ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hyderabad Holi I ৰং দিয়াৰ শাস্তি! হায়দৰাবাদত প্ৰকাশ্যে পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 8, 2023
Reading Time: 1 min read
A A
0
Hyderabad Holi I ৰং দিয়াৰ শাস্তি! হায়দৰাবাদত প্ৰকাশ্যে পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকক

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ ফাকুৱা (Holi)। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে ৰঙৰ উৎসৱ উপভোগ কৰাত ব্যস্ত। কিন্তু এই ৰঙৰ উৎসৱে এজন যুৱকৰ জীৱনত ভয়ংকৰ পৰিণতি কঢ়িয়াই আনিলে।ৰাস্তাত বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে খেলা-ধূলা কৰি আছিল যুৱকজনে।

Hyderabad holi
হায়দৰাবাদত প্ৰকাশ্যে পেট্ৰ’ল ঢালি জ্বলাই দিলে যুৱকক:

 সেই সময়ত ৰাস্তাৰে পাৰ হৈ গৈ আছিল এজন বাইক আৰোহী। যুৱকজনে তেওঁৰ ফালে ৰং দলিয়াই দিয়ে। বাইক আৰোহীজনে গাড়ী ৰখাই নামি অহাত তেওঁৰ মুখতো ৰং লগাই দিয়া হয়। আৰু তাৰপিছত খঙতে তেওঁ বিবেক হেৰুৱাই পেলায়। অভিযোগ অনুসৰি, ইয়াৰ পিছতে তেওঁ বাইকৰ পৰা পেট্ৰ’ল (Petrol) লৈ বটলত ঢালি ৰং সানি দিয়া যুৱকজনৰ ওপৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে।

চকুৰ সন্মুখত এনে ঘটনা দেখি যুৱকজনৰ বন্ধু-বান্ধৱী আৰু আত্মীয়সকল স্তম্ভিত হৈ পৰে। যুৱকজনক জুই লগাই পলায়ন কৰে বাইক আৰোহীজনে। ইফালে অগ্নিদগ্ধ যুৱকজনক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, যুৱকজনৰ হাত আৰু কান্ধ বেয়াকৈ জ্বলি গৈছে। তেওঁৰ অৱস্থা সংকটজনক।

আৰক্ষীৰ মতে, বাইক আৰোহীজনৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ গোচৰ ৰুজু কৰা হৈছে। তেওঁৰ সন্ধান চলি আছে। মঙলবাৰে হায়দৰাবাদৰ (Hyderabad) মেদক জিলাৰ মাৰপল্লীত সংঘটিত হয় এই ঘটনা।

Tags: Holi
Share4Tweet3Send

Related Posts

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল
National-International

by News Desk
June 20, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

by News Desk
June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

by News Desk
June 19, 2026
50
India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ
National-International

India slams Pakistan I ৰাষ্ট্ৰসংঘত পাকিস্তানক ‘ফ্ৰেংকেনষ্টাইন ষ্টেট’ অভিহিত ভাৰতৰ অনুপমা সিঙৰ

by Staff Reporter
June 19, 2026
50
US Iran deal : আমেৰিকা-ইৰাণৰ চুক্তিৰ পৰা ভাৰতৰ কি লাভ হ’ব
National-International

US Iran peace deal । ইৰাণে কিয় চুক্তিত সন্মতি দিছিল, বাখ্যা ইৰাণৰ সৰ্বোচ্চ নেতা মোজতাবা খামেইনীৰ

by Staff Reporter
June 19, 2026
50
9-Year-Old’s Body Found in Suitcase in Delhi :
National-International

Gang rape I দলবদ্ধ ধৰ্ষণ কৰি যৌনাংগত সুমুৱাই দিলে গুলী, শিল, কাঠৰ টুকুৰা

by Staff Reporter
June 19, 2026
50
ADVERTISEMENT
Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল
National-International

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

June 20, 2026
50
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ
DIPHU

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
50
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত
National-International

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026
50
Telegram ban : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ টেলিগ্ৰাম, নীটৰ বাবে নিষেধাজ্ঞাক অবৈধ দাবী
National-International

Telegram ban : বাহাল থাকিল কেন্দ্ৰৰ সিদ্ধান্ত, ২২ জুনলৈকে টেলিগ্ৰামৰ নিষেধাজ্ঞাত হস্তক্ষেপ নকৰে ন্যায়ালয়ে

June 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

Covid : কোভিডৰ সময়ত নিস্বাৰ্থভাৱে সমাজসেৱা কৰি বিপদত এজন ব্যক্তি, ৩৫ লাখৰ জিএছটি বিল

June 20, 2026
Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

Karbi Anglong teachers appointment : নিয়মীয়াকৰণ কৰা শিক্ষকক চিইএম তুলিৰাম ৰংহাঙৰ নিযুক্তি-পত্ৰ বিতৰণ

June 19, 2026
World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

World best Educational Institute : বিশ্বৰ শীৰ্ষ ২০০ শিক্ষানুষ্ঠানৰ ভিতৰত তিনিখন ভাৰতীয়, কোনকেইখন আছে তালিকাত

June 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT