ছহিদ দিৱস, ছহিদলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ছহিদ দিৱস (Swahid Divas) উপলক্ষে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ ...













