ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

CRPF I ডিফুৰ ৰংমিৰ্দানত চিআৰপিএফৰ চিভিক একছন প্ৰ’গ্ৰামৰ অধীনত ছ’লাৰ ষ্ট্ৰীট লাইটৰ আধাৰশিলা স্থাপন

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু

News Desk by News Desk
March 22, 2023
Reading Time: 1 min read
A A
0
CRPF I ডিফুৰ ৰংমিৰ্দানত চিআৰপিএফৰ চিভিক একছন প্ৰ’গ্ৰামৰ অধীনত ছ’লাৰ ষ্ট্ৰীট লাইটৰ আধাৰশিলা স্থাপন

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

পাহাৰীয়া জিলা কাৰবি আংলঙত (Karbi Anglong) জনসাধাৰণৰ নিৰাপত্তাৰ বাবে নিয়োজিত ২০ বিএন চিআৰপিএফে (20 BN CRPF) সাধাৰণ জনতাৰ সৈতে সৌহাৰ্দমূলক আৰু বন্ধুত্ব সুলভ মনোভাৱ প্ৰদৰ্শনৰ বাবে জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে ৷ তাৰে অংশ স্বৰূপে আজি বিয়লিৰ ভাগত কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফু (Diphu)ৰ সমীপৰ ৰংমিৰ্দানতো (Rangmirdan) বিৰলাস্থিত ২০ বিএন চিআৰপিএফে এলেকাটোত ১০টাকৈ ছ’লাৰ ষ্ট্ৰীট লাইটৰ (Solar Street Lights) আধাৰশিলা স্থাপন কৰে ৷

 চিআৰপিএফ
ডিফুৰ ৰংমিৰ্দানত চিআৰপিএফৰ চিভিক একছন প্ৰ’গ্ৰাম:

২০ বিএন চিআৰপিএফ আৰু চিআৰপিএফৰ কেইবাগৰাকী শীৰ্ষ বিষয়া আৰু স্থানীয় গাওঁবুঢ়া লগতে ৰাইজৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰে জিলা উপায়ুক্ত  মধুমিতা ভাগৱতীয়ে (Deputy Commissioner Madhumita Bhagwati)

ভাষণ প্ৰসংগত ২০ বিএন চিআৰপিএফৰ দ্বিতীয় কামাণ্ডেণ্ট তিলক ৰাজে কয়যে, চিআৰপিএফে সদায় ৰাইজৰ বুনিয়াদী অভাৱ- অভিযোগৰ প্ৰতি সন্মান জনাই আহিছে৷ জিলাখনৰ বিভিন্ন স্থানত চিভিক একছন কাৰ্যসূচীৰ অধীনত জিৰণি চৰা, বজাৰ অপেক্ষা চ’ৰা, টিউবৱেল, ছ’লাৰ লাইট, খোৱাপানীৰ ব্যৱস্থাৰ বাবে পানী টেংকি, স্বাস্থ্য শিৱিৰ আদিৰ ব্যৱস্থা কৰি আহিছে ৷ আজি ৰংমিৰ্দানতো ৰাইজৰ সুবিধাৰ্থে ১০ টাকৈ ছ’লাৰ ষ্ট্ৰীট লাইটৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷আনহাতে জিলা উপায়ুক্ত মধুমিতা ভাগৱতীৰ বহুমূলীয়া ভাষণ প্ৰসংগত কয়যে, সাধাৰণ ৰাইজৰ প্ৰতি দেখুৱা সহানুভূতি আৰু জন কল্যাণমূলক সেৱাৰ বাবে চিআৰপিএফ প্ৰসংসাৰ যোগ্য ৷

DC2 1 | ASSAM TIMES POST

ৰংমিৰ্দানৰ দৰে ঠাইত চিআৰপিএফৰ উদ্যোগত স্থাপন হ’বলগীয়া ছ’লাৰ ষ্ট্ৰীট লাইটে অন্ধকাৰময় এলেকাটোত দুষ্কৃতিকাৰীৰ দুষ্কাৰ্যৰ পৰা ৰক্ষা পৰিব ৷ ইয়াৰোপৰি চৰকাৰৰ ‘হৰ ঘৰ জল’ আঁচনিৰ জৰিয়তে যাতে জিলাখনৰ প্ৰতিটো ঘৰত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ সুব্যৱস্থাৰ বাবে উপায়ুক্ত গৰাকী সদায় যত্নপৰ হৈ থাকিব বুলি কয় ৷

আনহাতে উক্ত এলেকাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে যাতে ২০২৬ চনৰ ভিতৰত বাল্য বিবাহ নিৰ্মূল হয় তাৰ বাবে স্থানীয় সমাজ সচেতন ৰাইজৰ প্ৰতি আহ্বান জনায় ৷ কাৰ্বি আংলঙ জিলাক বাল্যবিবাহমুক্ত জিলা হিছাপে গঢ়ি তুলিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷

Tags: 20 BN CRPFRangmirdan২০ বিএন চিআৰপিএফৰংমিৰ্দান
Share4Tweet3Send

Related Posts

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ
KARBI ANGLONG

Arunodoy 3.0 : কাৰ্বি আংলং জিলাতো অৰুণোদয় 3.0ৰ সাহাৰ্য্য বিতৰণ আৰম্ভ

by News Desk
August 1, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx