ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতত তৎক্ষানিকভাৱে হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’ৰ উন্মোচন

ASSAM TIMES POST by ASSAM TIMES POST
August 24, 2019
Reading Time: 1 min read
A A
0
বোকাখাতত তৎক্ষানিকভাৱে হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’ৰ উন্মোচন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বোকাখাতঃ বিজ্ঞান প্ৰদত্ত কৃত্ৰিমতাৰ পৰা আঁতৰি হাতৰ বিদ্যাৰ নিপুনতাৰে নিজক পুনৰ শিল্পীসূলভ কৰি তুলিব খোজাৰ প্ৰৱণতা অদ্যাপি আছে মানুহৰ। ছপাৰ আৱিষ্কাৰৰ পূৰ্বে প্ৰাকৃতিক আহিলাকে সাৰোগত কৰি লিখাৰ দৰে আজিও হাতে লিখা গধুৰ ভাৱসম্পন্ন, সুন্দৰ আলোচনীৰ আমাৰ মাজত প্ৰচলন আছে।

বোকাখাতৰ কুৰুৱাবাহী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি, ৰজাবাৰী অংকুৰণ শাখা সাহিত্য সভা আৰু ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ যৌথ উদ্যোগত চলি থকা টেট প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকলে তাৎক্ষনিক হাতে লিখি উলিয়ালে এনে এখনি হাতে লিখা ব্যতিক্ৰমী আলোচনী ‘বৰ্ণলিপি’। যোৱা ২৩ আগষ্টত ‘বৰ্ণলিপি’ উন্মোচন কৰি উন্মোচনী ভাষণত বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক তথা বিশিষ্ট প্ৰবন্ধকাৰ, গল্পকাৰ ড° ৰুবী বৰাই এয়া তেওঁৰ জীৱনৰ অনন্য অভিজ্ঞতা বুলি ব্যক্ত কৰি কয় যে এই কামত জড়িতসকল নিতান্তই আদৰণীয়।

IMG 20190824 WA0026 | ASSAM TIMES POST

আগলি কলাপাত দুখনেৰে মেৰিয়াই কলৰ বউখাৰে বন্ধা এটা টোপোলাত উন্মোচনৰ বাবে অতি আকৰ্ষণীয়ভাৱে উলিয়াই দিয়া হৈছিল সুন্দৰ বেটুপাতৰ হাতে লিখা আলোচনী ‘বৰ্ণলিপি’। প্ৰশিক্ষণৰ সমন্বয়ক বুবুল বৰাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় প্ৰশিক্ষণৰ জ্যেষ্ঠ সমন্বয়ক যাদৱ চন্দ্ৰ হাজৰিকা, বিশিষ্ট লেখক মুহিৰাম লয়িং আৰু সমাজকৰ্মী গোৱিন দাসে। এই ব্যতিক্ৰমী কাৰ্যসূচীৰ অনুভৱ ব্যক্ত কৰি বক্তব্য প্ৰদান কৰে প্ৰশিক্ষাৰ্থী ইপ্সিতা দত্ত আৰু সত্যব্ৰত ভূঞাই। অনুষ্ঠানত টেট প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীসকল, প্ৰশিক্ষণৰ উদ্যোক্তাসকলৰ লগতে ভালেসংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Assam

Assam Cabinet : অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

by News Desk
June 13, 2026
50
ADVERTISEMENT
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ
NORTHEAST

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
50
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান
National-International

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

June 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

Arunachal flood : প্ৰকৃতিৰ ৰোষত অৰুণাচল, ভয়াৱহ বান-ভূমিস্খলনত এজনৰ মৃত্যু, নিৰুদ্দেশ

June 25, 2026
CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

CBI raid : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসমকে ধৰি দেশৰ ১৬ ৰাজ্যত চিবিআইৰ অভিযান

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx