ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্কঃ

News Desk by News Desk
August 8, 2026
Reading Time: 1 min read
A A
0
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

New Logo Smal 1 | ASSAM TIMES POST

বিদেশী অনুদান (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক (Foreign Contribution (Regulation) Amendment Bill) এতিয়াও সংসদত উত্থাপন হোৱা নাই। বিধেয়কখন চলিত অধিৱেশনত উত্থাপন হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ পূৰ্বে আমেৰিকাৰ সাংসদ (American Congressman) ৰাইলী মূৰে এই বিধেয়কখনক লৈ উদ্বেগ (Worried about the bill) প্ৰকাশ কৰিছে। এই বিষয়টোৱে বিশ্ব কূটনৈতিক মহলত উত্তেজনাৰ সূচনা কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাইলীৰ এই মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নতুন দিল্লীয়ে স্পষ্ট কৰি দিছে যে এই বিধেয়কৰ সৈতে জড়িত বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয়। অৰ্থাৎ আমেৰিকা বা আন কোনো দেশে এই বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়। কেৱল সেয়াই নহয়, ভাৰতত বিদেশী পুঁজি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমেৰিকাকে ধৰি কিছুমান দেশ জড়িত বুলিও অভিযোগ উত্থাপন কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

শেহতীয়াকৈ আমেৰিকান কংগ্ৰেছী ৰাইলীয়ে দাবী কৰিছে যে এফচিআৰএ বিধেয়কখন খ্ৰীষ্টানসকলৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। এই আইনখনে ভাৰত আৰু আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্কতো প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ সকীয়াই দিয়ে। তেওঁ লগতে দাবী কৰে যে ভাৰত চৰকাৰে এই বিধেয়কখন আইনত পৰিণত কৰি গীৰ্জা আৰু ধৰ্মীয় দাতব্য সংস্থাসমূহৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰিব পাৰে। তেওঁৰ এই মন্তব্যই কেৱল দেশৰ ভিতৰতে নহয়, ভাৰতৰ বাহিৰতো বিতৰ্কৰ সৃষ্টি কৰিছে।

moor | ASSAM TIMES POST
বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

তেনে পৰিস্থিতিত নতুন দিল্লীয়ে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে আমেৰিকাই এফচিআৰএ সমস্যাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, “আমি সেই সন্দৰ্ভত মন্তব্য শুনিছোঁ। ভাৰতীয় আইন প্ৰণয়নৰ সৈতে জড়িত বিষয়সমূহ আমাৰ আভ্যন্তৰীণ বিষয়। সেই বিষয়সমূহৰ ওপৰত কেৱল আমাৰ দেশৰ সংসদেহে সিদ্ধান্ত লয়।” ইয়াৰ পিছত তেওঁ কয়, “আমেৰিকাকে ধৰি বহু দেশ আছে, যিয়ে বিদেশী ধন নিয়ন্ত্ৰণ কৰে।”

ভাৰতলৈ বিদেশী অনুদান আকৰ্ষণ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে এই বিধেয়ক অনাৰ কথা চিন্তা কৰিছে। ভাৰতত বহিঃৰাষ্ট্ৰৰ অনুদান নিয়ন্ত্ৰণৰ আইন আছে। অৱশ্যে বিদেশী অনুদান আইন, ২০১০ৰ আধাৰত এই নতুন সংশোধনী কাৰ্যকৰী কৰা হ’ব। এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰই অনুদানৰ নামত বহিঃৰাষ্ট্ৰৰ পৰা অহা ধন, বা সেই ধনৰ জৰিয়তে সৃষ্টি হোৱা সম্পত্তিৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ ৰাখিব বিচাৰিছে। বিধেয়কখনত উল্লেখ কৰা হৈছে যে বিদেশী অনুদানৰ জৰিয়তে সৃষ্টি হোৱা সম্পত্তি প্ৰথম অৱস্থাত চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব। পিছত যদি সংশ্লিষ্ট সংস্থাটোৱে বিদেশী অনুদান লাভ কৰাৰ বাবে ৰেহাইৰ তালিকাত থাকে তেন্তে সেই সম্পত্তিৰ মালিকীস্বত্ব লাভ কৰিব। কেৱল সেয়াই নহয়, এই বিধেয়কখনৰ কিছু বিধানৰ ওপৰতো আপত্তি দেখা গৈছে। বিধেয়কখনত উল্লেখ আছে যে সংশ্লিষ্ট সংস্থাটোৱে যদি পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ নবীকৰণ নকৰে তেন্তে সেই প্ৰমাণ-পত্ৰ বাতিল বুলি গণ্য কৰা হ’ব। ফলত সেই সংস্থাটোৱে বিদেশী অনুদান লাভ কৰাৰ কোনো অধিকাৰ নাথাকিব। সেই সংস্থাৰ সম্পত্তিও জব্দ কৰিব পাৰে।

এফচিআৰএক লৈ দেশৰ ভিতৰতে চাঞ্চল্যৰ সৃষ্টি হৈছে। কংগ্ৰেছকে ধৰি বিৰোধীয়ে ঐক্যবদ্ধভাৱে বিধেয়কখনৰ বিৰোধিতা কৰিব বুলি মন্তব্য কৰিছে। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আপত্তি দাঙি ধৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই। অৱশ্যে শুকুৰবাৰে তেওঁ কয় যে নতুন বিধেয়কখন অনুমোদন হ’লেও পূৰ্বৰ নীতিত কোনো প্ৰভাৱ নপৰে বুলি অমিত শ্বাহৰ পৰা আশ্বাস লাভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ForeignCurrencyRegulationAct
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
51
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
52
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
51
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
51
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d