ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Yogi Adityanath gets death threat I ‘শীঘ্ৰেই যোগী আদিত্যনাথক হত্যা কৰিম’! চৰকাৰৰ ‘হেল্পলাইন’ নম্বৰত ভাবুকি মেছেজ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 25, 2023
Reading Time: 1 min read
A A
0
কাৰ হাতলৈ যাব উত্তৰ প্ৰদেশ বিজেপিৰ কমাণ্ড? শুকুৰবাৰে ঘোষণাৰ সম্ভাৱনা

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

RELATED POSTS

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

উত্তৰ প্ৰদেশ চৰকাৰে মুকলি কৰা এই হেল্পলাইন নম্বৰৰ জৰিয়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (Yogi Adityanath) মৃত্যুৰ ভাবুকি লাভ কৰে। উত্তৰ প্ৰদেশ চৰকাৰে জৰুৰীকালীন সেৱাৰ বাবে ‘ডায়েল ১১২’ নামৰ সেৱা আৰম্ভ কৰিছে। যোগী চৰকাৰে এই সেৱা আৰম্ভ কৰিছে যাতে সাধাৰণ ৰাইজে এই নম্বৰত ফোন বা মেছেজ কৰি যিকোনো কথাৰ অভিযোগ কৰিব পাৰে। দেওবাৰে নিশা মুখ্যমন্ত্ৰী আদিত্যনাথক সেই নম্বৰত হত্যাৰ ভাবুকি দিয়া হয়।

Yogi Adityanath
Yogi Adityanath gets death threat:

প্ৰশাসনৰ সূত্ৰ অনুসৰি, দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত এই বাৰ্তাটো প্ৰেৰণ কৰা হৈছে। বাৰ্তাটোত লিখা আছিল, “মই শীঘ্ৰেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰিম।”ইয়াৰ পিছত লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰথমে অনুমান কৰা হৈছে যে ৰেহান নামৰ এজন যুৱকে মেছেজ দি যোগীক হত্যা কৰাৰ ভাবুকি দিছিল।

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু যোগীক হত্যাৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এগৰাকী ১৬ বছৰীয়া স্কুলীয়া ছাত্ৰক। লক্ষ্ণৌৰ পৰা নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিদ্যালয়ৰ ছাত্ৰজনক।swarajya 2022 03 b1f30134 7f44 4f5a a6fe e4fe97ba4bf3 cm yogi kundli | ASSAM TIMES POSTশেহতীয়াকৈ আৰক্ষীৰ সংঘৰ্ষত মৃত্যু হৈছে ৰাজ্যখনৰ কেইবাজনো ‘গেংষ্টাৰ’ (Gangstar)। আৰক্ষীৰ গুলীত মৃত্যু হয় গেংষ্টাৰ আতিক আহমেদৰ কনিষ্ঠ পুত্ৰ আছাদৰ। পিছত দুৰ্বৃত্তই আৰক্ষীৰ সন্মুখত আতিকক গুলীয়াই হত্যা কৰে। এই পৰিস্থিতিত যোগীক চৰকাৰৰ নম্বৰতে হত্যাৰ ভাবুকি দিয়া হয়।
Tags: Yogi Adityanath
Share4Tweet3Send

Related Posts

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

by Staff Reporter
May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
National-International

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
May 9, 2026
50
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা
National-International

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

by Staff Reporter
May 9, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
50
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ
National-International

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
50
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা
National-International

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026
50
Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ
National-International

Suvendu Oath Taking I মুখ্যমন্ত্ৰী শুভেন্দুৰ সৈতে ৫ বিধায়কৰ শপত গ্ৰহণ

May 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

Tamil Nadu political crisis । তামিল ৰাজনৈতিক সংঘাত, সংসদত কংগ্ৰেছৰ সৈতে একেলগে নবহে ডিএমকে সাংসদ

May 9, 2026
Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

Cornel Sofia row I কৰ্ণেল ছোফিয়া কুৰেশ্বীৰ ওপৰত মন্তব্য আগবঢ়োৱা মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত বিলম্ব, মধ্যপ্ৰদেশ চৰকাৰক সমালোচনা উচ্চতম ন্যায়ালয়ৰ

May 9, 2026
New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

New CDS I এন এছ ৰাজা সুব্ৰমণিয়াম দেশৰ নতুন সেনাপ্ৰধান, পৰৱৰ্তী নৌসেনাৰ মুৰব্বীৰ নামো ঘোষণা

May 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT