ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

ষ্টাফ ৰি'পৰ্টাৰঃ

ASSAM TIMES POST by ASSAM TIMES POST
July 23, 2026
Reading Time: 1 min read
A A
0
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

RELATED POSTS

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নয়ন হৈছে যদিও উজনি অসমৰ তিনিখন জিলা শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে৷ আনহাতে, শেহতীয়া বানত এতিয়ালৈকে ৪১ জনৰো অধিক লোকৰ মৃত্যু হৈছে৷ লগতে ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি৷

ইফালে মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, বৰ্তমানলৈকে শিৱসাগৰ জিলাকে ধৰি সৰ্বমুঠ ১০০ লোক সন্ধানহীন হৈ আছে৷ নাজিৰাতে সৰ্বাধিক ৬০ জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। অৱশ্যে কিছু কিছু অঞ্চলত বান পৰিস্থিতি উন্নত হৈছে যদিও তিনিখন জিলাৰ প্ৰায়সংখ্যক অঞ্চলতে বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷

ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৯ খন গাঁও বৰ্তমানো পানীৰ তলত বুৰ গৈ আছে। আনহাতে, কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নগাঁও, ধেমাজি, হোজাই, কামৰূপ (মহানগৰ) জিলাৰ ৬.৫৩ লাখৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাতে ৩,৯২,১৯৫ জন লোক বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে চৰাইদেউ জিলাত ১,১০,৭৫৫ জন, যোৰহাটত ৯,৭৬,৯০ জন, গোলাঘাটত ২,৫৫,৯১ জন আৰু ডিব্ৰুগড় জিলাত ১৩,৩৯০ জন লোক ক্ষতিগ্ৰস্ত হৈছে ।

আনহাতে, আটাইতকৈ শোচনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা শিৱসাগৰ জিলাৰ নাঙলমুৰাঘাটত দিচাং নদীৰ জলপৃষ্ঠ সৰ্বোচ্চ বিপদসীমাৰ ওপৰেদি বৈছে । চেনিমাৰীৰ (খোৱাং) বুঢ়ীদিহিং, শিৱসাগৰৰ দিখৌ, নুমলীগড়ৰ ধনশিৰি, শ্ৰীভূমিৰ কুশিয়াৰা নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈ আছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান বুলেটিনত প্ৰকাশিত তথ্য অনুসৰি, বুধবাৰৰ দিনটোত ৰাজ্যত চলিত বানত চাৰিটা শিশুসহ ১০ জন লোকৰ মৃত্যু হয়৷ ইয়াৰে ভিতৰত শিৱসাগৰ আৰু যোৰহাট জিলা তিনিজনকৈ, চৰাইদেউত দুজন আৰু ধেমাজি আৰু কাৰ্বি আংলং জিলাত এজনকৈ লোকৰ মৃত্যু হৈছে৷ ফলত ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে ৷আনহাতে, তিনিজন পুৰুষ আৰু তিনিগৰাকী মহিলাকে ধৰি ৬ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি প্ৰকাশ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসম বান ২০২৪অসম বানত ক্ষতিগ্ৰস্ত ৬.৫৩ লাখ লোকঅসম বানত মৃত্যু ৪১অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA) বান বুলেটিনচৰাইদেউ বান অৱস্থাদিচাং বুঢ়ীদিহিং দিখৌ ধনশিৰি কুশিয়াৰা নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰেনাজিৰাত ৬০ জন লোক সন্ধানহীনযোৰহাট বান খবৰশিৱসাগৰ বান পৰিস্থিতি
Share4Tweet3Send

Related Posts

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

by News Desk
September 12, 2026
50
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

by News Desk
September 12, 2026
50
নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ
Assam

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনকলৈ তৎপৰতা কংগ্ৰেছৰ

by News Desk
September 12, 2026
52
টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ
Assam

টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, তিনিজন গ্ৰেপ্তাৰ

by News Desk
September 12, 2026
52
Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক
Assam

Job Scam : বাক্সাত চাকৰিৰ প্ৰলোভনেৰে বাই-ভনীৰ লুন্ঠন নিবনুৱা যুৱকক

by News Desk
September 12, 2026
56
শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক
Assam

শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৫ যুৱক

by News Desk
September 12, 2026
56
ADVERTISEMENT
Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে
Assam

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
50
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ
Assam

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
50
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026
50
JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত
National-International

JK terrorist encounter : জম্মু-কাশ্মীৰৰ ডোডাত নিৰাপত্তাৰক্ষীৰ বৃহৎ অভিযানত জৈছ সন্ত্ৰাসবাদী নিহত

September 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

Extramarital Affair : পত্নী বাহিৰত থকাৰ সুযোগত শয্যাসংগী কৰিলে পৰস্ত্ৰীক, হাতে-লোতে ধৰিলে পত্নীয়ে

September 12, 2026
Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

Lumding : লামডিং জংচনত RPF ৰ অভিযানত আটক দুই কুখ্যাত চোৰ

September 12, 2026
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

September 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d