tragic road accident : ২০ শ্ৰমিকক মহতিয়াই পলায়ন চালকৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৮

October 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d