ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলংত ৰাজনীতিৰ প্ৰতিযোগিতা: কংগ্ৰেছ-বিজেপি বিতৰ্ক আৰু উন্নয়ন দাবী

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 1, 2025
Reading Time: 1 min read
A A
0
কাৰ্বি আংলংত ৰাজনীতিৰ প্ৰতিযোগিতা: কংগ্ৰেছ-বিজেপি বিতৰ্ক আৰু উন্নয়ন দাবী

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

কাৰ্বি আংলং জিলা কংগ্ৰেছৰ নেতৃবর্গই আজি গুৱাহাটীত প্রদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত কাৰ্বি আংলং জিলাত বিজেপি চৰকাৰৰ দিনত অবাধ হাৰত দুর্নীতি-ভ্রষ্টাচাৰ সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰিছিল। আনহাতে,  আজি বিয়লি কার্বি আংলং জিলা বিজেপিয়ে ডিফুত এখন সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ নেতৃবৰ্গক উভতি দৰে। বিজেপি দলৰ মুখপত্ৰসকলে সংবাদমাধ্যমৰ আগত কয় যে- কার্বি আংলং জিলাত কংগ্ৰেছৰ আমোলত অবাধ দুর্নীতি সংঘটিত হৈছিল।

কাৰ্বি আংলংত ৰাজনীতিৰ প্ৰতিযোগিতা: কংগ্ৰেছ-বিজেপি বিতৰ্ক আৰু উন্নয়ন দাবী
কাৰ্বি আংলংত ৰাজনীতিৰ প্ৰতিযোগিতা: কংগ্ৰেছ-বিজেপি বিতৰ্ক আৰু উন্নয়ন দাবী

বিজেপিৰ আমোলত এতিয়া দুয়োখন পার্বত্য জিলাত তুলিৰাম ৰংহাঙৰ নেতৃত্বত অভূতপূর্ব উন্নয়ন সাধন হৈছে বুলি দাবী কৰে। দুয়োখন পার্বত্য জিলাত ২২ হাজাৰ কোটি টকাৰে এতিয়া পথ নির্মাণ হৈ থকা বুলি দাবী কৰি কংগ্ৰেছৰ আমোলত জিলাখনৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিবলৈ কংগ্ৰেছ নেতৃবর্গক প্রত্যাহ্বান জনায়। ক্রীড়া ক্ষেত্রত বিশেষকৈ আন্তঃগাঁথনি নির্মাণত এতিয়া কার্বি আংলং জিলা অসমৰ ভিতৰতে আগস্থানত থকা বুলি উল্লেখ কৰি কংগ্ৰেছৰ আমোলত এয়া সম্ভব হোৱা নাছিল বুলি দাবী কৰে। প্রাক্তন বিধায়ক তথা জিলা কংগ্ৰেছৰ উপ-সভাপতি জগতছিং ইংতিক আক্ৰমণৰ লক্ষ্য কৰি কয় যে- জগতছিং ইংতি বিজেপি দলত কার্যবাহী সদস্য হৈ থাকোতে তেওঁব সৰুপথাৰ পৰিষদীয় সমষ্টিত মিনি স্টেডিয়ামৰ নিৰ্মাণ কৰা হৈছিল।

এই স্টেডিয়াম নির্মাণত যদি কিবা অনিয়ম সংঘটিত হৈছে তেনেহ’লে তাৰ বাবে দায়ী জগতছিং ইংতি। কংগ্ৰেছৰ আমোলত সমগ্র পার্বত্য জিলা দুখনত কেৱল ভাতৃঘাতী সংঘাত হোৱা বুলি উল্লেখ কৰি বিজেপিৰ আমোলত এতিয়া দুয়োখন পার্বত্য জিলালৈ শান্তিৰ পৰিৱেশ ঘুৰি অহা বুলি বিজেপি দলে দাবী কৰে। তুলিৰাম ৰংহাঙৰ ব্যক্তিগত ফার্ম আৰু বাসগৃহ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বিজেপি দলৰ মুখপত্র সকলে কয় যে, এই ফাৰ্মৰ ভূমি তুলিৰাম ৰংহাঙে পৰিষদলৈ নির্বাচিত হোৱাৰ পূর্বেই লোৱা।

ইয়াত কোনো দুর্নীতি-অনিয়ম হোৱা নাই বুলি দাবী কৰি তেওঁৰ ডায়েৰী ফার্ম আৰু আন ব্যক্তিগত ফাৰ্মৰ জৰিয়তে নতুন প্রজন্মক কৃষি কর্মৰ প্রতি উৎসাহিত কৰা বুলি দাবী কৰে। বিজেপিৰ আমোলত হোৱা উন্নয়নক স্বীকাৰ কৰি ল’বলৈ কংগ্ৰেছ নেতৃবর্গক আহ্বান জনাই কেবল ৰাজনীতি কৰাৰ স্বাৰ্থতে অপপ্ৰচাৰত লিপ্ত নহ’বলৈ সকিয়াই দিয়ে।

Tags: অপপ্ৰচাৰঅভিযোগঅসমআন্তঃগাঁথনিউন্নয়নউন্নয়নক স্বীকাৰউপ-সভাপতি.কাৰ্বি আংলংকাৰ্যবাহী সদস্যকৃষি কর্মক্ৰীড়া ক্ষেত্রখতিয়ানজিলা কংগ্ৰেছতুলিৰাম ৰংহাঙদলীয় মুখপত্ৰদুর্নীতিপ্ৰতিবেদনবিজেপি চৰকাৰবিধায়কভ্রষ্টাচাৰমিনি স্টেডিয়ামরাজনীতিশান্তিৰ পৰিৱেশসংবাদ সম্বোধনসংবাদমাধ্যমসংবাদমেলসংলাপ
Share4Tweet3Send

Related Posts

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন
KARBI ANGLONG

One-day training program : ৰপ্তানিমুখী আদা উৎপাদন আৰু বাঁহ গাজ প্ৰক্ৰিয়াকৰণ বিষয়ত এদিনীয়া প্ৰশিক্ষণ সম্পন্ন

by News Desk
July 30, 2026
50
ADVERTISEMENT
Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত
National-International

August 7, 2026
50
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক
National-International

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

Mohan Bhagwat : প্ৰতিবাদ কৰাটো দেশদ্ৰোহ নহয়, নৱপ্ৰজন্মৰ ক্ষোভ ন্যায্য, তেওঁলোক আমাৰ প্ৰজন্মতকৈ অধিক সৎ : আৰ এছ এছ প্ৰধান মোহন ভাগৱত

August 7, 2026
CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

CJP executive members : পঁইতাচোৰাৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিত ১১ জন সদস্য, কাৰ কি দায়িত্ব

August 7, 2026
UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

UPI transaction : ইউপিআই লেনদেনতো ভৰিব লাগিব নেকি চাৰ্ভিচ চাৰ্জ? বিতৰ্ক অবিহনেই লোকসভাত গৃহীত বিধেয়ক

August 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT