ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত জন্মাষ্টমী পালনঃ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা

ASSAM TIMES POST by ASSAM TIMES POST
August 23, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
নগাঁওঃ ৰাজ্যৰ বিভিন্ন স্থানত শুকুৰবাৰে উলহ-মালহেৰে উদযাপন কৰা হয় শ্ৰীশ্ৰী কৃষ্ণৰ জন্মোৎসৱ। নগাঁৱৰ প্ৰতিটো নামঘৰত জন্মাষ্টমী উপলক্ষে নাম-প্ৰসংগ কৰা হয়। বিগত বৰ্ষসমূহৰ দৰে এইবছৰো নগাঁৱৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰ প্ৰাংগণত বিশ্ব হিন্দু পৰিষদৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পৰিষদে উদযাপন কৰে জন্মাষ্টমী।

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

উল্লেখযোগ্য যে ১৯৬৪ চনৰ ২৯ আগষ্টত মুম্বাইৰ পুনে চহৰৰ সন্দীপনি আশ্ৰমত পৱিত্ৰ অষ্টমী তিথিৰ দিনা বিশ্ব হিন্দু পৰিষদৰ জন্ম হৈছিল আৰু তেতিয়াৰ পৰাই পৰিষদে জন্মাষ্টমী উদযাপন কৰি আহিছে। শুকুৰবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পাছতেই শিশু কৃষ্ণৰ ভাও প্ৰতিযোগিতা আৰম্ভ হয়। সমান্তৰালভাৱে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যায় এক দৃষ্টিনন্দন বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।

শোভাযাত্ৰাত নাম-কীৰ্তন, খোল-তাল, নাগাৰাৰ ধ্বনিয়ে চৌপাশৰ পৰিবেশ পৱিত্ৰ কৰি তোলে। শ্ৰীশ্ৰী কৃষ্ণৰ জন্মোৎসৱত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ লগতে বহুসংখ্যক ৰাইজে অংশগ্ৰহণ কৰে। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানটো কৃষ্ণৰ জন্মোৎসৱ উপলক্ষে ভালেসংখ্যক ভক্তৰ সমাগম হয়। ৰাইদঙীয়াৰ কৰচুং সত্ৰটো জন্মাষ্টমী উদযাপন কৰা হয়।

Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx