ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Uniform civil code I অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা তৃতীয়খন ৰাজ্য হ’ব অসম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 12, 2024
Reading Time: 1 min read
A A
0
Uniform civil code I অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা তৃতীয়খন ৰাজ্য হ’ব অসম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসম ইউনিফৰ্ম চিভিল কোড (Uniform Civil Code) (ইউচিচি) বা অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা তৃতীয়খন ৰাজ্য হ’ব অসম। বৃহস্পতিবাৰে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে এই সন্দৰ্ভত বিধেয়ক উত্থাপন কৰা হ’ব আৰু ইয়াৰ জৰিয়তে জনজাতীয় লোকসকলক এই আইনৰ পৰিসৰৰ পৰা ৰেহাই দিয়া হ’ব।

অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন
অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰা তৃতীয়খন ৰাজ্য হ’ব অসম:

উল্লেখযোগ্য যে ইউচিচিৰ অৰ্থ হৈছে দেশৰ সকলো নাগৰিকৰ বাবে এক উমৈহতীয়া আইন। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, “ইউচিচি সন্দৰ্ভত উত্তৰাখণ্ডৰ বিধেয়কলৈ আমি অপেক্ষা কৰি আছো আৰু ইয়াক উত্থাপন কৰাৰ পিছত অসমে কিছুমান অতিৰিক্ত দফাৰে ইয়াক অনুসৰণ কৰিব।”

আনহাতে, ৰাজ্যখনে বাল্যবিবাহ আৰু বহুবিবাহৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে অসম মডেলৰ আন কিছু উদ্ভাৱনীমূলক দিশৰ কথাও তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আমি উত্তৰাখণ্ড বিধেয়কখনৰ জৰিয়তে লক্ষ্য কৰিম যে অহা দুই-তিনি মাহৰ ভিতৰত ইয়াৰ ৰাজহুৱা আলোচনা সম্ভৱ হ’বনে নহয়? কিন্তু যদিহে কিছু জটিলতা আহি পৰে তেন্তে বিষয়টো বিশেষজ্ঞৰ সৈতে আলোচনা কৰা হ’ব আৰু সেই অনুসৰি বিধেয়কখন ফ্ৰেমৱৰ্ক কৰা হ’ব।”

তেওঁ আৰু কয়, “উত্তৰাখণ্ড আৰু গুজৰাটে গৃহীত কৰা বিধেয়কৰ ওপৰত সকলো নিৰ্ভৰ কৰিব, কিন্তু ইউচিচিৰ ওপৰত বিধেয়ক অনা অসম নিশ্চিতভাৱে তৃতীয়খন ৰাজ্য হ’ব।”

ইয়াৰ উপৰি অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিবেশনত ৰাজ্যখনত বহুবিবাহৰ অন্ত পেলোৱাৰ বাবে এখন বিধেয়ক অনাৰ পৰিকল্পনা কৰা বুলিও মুখ্যমন্ত্রীয়ে কয়৷

“বহুবিবাহৰ অন্ত পেলোৱাৰ বাবে বিধানসভাৰ যোগ্যতা সম্পৰ্কে এখন বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন দাখিল কৰিছিল। তাৰ পিছত ৰাজ্যখনত সামাজিক বিপদৰ অন্ত পেলোৱাৰ বাবে প্ৰস্তাৱিত বিধেয়কখনৰ সন্দৰ্ভত ১৫০টা পৰামৰ্শ লাভ কৰা হৈছিল।” মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে কৈছিল যে তেওঁৰ চৰকাৰে ইউচিচিৰ সমৰ্থনত আছে যদিও বিজেপিশাসিত ৰাজ্যখনত তৎকালীনভাৱে বহুবিবাহ নিষিদ্ধ কৰিব বিচাৰিছে। যদিও ইউচিচি এনে এটা বিষয় যিটো সংসদে সিদ্ধান্ত ল’ব, তথাপিও ৰাষ্ট্ৰপতিৰ সন্মতি সাপেক্ষে তাৰ ওপৰত এখন ৰাজ্যই ব্যৱস্থা ল’ব পাৰে।

Tags: অভিন্ন দেৱানী বিধি প্ৰৱৰ্তন কৰাতৃতীয়খন ৰাজ্য হ'ব অসমমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
Share4Tweet3Send

Related Posts

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

by News Desk
June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

by Staff Reporter
June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

by News Desk
June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

Supreme Court challenging the automatic disqualification of a MP or MLA:
National-International

Supreme Court of India I স্বেচ্ছাই যৌন ব্যৱসায় অপৰাধ নহয়, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

by Staff Reporter
June 5, 2026
50
SC Halts Eviction in Sonapur’s Kosutuli, Demands Immediate Report from Assam Government
National-International

Supreme Court of India I নিম্ন পদত উচ্চ মেধাসম্পন্ন প্ৰাৰ্থী বিবেচনা কৰিব নোৱাৰি, উচ্চতম ন্যায়ালয়

by Staff Reporter
June 5, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT