ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

CM Himanta Biswa Sarma । ইউনুছৰ কাৰ্যকালত অসমত ধৰা পৰিছে ২৩ সন্ত্ৰাসবাদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 2, 2025
Reading Time: 1 min read
A A
0
Three-Year Journey of Himanta Biswa Sharma: Transforming Assam as Chief Minister

RELATED POSTS

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

New Logo Smal 5 | ASSAM TIMES POST

বাংলাদেশৰ চৰকাৰ সলনি হোৱাৰ পিছত দেশখনৰ জেহাদী সংগঠনৰ সৈতে জড়িত মুঠ ২৩ জন লোকক এতিয়ালৈকে অসমত গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) বুধবাৰে এই মন্তব্য কৰে।

CM Himanta Biswa Sarma ।
ইউনুছৰ কাৰ্যকালত অসমত ধৰা পৰিছে ২৩ সন্ত্ৰাসবাদী:

 তেওঁ কয় যে ‘অপাৰেচন প্ৰঘাত’ অভিযান চলোৱাৰ উপৰি অসম আৰক্ষীৰ এছ টি এফে এন আই এ আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সৈতে মিলি জেহাদী-দমন অভিযান চলাইছে।
মুখ্যমন্ত্রীয়ে কয় যে ঢাকাত চৰকাৰ পৰিৱর্তনৰ পাছত জেহাদীৰ ওপৰত অসম চৰকাৰ আৰু আৰক্ষী সতর্ক হৈ আছে৷ যাৰ বাবে অসম, বংগ, কেৰালাৰ পৰা জেহাদী ধৰা পৰিছে। অসমত উদ্ধাৰ হৈছে জেহাদীৰ অস্ত্ৰ ভাণ্ডাৰ। 

তদুপৰি বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ সময়ত হিন্দুসকল নিপীড়িত হ’লেও হিন্দুসকলে দেশৰ পৰা একেবাৰে পলায়ন কৰা নাই, বৰঞ্চ তেওঁলোকে যথেষ্ট সংযম আৰু পৰিপক্কতা দেখুৱাইছে বুলি দাবী কৰে।  কিছুমানে পলায়ন কৰি কেইবাদশক আগতে ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।  কিন্তু যিসকল আছে তেওঁলোকে এতিয়া বাংলাদেশক নিজৰ দেশ বুলি সন্মান কৰে আৰু ভালপায়।

 মুখ্যমন্ত্ৰীয়ে তথ্য দি কয়, “বৰ্তমানৰ পৰিস্থিতিত বাংলাদেশৰ পৰা মুছলমানৰ অনুপ্ৰৱেশ বাঢ়িছে। ইয়াৰ মূল কাৰণ হ’ল দেশখনৰ বস্ত্ৰ উদ্যোগৰ পতন। উপাৰ্জনৰ আশাত অহা গড়ে ২০ৰ পৰা ৩০জন অনুপ্ৰৱেশকাৰী অসম আৰু ত্ৰিপুৰাত প্ৰতিদিনে ধৰা পৰে। 

যোৱা ৫ মাহত হাজাৰ হাজাৰ মুছলমান অনুপ্ৰৱেশকাৰী ধৰা পৰিছে যদিও এজনো হিন্দু ধৰা পৰা নাই। জটিলতাৰ পৰা হাত সাৰিবলৈ সীমান্তত আবদ্ধসকলক গ্ৰেপ্তাৰ নকৰাকৈ আমি বাংলাদেশলৈ উভতাই পঠাইছো।”
মুখ্যমন্ত্ৰীয়ে কয়, “তদন্তত প্ৰকাশ পাইছে যে ভাৰতৰ একাংশ কাপোৰৰ কাৰখানাই অনুপ্ৰৱেশক সমৰ্থন কৰি বাংলাদেশৰ পৰা সস্তীয়া শ্ৰমিক লাভৰ বাবে ধন ঢালিছে। 

কেন্দ্রীয় গৃহমন্ত্রীক বিষয়টো প্রমাণ কৰি উত্তৰ-পূর্বাঞ্চল পৰিষদৰ বৈঠকতো উত্থাপন কৰিছে৷  উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্য আৰু পশ্চিমবংগৰ সৈতেও ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁলোকক সহায় কৰা সেই সকলোবোৰ কাৰখানাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰক অনুৰোধ জনোৱা হৈছে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইউনুছৰ কাৰ্যকালত অসমতধৰা পৰিছে ২৩ সন্ত্ৰাসবাদীমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
Share4Tweet3Send

Related Posts

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
50
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d