ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকা সময়ত আজি পুনৰ শিৱসাগৰত যৌথ সংগ্ৰামী মঞ্চই জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
২০ তাকৈ অধিক সংগঠনে অংশগ্ৰহণ কৰা এই কাৰ্য্যসুচীত বি জে পি চৰকাৰ হায় হায় , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক বাংলাদেশী গৌ বেক , বাংলাদেশী হুছিয়াৰ আদি ধব্বনীয়ে ৰাজপথ উত্তাল কৰি তোলে ৷
বডিং খেল পথাৰ পৰা আৰাম্ভ হোৱা এই কাৰ্য্যসুচীত নগৰৰ দ’লমুখ চাৰিআলি হৈ ASTC হৈ পুনৰ বডিং খেলপথাৰত সমাপ্ত হয় ৷












