ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2023
Reading Time: 1 min read
A A
0
Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?

Women’s Health: 5 Essential Nutrients That Each Woman Requires to Take Every Day

দেশত ২৪ ঘণ্টাত নতুন কোভিড আক্ৰান্তৰ সংখ্যা তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন

উদ্বেগ বৃদ্ধি কৰি এদিনতে দৈনিক কৰোনা সংক্ৰমণৰ (Corona infection) সংখ্যা ২০ শতাংশ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বুলেটিন (Union Health Ministry Bulletin) অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১২,৫৯১ জন নতুনকৈ কৰোনা আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ২৯ জন লোকৰ মৃত্যু (29 people died) হৈছে। ইয়াৰে ৰাজধানী দিল্লীত ৬ জন, মহাৰাষ্ট্ৰত ৪ জন আৰু উত্তৰ প্ৰদেশত ৪ জন লোকৰ মৃত্যু হৈছে।

 কৰোনাত আক্ৰান্ত
২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১:

বৃহস্পতিবাৰে নতুনকৈ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত এতিয়া দেশত মুঠ আক্ৰান্ত ৰোগীৰ সংখ্যা ৬৫,২৮৬ জনলৈ বৃদ্ধি পাইছে।এই পৰ্যন্ত দেশত মুঠ ৪ কোটি ৪৮ লাখ ৫৭ হাজাৰ ৯৯২ জন লোক কৰোনাত আক্ৰান্ত হৈছে। ৪ কোটি ৪২ লাখ ৬১ হাজাৰ ৪৭৬ জন লোকে আৰোগ্য লাভ কৰিছে কৰোনাত।

Corona infectionকেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইট অনুসৰি, বুধবাৰে দেশত ১০,৫৪২ জন লোক আক্ৰান্ত হয়। কিন্তু ২৪ ঘণ্টাৰ ভিতৰতে আক্ৰান্তৰ সংখ্যা প্ৰায় ২০ শতাংশ বৃদ্ধি পাই ১২,৫৯১ জন হৈছে। মঙলবাৰে আক্ৰান্তৰ সংখ্যা আৰু কম। এনেদৰে ধাপে ধাপে কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পুনৰ মানুহৰ মাজত কোভিডৰ ভয়ৰ সৃষ্টি হৈছে।

অৱশ্যে চিকিৎসকৰ দাবী, এই পৰিস্থিতিত আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াৰ উপৰি চিকিৎসকে কোভিডৰ প্ৰয়োজনীয় নিয়ম মানি চলি বুষ্টাৰ ভেকচিন লোৱাৰো পৰামৰ্শ দিয়ে।চিকিৎসকৰ ধাৰণা XBB.1.16 ৰ Omicron ৰূপৰ কোভিড বাবেই সমগ্ৰ দেশতে পুনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: #coronaCorona infectionকৰোনাকৰোনা সংক্ৰমণ
Share4Tweet3Send

Related Posts

Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?
Health & Fitness

Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?

by News Desk
May 16, 2023
60
Women’s Health: 5 Essential Nutrients That Each Woman Requires to Take Every Day
Health & Fitness

Women’s Health: 5 Essential Nutrients That Each Woman Requires to Take Every Day

by ASSAM TIMES POST
April 18, 2023
53
দেশত ২৪ ঘণ্টাত নতুন কোভিড আক্ৰান্তৰ সংখ্যা তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন
Health & Fitness

দেশত ২৪ ঘণ্টাত নতুন কোভিড আক্ৰান্তৰ সংখ্যা তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন

by News Desk
January 17, 2023
51
কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়
Health & Fitness

কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়

by News Desk
January 3, 2023
52
নাকত দিয়া কোভিড ভেকচিন কিমান দামত পোৱা যাব, প্ৰকাশ ভাৰত বায়োটেকৰ
Health & Fitness

নাকত দিয়া কোভিড ভেকচিন কিমান দামত পোৱা যাব, প্ৰকাশ ভাৰত বায়োটেকৰ

by News Desk
December 27, 2022
53
শীতকালত ফুলকবি খাইছে নেকি? এই পাচলি কাৰ বাবে ক্ষতিকাৰক হব পাৰে?
Health & Fitness

শীতকালত ফুলকবি খাইছে নেকি? এই পাচলি কাৰ বাবে ক্ষতিকাৰক হব পাৰে?

by Staff Reporter
December 6, 2022
73
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: