Autonomous State I স্বায়ত্তৰাজ্যৰ দাবীত পুণৰ দিল্লী কঁপাব, কাধাছকমে, ২৯ জুলাইত নতুন দিল্লীৰ যন্তৰ-মন্তৰত ৰূপায়ণ কৰিব অৱস্থান ধৰ্ণা
ডিফুত কাধাছকমৰ নেতৃবৰ্গই এক সংবাদমেলৰ জৰিয়তে স্বায়ত্তৰাজ্যৰ(Autonomous State) দাবীত যন্তৰ-মন্তৰত ধৰ্ণাৰ কথা সদৰি কৰে ৷কাধাছকমৰ সভাপতি অজিত তিমুঙে সংবাদমেল সম্বোধন ...
















