ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

EC notice to Assam CM I এইবাৰ আকবৰ বিতৰ্ক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 27, 2023
Reading Time: 1 min read
A A
0
EC notice to Assam CM I এইবাৰ আকবৰ বিতৰ্ক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী

RELATED POSTS

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

নিৰ্বাচনআয়োগে বৃহস্পতিবাৰে নিৰ্বাচনমুখী ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক (Himanta Biswa Sarma) কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। নিৰ্বাচন আয়োগে উক্ত জাননীত কৈছে যে ১৮ অক্টোবৰত দিয়া বিজেপি নেতাজনৰ ভাষণৰ কিছু অংশ আদৰ্শ আচৰণ বিধি আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ বিধানসমূহৰ ‘প্ৰাথমিক দৃষ্টিত উলংঘন’ বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীলৈ জাননী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচন আয়োগৰ জাননী:

আনহাতে, আয়োগে মুখ্যমন্ত্ৰীক ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাৰ ভিতৰত জাননীখনৰ সঁহাৰি দিবলৈ কৈছে। উল্লেখযোগ্য যে কংগ্ৰেছ দলে নিৰ্বাচনী সংস্থাটোৰ ওচৰত কৰা অভিযোগত কৈছিল যে হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ সাম্প্ৰদায়িক কথা কৈছিল আৰু কংগ্ৰেছৰ কাৱাৰধাৰ প্ৰাৰ্থী মহম্মদ আকবৰৰ বিৰুদ্ধে অপ্ৰমাণিত অভিযোগ আৰু তথ্যৰ বিকৃতি কৰিছিল।

কিন্তু ছত্তীশগড়ত কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই?
“যদি এজন আকবৰ এখন ঠাইলৈ আহে, তেন্তে এই কথা নাপাহৰিব যে তেওঁলোকে শ শ আকবৰ মাতি আনে। সেয়েহে, যিমান সম্ভৱ সোনকালে আকবৰক বিদায় জনাব, অন্যথা মাতৃ কৌশল্যাৰ এই ভূমি অশুচি কৰা হ’ব।” ইচিৰ জাননীত হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কোৱাৰ অভিযোগ অনা হৈছে।

তেওঁ লগতে কয়, “ভগৱান ৰামৰ মাতৃ কৌশল্যা আধুনিক ছত্তীশগড়ৰ পৰা আহিছে বুলি বিশ্বাস কৰা হয়। সেয়েহে ভাই-ভনীসকল, আপোনালোকে ছত্তীশগড়ক বচাব লাগিব। মা কৌশল্যাৰ এই পৱিত্ৰ ভূমি ৰক্ষা কৰিব লাগিব আৰু সেয়েহে আপোনালোক সকলোৱে বিজয় ভাইয়াক বিজয়ী কৰিব লাগে।” কাৱাৰধাৰ বিজেপি প্ৰাৰ্থীৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: এইবাৰ আকবৰ বিতৰ্কনিৰ্বাচন আয়োগৰ জাননীমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ
Share5Tweet3Send

Related Posts

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
50
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
50
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d