ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
April 2, 2026
Reading Time: 1 min read
A A
0
Rahul Gandhi : কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

বৃহস্পতিবাৰে কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বোকাজান (Bokajan)ত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)য়ে৷ বোকাজান সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতি (Congress candidate Ratan Ingti), হাওৰাঘাটৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ তেৰণ (Sanjiv Teron), আমৰীৰ বিক্ৰম হাঞ্চে (Bikram Hansa) আৰু ডিফুৰ এ পি এইচ এল চি (APHLC)ৰ প্ৰাৰ্থী জন ইংতি কাথাৰ (John Igti Kathar)ৰ হৈ ৰাহুল গান্ধীয়ে প্ৰচাৰ চলায় (Rahul Gandhi conducts a campaign)৷

পুৱা বিশেষ বিমানযোগে দিল্লীৰ পৰা আহি ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰি তাৰ পৰা হেলিকপ্টাৰযোগে বোকাজানত উপস্থিত হয় ৰাহুল গান্ধী। ইয়াৰ পিছত চাৰিহাজান (হাঞ্জাংলাংচো) ক্ৰীড়া প্ৰকল্প খেলপথাৰত বিশাল জনসভা সম্বোধন কৰে৷ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক দেখা যায় ৰাহুল গান্ধীক। মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীয়ে।

rahul1 | ASSAM TIMES POST
কাৰ্বিভূমিত সংবিধানৰ অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰীকৰণৰ প্ৰতিশ্ৰুতি ৰাহুল গান্ধীৰ

হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিপৰায়ণ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে। আনহাতে, পৰৱৰ্তী দিনত অসমত কংগ্ৰেছ চৰকাৰ গঠন হ’লে মুখ্যমন্ত্ৰীৰ মুখ বন্ধ হৈ যাব আৰু হাত যোৰ কৰি ওলাই আহিব লাগিব বুলিও কয়। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁ কৰা দুৰ্নীতিৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও কয়।

আনহাতে, এই প্ৰচাৰ সভাতে ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ কেইবাটাও গেৰাণ্টিৰ কথা উল্লেখ কৰে। ৰাহুল গান্ধীয়ে কয় যে কাৰ্বি আংলঙৰ জনসাধাৰণৰ আটাইতকৈ ডাঙৰ সমস্যা সংবিধানৰ ২৪৪-ক অনুচ্ছেদ কাৰ্যকৰী কৰা হ’ব। কংগ্ৰেছৰ চৰকাৰ গঠন হ’লেই এই অনুচ্ছেদ ২৪৪-ক কাৰ্যকৰী হ’ব বুলি উল্লেখ কৰি কয় যে কাৰ্বি জনসাধাৰণৰ অধিকাৰ আৰু ক্ষমতা লাভ কৰিব, পৰিচয়ৰ সুৰক্ষা লাভ কৰিব। তেওঁ লগতে কয় যে কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছত গুৱাহাটীৰ পৰা ৰিম’ট কণ্ট্ৰ’লেৰে কাৰ্বি আংলং পৰিচালিত নহ’ব, কাৰ্বি জনসাধাৰণে নিজে নিজক পৰিচালনা কৰিব, স্থানীয় নেতাই পৰিচালনা কৰিব আৰু নিজৰ সম্পূৰ্ণ অধিকাৰ লাভ কৰিব। ইফালে কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে মহিলাৰ বাবে চৰ্তবিহীনভাৱে মাহিলি নগদ ধন প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হ’ব, মহিলা উদ্যোগীৰ বাবে ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।

Tags: RahulGandhiCampaign
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx