ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলঙৰ উন্নয়ন: বিজেপিৰ শাসনৰ সময়ত অভূতপূৰ্ব পৰিৱৰ্তন

ডিফুত বিজেপিৰ সংবাদমেল, কংগ্ৰেছক তীব্ৰ সমালোচনা

ASSAM TIMES POST by ASSAM TIMES POST
July 5, 2025
Reading Time: 1 min read
A A
0
কাৰ্বি আংলঙৰ উন্নয়ন: বিজেপিৰ শাসনৰ সময়ত অভূতপূৰ্ব পৰিৱৰ্তন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : শণিবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফু এইছপিচিএফ কাৰ্যালয়ত পূৱ কাৰ্বি আংলং জিলা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ লাইচান ইংলেঙে কয়যে, বিজেপিৰ আমোলত পাহাৰীয়া জিলা কাৰ্বি আংলঙত অভূতপূৰ্ব উন্নয়ন হৈছে ৷ কংগ্ৰেছৰ শাসন কালত জিলাখনত অপ শাসন হৈছিল ৷ জাতি -জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷

ডিফুত বিজেপিৰ সংবাদমেল, কংগ্ৰেছক তীব্ৰ সমালোচনা
ডিফুত বিজেপিৰ সংবাদমেল, কংগ্ৰেছক তীব্ৰ সমালোচনা

ছাৰচিম প্ৰিচেকৰ দৰে ঠাইত নিৰিহৰ তেজ বৈছিল সেইবোৰ কংগ্ৰেছৰ দিনত হৈছিল ৷ নিজৰ ভূমিত নিজে সাহায্য শিৱিৰত থাকিব লগীয়া হৈছিল ৷ এতিয়া বিজেপিৰ শাসন কালত জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশ হৈছে বুলি কয় নেতা গৰাকীয়ে ৷ নিজৰ প্ৰয়াত পিতৃ তৰণ গগৈৰ শাসন কালত কাৰ্বি আংলঙৰ জনজাতীয় লোকৰ মাজত সংঘাত আৰু বিভিন্ন অপশাসনৰ বাবে গৌৰৱ গগৈয়ে কাৰ্বি আংলং বাসীক ক্ষমা খুজিব লাগিছিল তাকে নকৰি তুলিৰাম ৰংহাঙ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত হোৱা কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশত হেঙাৰ হৈ থিয় দিছে মন্তব্য কৰে লাইচান ইংলেঙে ৷

Tags: অপ শাসনঅসমঅসমৰ উন্নয়নউন্নয়নউন্নয়ন আৰু বিকাশকংগ্ৰেছকাৰ্বি আংলঙকাৰ্বি আংলঙৰ ইতিহাসগৌৰৱ গগৈছাৰচিম প্ৰিচেকজাতি-জনগোষ্ঠীঠাইৰ নিৰিহৰতৰণ গগৈপূৱ কাৰ্বি আংলংবিজেপিবিজেপি কাৰ্যকলাপবিজেপিৰ শাসনভাৰতীয় ৰাজনীতি.লাইচান ইংলেঙসংঘাতসংবাদসংবাদমেলসহায় শিৱিৰৰাজনীতি
Share4Tweet3Send

Related Posts

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ
KARBI ANGLONG

বোকাজানত নিচাজাতীয় সামগ্ৰী উদ্ধাৰ

by Staff Reporter
June 17, 2026
50
Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Body recovered : লাহৰিজানত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by News Desk
June 15, 2026
50
হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান
KARBI ANGLONG

হাওৰাঘাটত দিনজোৰা কাৰ্যসূচীৰে বিজেপিৰ বুথ সন্মিলন সম্পন্ন: বিধায়ক লুনচিং টেৰণৰ বিশেষ পুৰস্কাৰ প্ৰদান

by Staff Reporter
June 14, 2026
50
Youth Death I ঘোগাজানত পিছলি এজন যুৱকৰ কৰুণ মৃত্যু
KARBI ANGLONG

‎বোকাজানত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

by Staff Reporter
June 14, 2026
50
Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য
KARBI ANGLONG

Sanjeev Teron Death : কাৰ্বি আংলঙত দুৰ্বৃত্তৰ আক্ৰমণত আহত যুৱকৰ মৃত্যু, তীব্ৰ চাঞ্চল্য

by News Desk
June 11, 2026
50
Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ
KARBI ANGLONG

Woman killed । পশ্চিম কাৰ্বি আংলঙত শহুৰেক-শাহুৱেকৰ হাতত প্ৰাণ গ’ল বোৱাৰীয়েকৰ

by Staff Reporter
June 11, 2026
50
ADVERTISEMENT
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
50
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ
National-International

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
50
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ
National-International

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026
50
Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ
National-International

Pakistani Navy : বংগোপসাগৰত ছাবমেৰিন মোতায়েনৰ পৰিকল্পনা পাকিস্তানৰ

June 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

9-Year-Old’s Body Found in Suitcase in Delhi :

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

June 19, 2026
BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

BrahMos missile । হাইপাৰছনিক হ’ব ছুপাৰছনিক ব্ৰহ্মছ মিছাইল, ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগ

June 19, 2026
G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

G7 in France : ফ্ৰান্সত জি-৭ সন্মিলনত ইটালীৰ সুন্দৰী প্ৰধানমন্ত্ৰীক চুম্বনৰ চেষ্টা জেলেনস্কিৰ

June 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx