ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2026
Reading Time: 1 min read
A A
0
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal | ASSAM TIMES POST

চীনৰ পথকে অনুসৰণ কৰি এইবাৰ ভাৰতৰ তীব্ৰ প্ৰত্যাহ্বান (India’s intense challenge)। চীন অধিকৃত তিব্বত আৰু অৰুণাচল প্ৰদেশ (Arunachal Pradesh)ৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (Actual control line) ২৭ টা স্থানৰ নাম সলনিৰ প্ৰস্তাৱ (Proposal to change the names of 27 places) এইবাৰ আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছে। ভাৰতীয় জৰীপ সংস্থাই (Indian Survey Organization) প্ৰকাশ কৰা অৰুণাচল প্ৰদেশৰ মানচিত্ৰত এই নাম অন্তৰ্ভুক্ত কৰা হৈছে।

২৭ টা স্থানৰ ভিতৰত ১৯৫৯ চনৰ পৰা চীনৰ নিয়ন্ত্ৰণত থকা এলএচিৰ গাতে লাগি থকা বিবাদিত লংজু গাঁওখনো (Disputed Longju village) আছে। নতুন দিল্লীয়ে দাবী কৰিছে যে এই গাঁওখন ভাৰতীয় ভূখণ্ডৰ অংশ। একাংশ কূটনৈতিক বিশেষজ্ঞৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে উক্ত ক্ষেত্ৰসমূহৰ ওপৰত ভাৰতৰ দাবী শক্তিশালী কৰা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয়, “ভাৰত চৰকাৰে এক নিৰ্দিষ্ট পদ্ধতি অনুসৰণ কৰি অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত আলোচনা কৰি ভাৰতীয় জৰীপ বিভাগে প্ৰকাশ কৰা অৰুণাচল প্ৰদেশৰ মানচিত্ৰত মুঠ ২৭ টা স্থান বা বৈশিষ্ট্য চিনাক্ত কৰিছে।”

গৃহ মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে, “অৰুণাচল প্ৰদেশৰ ভাৰতীয় জৰীপ মানচিত্ৰত এই স্থানবোৰক আনুষ্ঠানিকভাৱে চিনাক্ত কৰাৰ লক্ষ্য হৈছে শুদ্ধ স্বীকৃতিৰ সুবিধা প্ৰদান কৰা আৰু সাধাৰণ মানুহৰ মাজত উন্নত সজাগতাৰ সৃষ্টি কৰা।” কাকতলীয়াকৈ ক’বলৈ গ’লে ২০২৪ চনৰ এপ্ৰিল মাহত বেইজিঙে ভাৰতৰ আপত্তি নাকচ কৰি অৰুণাচল প্ৰদেশৰ ওপৰত নিজৰ অধিকাৰ প্ৰদৰ্শন কৰিবলৈ এলএচিৰ কাষৰীয়া ৰাজ্যখনৰ ৩০টা স্থানৰ ‘পুনৰ নাম সলনি’ কৰিছিল।

ap1 | ASSAM TIMES POST
চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

সলনি কৰা নামৰ তালিকাত ‘জাংমান প্ৰদেশ’ৰ (চীন চৰকাৰে অৰুণাচল প্ৰদেশ বুলি কোৱা নাম) ১১টা আৱাসিক এলেকা, ১২খন পাহাৰ, চাৰিখন নদী, এটা হ্ৰদ, এটা গিৰিপথ আৰু এটা উপত্যকা অন্তৰ্ভুক্ত কৰা হৈছিল।

এইবাৰ নতুন দিল্লীয়ে চীন অধিকৃত তিব্বতত ছি জিনপিং চৰকাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ভাৰতীয় জৰীপ মানচিত্ৰত চিনাক্ত কৰা স্থানসমূহৰ ভিতৰত আছে ২১টা আৱাসিক ভূমি, চাৰিটা গিৰিপথ, এটা হ্ৰদ আৰু এটা কীৰ্তিচিহ্ন। লংজু, মাজা, বিছা, বৰা কুণ্ডুন, চোটো কুণ্ডুন, ধন বাৰী, প্ৰীতনগৰ, বুদ্ধ মন্দিৰ, জয়ৰামপুৰ, তেৰিতনগৰ, ৰামনগৰ, যশৱন্ত গড়, সাগৰ, পদ্ম, জ্যোতিনগৰ, বৈশাখী, চোটো ৰোপুক, বৰা ৰোপুক, শিৱাজী নগৰ, সোণপুৰা আৰু কামলাং নগৰ।

উল্লেখ্য যে পঞ্চাশৰ দশকত চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মীয়ে (পিএলএ) অধ্যক্ষ মাও জেডঙৰ নিৰ্দেশত স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ তিব্বত দখল কৰিছিল। ইয়াৰ পিছত স্বাধীনতাপ্ৰেমী তিব্বতীসকলৰ ওপৰত দমন আৰম্ভ হয়। পিছলৈ চীনৰ নিৰ্যাতনৰ আশংকাত তিব্বতীয় বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা দালাই লামাই কেইবা লাখ অনুগামীৰ সৈতে ভাৰতলৈ প্ৰব্ৰজন কৰে। ভাৰতে তেওঁক আশ্ৰয় দিয়ে। বিগত ছয় দশক ধৰি দালাই লামাৰ পিছে পিছে বৌদ্ধ ধৰ্মাৱলম্বীসকলে সমগ্ৰ বিশ্বতে তিব্বতৰ স্বাধীনতাৰ দাবীত প্ৰচাৰ চলাই আহিছে। চীনৰ দখলৰ প্ৰতিবাদত তেওঁলোকে বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে। অৰুণাচল প্ৰদেশৰ বাসিন্দাসকলৰ মাজত বহু তিব্বতী লোক আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ArunachalChinaborder
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d