ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Akashi Ganga Hills I পাৰখোৱাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আকাশী গংগা শিৱ থানৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি দুঃসাহসিক অভিযান

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

News Desk by News Desk
March 15, 2023
Reading Time: 1 min read
A A
0

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST
ঘন অৰণ্য আৰু দুৰ্গম পাহাৰৰ মাজেদি হাতে হাতে ধনু-কাৰ, দা, যাঠি আদি লৈ ৯ জনীয়া এটা সজাতি দলে কাহিলী পোৱাতেই যাত্ৰা কৰিলে আকাশী গংগা পাহাৰৰ (Akashi Ganga Hills) ওপৰলৈ ৷ তেওঁলোকৰ লক্ষ্য আৰু উদেশ্য এটাই আকাশী গঙ্গা (Akashi Ganga)ৰ নিজৰাৰ পানী কমাৰ বিষয়টো উদ্ভাৱন কৰাৰ লগতে জলপ্ৰপতটিৰ উৎপত্তিৰ স্থল বিচাৰি উলিওয়াৰ৷

Sri Akaashi Ganga
Sri Akaashi Ganga Shiva Than:

হোজাই আৰু কাৰ্বি আংলং (Karbi Anglong) জিলাৰ সীমান্তবৰ্তী অঞ্চলৰ পাৰখোৱাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআকাশী গংগা শিৱ থান (Sri Sri Akaashi Ganga Shiva Than)ৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি পাহাৰৰ লুঙলুঙীয়া, শিলাময় পথেৰে আৰু কণ্টকময় হাবি ফালি নিৰ্ভিকতাৰে আকাশী গংগা উন্নয়ন সমিতিৰ ৯জনীয়া এটি সজাতি দলে (9 persons Group) আকাশী গংগা পাহাৰলৈ আজি যাত্ৰা (Journey) আৰম্ভ কৰে । ৰহস্যজনকভাবে জলপ্ৰপাতটোৰ পানী হ্ৰাস পোৱাকলৈ উদ্বিগ্ন হৈ পৰিছিল জলপ্ৰপাতটোৰ উন্নয়ন সমিতিয়ে।

RELATED POSTS

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

gankaP2 | ASSAM TIMES POST

উক্ত যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰে শ্ৰী শ্ৰী আকাশী গংগা শিৱ থান উন্নয়ন সমিতিৰ সভাপতি মিলাৰাম দেউৰী আৰু সদস্য তথা পাহাৰত ভ্ৰমণ কৰা অভিজ্ঞ ব্যক্তি ভৰত ক্ৰ’য়ে । তেওঁলোকক সংগ দিয়ে সহকাৰী সম্পাদক ৰঞ্জিত দাস, উপদেষ্টা গৌৰাংগ ছন্দ, বিদূৰ দাস, বিজু ছন্দ, ধীৰেন্দ্ৰ দাস, উৎপল লস্কৰ, প্ৰণিত গায়নে ৷

gankaP1 | ASSAM TIMES POST

আজিৰ এই যাত্ৰা প্ৰায় আঠ কিলোমিটাৰ হ’ব বুলি ধাৰণা কৰা হয়। বাতৰি লিখা পৰলৈকে জলপ্ৰপাতটিৰ উৎসস্থল বিচাৰি পোৱা নাছিল সঁজাতি দলটোৱে ৷ তথাপি মনত অদম্য আৰু অযুত সপোনলৈ পাহাৰ বগাই গৈছিল ধীৰ আৰু মন্থৰ গতিত ৷ এইদৰে গৈ থাকোতে বাটত তিনি-চাৰি ঠাইত পানী বিচাৰি পাইছিল যদিও সঁজাতি দলটোৱে সেই উৎস সমূহতো পানীৰ পৰিমান তেনেই কমহে পায় ৷

ফলত পৰৱৰ্তী উৎসৰ বাবেও আগবাঢ়ি গ’ল দলটো ৷ অলপ ওপৰলৈ যাৱাৰ পিছতে বনৰীয়া হাতীয়ে তেওঁলোকৰ বাটত হেঙাৰস্বৰূপ হৈ পপিল বুলি জানিব পৰা গৈছে ৷ ক্ৰমাৎ ধৰালৈ সন্ধিয়া নামি অহাত উপায়ন্তৰ হৈ দলটো অভিযান আধাতে সামৰি পাহাৰৰ তললৈ নামি আহিবলৈ বাধ্য হ’ল যদিও পৰিৱৰ্তী অভিযানৰ বাবে সকংকল্পৱদ্ধ হৈছে বুলি জানিব পৰা গৈছে৷

Tags: Akashi Ganga HillsSri Sri Akashi GangaWaterfallআকাশী গংগা পাহাৰজলপ্ৰপাতশ্ৰীশ্ৰী আকাশী গংগা
Share4Tweet3Send

Related Posts

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

by News Desk
May 2, 2026
50
Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ
KARBI ANGLONG

Dilapidated condition : জৰাজীৰ্ণ অৱস্থাত অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ, শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী ক্ষোভিত ৰাইজৰ

by News Desk
April 21, 2026
50
খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক
KARBI ANGLONG

খটখটী আৰক্ষীৰ বৃহৎ সফলতা বালিজান বি তিনিয়ালীত ড্ৰাগছসহ দুই নগা যুৱক আটক

by Staff Reporter
April 18, 2026
50
Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক
KARBI ANGLONG

Drug user Arrested : বৈঠালাংছ’ত চাৰি ড্ৰাগছ সেৱনকাৰী আটক

by News Desk
April 11, 2026
50
Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন
KARBI ANGLONG

Road accident : লাহৰিজানত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন

by News Desk
April 3, 2026
50
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ
KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

by News Desk
April 2, 2026
50
ADVERTISEMENT
TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ
National-International

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
50
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে
National-International

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
50
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ
National-International

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026
50
Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল
National-International

Odisha rape case : ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ সন্মুখতে হাত-ভৰি বান্ধি বাঁহৰ খুঁটাত ওলোমাই মাৰধৰ, মৃত্যু ৰে’লৱে আৰক্ষীৰ কনিষ্টবল

May 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

TVK leader Vijay : কংগ্ৰেছৰ লগতে বাওঁপন্থীৰ সমৰ্থনত অৱশেষত তামিলনাডুত চৰকাৰ গঠনৰ যাদুকৰী সংখ্যা লাভ বিজয়ৰ

May 8, 2026
Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

Bengal new CM : বংগত বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী ৰূপে কাইলৈ শপত গ্ৰহণ কৰিব শুভেন্দু অধিকাৰীয়ে

May 8, 2026
Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

Facing loss : ‎ৰাতিৰ ভিতৰতে ক্ষতিৰ সন্মুখীন প্ৰিয়ংকা, বিৰাট কোহলী, টেইলৰ চুইফ্ট আদি তাৰকাৰ

May 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx