ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka Elections I মোদীৰ গালৈ মহিলাৰ মোবাইল নিক্ষেপ ! কি জনালে কৰ্ণাটক আৰক্ষীয়ে

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
May 1, 2023
Reading Time: 1 min read
A A
0
Karnataka Elections I মোদীৰ গালৈ মহিলাৰ মোবাইল নিক্ষেপ ! কি জনালে কৰ্ণাটক আৰক্ষীয়ে

logo new 2 1 1 4 1 3 1 8 | ASSAM TIMES POST

RELATED POSTS

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

কৰ্ণাটকত এক নিৰ্বাচনী ৰেলীৰ (Karnataka Election Rally) সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ (Narendra Modi) গাড়ীক লক্ষ্য কৰি দেওবাৰে নিক্ষেপ কৰা হয় এটা মোবাইল ফোন । এই ঘটনাক লৈ মুহূৰ্ততে হুলস্থুল লাগি পৰে সমগ্ৰ দেশতে ৷ লগতে কৰ্ণাটকত প্ৰধানমন্ত্ৰীৰ সুৰক্ষা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হয় ৷ কিন্তু তাৰ পিছতে সোমবাৰে কৰ্ণাটক আৰক্ষীয়ে জনাইছে, এই ঘটনাৰ নেপথ্যত কোনো অসৎ উদ্দেশ্য নাছিল৷

Karnataka Elections Update
নিৰ্বাচনী ৰেলীত মোদীৰ গালৈ মহিলাৰ মোবাইল নিক্ষেপ:

কৰ্ণাটক আৰক্ষীয়ে জনাইছে যে প্রধানমন্ত্রীৰ গাড়ীক লক্ষ্য কৰি যিটো মোবাইল নিক্ষেপ কৰা হৈছিল, সেইটো এগৰাকী মহিলাৰ । তেঁৱো এগৰাকী বিজেপি কর্মী । আৰক্ষীৰ অনুমান, অসৎ ইচ্ছা লৈ প্রধানমন্ত্রীক লক্ষ্য কৰি মোবাইল ফোনটি নিক্ষেপ কৰা হোৱা নাছিল ।

প্রাথমিক তদন্তৰ পিছত তেওঁলোকৰ অনুমান, ফোনটো মহিলাগৰাকীৰ হাতৰ পৰা ছিটিকি গৈছিল । প্রধানমন্ত্রীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজি বিষয়াসকলে ফোনটো মহিলাগৰাকীক ঘূৰাই দিয়ে । অৱশ্য আৰক্ষীয়ে তেওঁৰ সন্ধান পোৱা নাই । মহিলাগৰাকীৰ সন্ধান লাভ কৰিলেই এই বিষয়ত অধিক নিশ্চিত হ’ব পৰা যাব বুলি কৰ্ণাটক আৰক্ষীৰ এডিজি (আইন-শংখলা) অলোক কুমাৰে এই কথা জনাইছে ৷

উল্লেখ্য কৰ্ণাটক বিধানসভাৰ নির্বাচন অহা ১০ মে’ত অনুষ্ঠিত হ’ব । তাৰ পূৰ্বে দেওবাৰে ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্রধানমন্ত্রীয়ে । পিছত এটি ৰোড শ্ব’তো অংশগ্ৰহণ কৰে তেওঁ । মহীশূৰত ৰোড শ্ব’ চলি থাকোঁতেই মোডীৰ গাড়ীলৈ লক্ষ্য কৰি মোবাইল দলিওৱা হয় ।

Tags: Karnataka Electionমোদীৰ গালৈ মহিলাৰমোবাইল নিক্ষেপ
Share4Tweet3Send

Related Posts

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

by News Desk
May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

by News Desk
May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

by News Desk
May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

US Iran talks : এটা চৰ্ত পূৰণ নোহোৱালৈকে আমেৰিকাৰ সৈতে কোনো আলোচনা নহয়, ইৰাণে জনালে নিজৰ স্থিতি

Minor rape and murder : জম্মু-কাশ্মীৰত ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা

ADVERTISEMENT
AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ
National-International

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
50
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই
National-International

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
50
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই
National-International

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026
50
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

May 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

AIADMK MLA resignation : ৩ এআইএডিএমকে বিধায়কৰ পদত্যাগ

May 25, 2026
Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

Russia-Ukraine war : ‎কিভলৈ লক্ষ্য কৰি শব্দতকৈ ১০ গুণ বেছি ক্ষেপণাস্ত্র এৰিলে ৰাছিয়াই

May 25, 2026
India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

India US relations : পাক-আমেৰিকাৰ ঘনিষ্ঠতাই ভাৰতৰ বন্ধুত্বত প্ৰভাৱ পেলাব নেকি, দিল্লীত মুখ খুলিলে ৰুবিঅ’ই

May 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT